as_tw/bible/names/samson.md

2.6 KiB

চিমচোন

বাস্তৱ:

চিমচোন এজন যিহুদী লোক আছিল, বা ইস্ৰায়েল জাতিৰ উদ্ধাৰকৰ্ত্তা আছিল। তেওঁ দান গোষ্ঠিৰ আছিল।

  • ঈশ্বৰে চিমচোনক স্বৰ্গীয় শক্তি দিছিল, যাৰ দ্বাৰাই তেওঁ ইস্ৰায়েলীসকলৰ শত্ৰু ফিলিষ্টীযাসকলৰ বিৰুদ্ধে যুদ্ধ কৰিছিল।
  • চিমচোনে নিজৰ চুলি কেতিয়াও নাকাটিবলৈ আৰু গাপদি পগোৱা মদ বা যি কোনো মদ পান নকৰিবলৈ প্ৰতিজ্ঞা লৈছিল। যিমান দিন তেওঁ এই প্ৰতিজ্ঞা মানি চলিব ঈশ্বৰে একেৰাহে তেওঁক শক্তি দি থাকিব।
  • তেওঁ অৱশেষত তেওঁৰ প্ৰতিজ্ঞা ভাঙি তেওঁৰ চুলি কাটিবলৈ অনুমতি দিছিল, আৰু ফিলিষ্টীয়াসকলক তেওঁক ধৰিবলৈ সহজ কৰি দিছিল।
  • যেতিয়া চিমচোনক বন্দী কৰা হৈছিল, ঈশ্বৰে তেওঁক পুনৰ শক্তি দি বহু সংখ্যক ফিলিষ্টীয়ালোক সকলৰ সৈতে অসত্য দেৱতা দাগোনৰ মন্দিৰ ধ্বংস কৰিবলৈ সুযোগ দিছিল।

(অনুবাদ পৰামৰ্শ: নামসমূহ কেনেকৈ অনুবাদ কৰিব)

(আৰু চাওক: উদ্ধাৰ, ফিলিষ্টীয়াসকল, ইস্ৰায়েলৰ বাৰটা গোষ্ঠী)

বাইবেল উল্লেখিত:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H8123, G4546