as_tw/bible/names/lazarus.md

4.2 KiB

লাজাৰ

তথ্য:

লাজাৰ আৰু তেওঁৰ ভনী মাৰ্থা আৰু ৰিয়মৰ বিশেষ বন্ধু আছিল যীচু৷ বৈথনীয়াত থকা তেওঁলোকৰ ঘৰত যীচুৱে প্ৰৰায়ে আহিছিল আৰু তাতে তেওঁলোকৰ সৈতে থঅকিছিল৷

  • লাসার পরে তিনি কবরের মধ্যে বেশ কয়েক দিন ধরে কবর দেওয়া যীশু তাকে জীবিত যে আসলে জন্য সর্বাধিক পরিচিত।
  • ধর্ম-নেতারা যীশুকে রাগ আর হিংসা এই অলৌকিক কাজ করত, আর তারা যীশু এবং লাসার হত্যা করার উপায় খুঁজে বের করার চেষ্টা ছিল।
  • যীশু আরও এজন দরিদ্র ভিখারির ও ধনী ভিক্ষুকৰ কথা কওতে এজন ভিক্ষাৰীৰ কথা কৈছিল, যার নাম ছিল 'লাসার’।

(অনুবাদৰ উপদেশ: কেনেকৈ নামবোৰ অনুবাদ কৰিব)

(পুনৰ চাওক: ভিক্ষা কৰা, যিহুদী নেতা, মাৰ্থা, মৰিয়ম, উত্থান)

বাইবেলৰ উল্লেখবোৰ:

বাইবেলৰ কাহিনীৰ পৰা উদাহৰণ:

  • 37:01 এদিনাখন, যীচুৱে এটা সংবাদ পালে যে লাজাৰ বেমাৰত পৰিছে৷ লাজাৰ আৰু তেওঁৰ দুজন ভনী, মৰিয়ম আৰু মাৰ্থা, যীচুৰ নিকতিতম বন্ধু আছিল৷
  • 37:02 যীচুৱে ক’লে, "আমাৰ বন্ধু লাজাৰ নিদ্ৰিত হ’ল, আৰু মই এতিয়াই তেওঁৰ ওচৰলৈ যাব লাগে৷”
  • 37:03 যীচুৰ শিষ্যসকলে উত্তৰ দিলে, "গুৰু, যদি লাজাৰ নিদ্ৰিত গৈছে, তেনেহলে তেওঁ ভাল কৰিছে৷” তেতিয়া যীচুৱে তেওঁলোকক দুখেৰে ক’লে,, "লাজাৰ মৰিল৷."
  • 37:04 যেতিয়া যীচু আহি পালে লাজাৰৰ গৃহ নগৰ, লাজাৰ িতিমধ্যে মৰাৰ চাৰি দিন হৈ গ’ল৷
  • 37:06 যীচুৱে তেওঁলোকক সুধিলে, "তোমালোকে ক’ত থৈছা লাজাৰক?"
  • 37:09 তেতিয়া যীচুৱে চিঞৰি ক’লে, "লাজাৰ, ওলাই আহা!"
  • 37:10 পাছত লাজাৰ বাহিৰ ওলাই আহিল! তেতিয়াও তেওঁক মৈদামৰ কাপোৰেৰে মেৰিয়াই থোৱা আছিল৷
  • 37:11 কিন্তু ইহুদী ধৰ্মিয় নেতাবোৰে ইৰ্ষা কৰিলে, পাছত তেওঁলোকে এখত্ৰিত হৈ পৰিকল্পনা কৰিলে, কেনেকৈ বধ কৰিব পাৰে যীচু আৰু লাজাৰক.

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: G2976