as_tw/bible/names/issachar.md

1.5 KiB

ইচাখৰ

তথ্য:

ইচাকৰ যাকোবৰ পঞ্চম পুত্ৰ আছিল। তেওঁৰ মাকৰ নাম আছিল লেহ।

  • ইচাখৰ ফৈদটো ইস্ৰায়েলৰ বাৰ ফৈদৰ মাজৰ এটা।
  • নপ্তালী,জুবুলুন, মনচি আৰু গাদৰ ভুমিৰে ইচাখৰ ফৈদৰ ভুমিভাগৰ সীমা আগুৰি আছিল।
  • ই আছিল গালীল সাগৰৰ প্ৰায় দক্ষিণত অৱস্থিত আছিল।

(অনুবাদ পৰামর্শ: কেনেকৈ নামবোৰ অনুবাদ কৰিব)

(পুনৰ চাওক: গাদ, মনচি, নপ্তালী, ইস্ৰায়েলৰ বাৰ ফৈদ, জুবুলুন)

বাইবেলৰ উল্লেখবোৰ:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H3485, G2466