as_tw/bible/names/golgotha.md

1.9 KiB

গলগথা

তথ্যবোৰ:

"গলগথা" আছিল এখন ঠাইৰ নাম, য’ত যীচুক ক্ৰুচবিদ্ধ কৰা হৈছিল৷ এই নামটো অৰামিয়া শব্দৰ পৰা আহিছে, যাৰ অৰ্থবোৰ হ’ল “লাওখোলা” বা “লাওখোলাৰ ঠাই”৷

  • গলগথা আছিল যিৰূচালেম নগৰৰ গড়ৰ বাহিৰত অৱস্থিত, তথাপি ই অতি ওচৰত আছিল৷ সম্ভৱতঃ ই জলফাই পৰ্বতৰ দাতিত অৱস্থিত আছিল৷
  • বাইবেলৰ কিছুমান পুৰণি সংস্কৰণত গলগথাক “কালভাৰী” বুলি অনুবাদ কৰা হৈছে, ই লেটিন শব্দৰ পৰা আহিছে, ইয়াৰ অৰ্থও হ’ল “লাওখোলা”৷
  • বহু বাইবেল সংস্কৰণত মন কৰিবলীয়াকৈ বা স্পষ্টৰূপত এটা শব্দ “গলগথা” ব্যৱহাৰ কৰা হৈছে, ইয়াৰ অৰ্থ বাইবেল পাঠত ইতিমধ্যে বাখ্যা কৰাও আছে৷

(অনুবাদ উপদেশবোৰ: কেনেকৈ নামবোৰ অনুবাদ কৰা হ’ব)

(পুনৰ চাওক: অৰাম, জলফাই পৰ্বত)

বাইবেলৰ উল্লেখবোৰ:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: G1115