as_tw/bible/names/ephraim.md

2.2 KiB

ইফ্ৰায়িম, ইফ্ৰায়িমীয়, ইফ্ৰায়িমীয়সকল

তথ্যবোৰ:

ইফ্ৰায়িম আছিল যোচেফৰ দ্বিতীয় পুত্ৰ৷ ইফ্ৰায়িমীয়সকল তেওঁৰ বংশধৰ আছিল, তেওঁ ইস্ৰায়েলৰ বাৰ ফৈদৰ এজন আছিল৷

  • ইস্ৰায়েলৰ উত্তৰাঞ্চলত অৱস্থিত থকা দহটা ফৈদৰ ভিতৰত ইফ্ৰায়িম আছিল এটা ফৈদ৷
  • কেতিয়াবা বাইবেলত ইফ্ৰায়িম নামটো ইস্ৰায়েল ৰাজ্যৰ সমগ্ৰ উত্তৰাঞ্চলটোক নিৰ্দেশ কৰিবৰ বাবে ব্যৱহাৰ কৰা হয়৷ (চাওক: লক্ষণা)
  • ইফ্ৰায়িম আছিল স্পষ্টভাবে এক অতি উচ্চ পৰ্বতমালা বা পাৰ্বত্য অঞ্চল, ইয়াৰ ওপৰত ভিত্তি কৰি ইয়াক “ইফ্ৰায়িমৰ পৰ্বতীয়া দেশ” বা “ইফ্ৰায়িমৰ পৰ্বতমালা” বুলি ক’ব পাৰি৷

(অনুবাদৰ উপদেশবোৰ: কেনেকৈ নামবোৰ অনুবাদ কৰিব)

(পুনৰ চাওক: ইস্ৰায়েল ৰাজ্য, ইস্ৰায়েলৰ বাৰ ফৈদ)

বাইবেলৰ উল্লেখবোৰ:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H669, H673, G2187