as_tw/bible/names/engedi.md

1.9 KiB

আয়ন গদী

সংজ্ঞা:

আয়ন গদী হ’ল জেৰুচালেমৰ দক্ষিণপূব যিহূদাৰ মৰুপ্ৰান্তত থকা এখন নগৰৰ নাম৷

  • আয়ন গদী লৱণ সাগৰৰ পশ্চিমাঞ্চলৰ পাৰত অৱস্থিত ৷
  • এই নামৰ আংশিক অৰ্থ হ’ল “ফোয়াৰা”, নগৰৰ পৰা সাগৰলৈ এটা পানীৰ নিজৰা নামি অহা বুলি উল্লেখ কৰা হয়৷
  • আয়ন গদী সুন্দর বাগান ও পানির ফোয়ারা দিয়ে ক্রমাগত পানি কারণে সম্ভবত অন্যান্য উর্বর ভূমি, থাকার জন্য পরিচিত ছিলেন।
  • আয়ন গদীত দায়ূদৰ সুৰক্ষিত আশ্ৰয়স্থল আছিল, যেতিয়া ৰজা চৌলে দায়ুদক অনুসৰণ কৰিছিল, তেতিয়া তেওঁ তালৈ পলাই গৈছিল৷

(পুনৰ চাওক: দায়ুদ, মৰুভুমি, ফোয়াৰা, যিহুদা, জিৰণি, লৱণ সাগৰ, [চৌল , সুৰক্ষিত আশ্ৰয়, দ্ৰাক্ষাক্ষেত্ৰ)

বাইবেলৰ উল্লেখবোৰ:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H5872