as_tw/bible/other/stronghold.md

4.0 KiB

দূৰ্গ, দুর্গ, ফোর্ট, সুরক্ষিত, দূর্গ, দূর্গ

সংজ্ঞা:

"দূৰ্গ" আৰু "কোট" এই দুয়ো শব্দ শত্ৰুৰ সৈনিকৰ দ্বাৰাই হোৱা আক্ৰমণৰ পৰা ঠাইবোৰ সুৰক্ষিত কৰি ৰখাটোক বুজায়। "সুৰক্ষিত" শব্দটো চহৰ বা আন ঠাইসমূহ আক্ৰমণৰ পৰা ৰক্ষা পৰিবলৈ নিৰ্মাণ কৰাটোক ব্যাখ্যা কৰে।

  • প্ৰায়েই, দূৰ্গ আৰু কোটবোৰ মানুহনিৰ্মিত প্ৰতিৰক্ষামূলক দেৱালৰ সৈতে গঠিত আছিল। তেওঁলোকৰ প্ৰাকৃতিক সুৰক্ষিত প্ৰতিবন্ধকো আছিল যেনে শিলাময় cliffs আৰু ওখ পৰ্ব্বতসমূহ।
  • লোকসকলে সুৰক্ষিত দূৰ্গসমূহ মোটা দেৱালেৰে নিৰ্মাণ কৰিছিল বা শত্ৰুৱে ভাঙিবলৈ নোৱাৰিবৰ বাবে অন্যান্য কাঠামবোৰো তৈয়াৰ কৰা হৈছিল।
  • "দূৰ্গ" বা "কোট" শব্দটো এইদৰে অনুবাদ কৰিব পাৰে "দৃঢ় নিৰাপদ স্থান" বা "দৃঢ় সুৰক্ষিত স্থান।"
  • "সুৰক্ষিত চহৰ" বাক্যটো এইদৰে অনুবাদ কৰিব পাৰে "নিৰাপদ সুৰক্ষিত চহৰ" বা "দৃঢ়তাৰে নিৰ্মিত চহৰ।"
  • এই বাক্যটো ঈশ্বৰ দূৰ্গৰ দৰে বা যিসকলে তেওঁক বিশ্বাস কৰে তেওঁলোকৰ বাবে তেওঁ কোঠস্বৰূপ এইদৰেও ৰূপক অৰ্থত ব্যৱহাৰ কৰিব পাৰে। (চাওক: উপমা)
  • "দূৰ্গ" শব্দটো আন ৰূপক অৰ্থত কোনোজন ব্যক্তি নিৰাপত্তাৰ বাবে ভুলভাবে বিশ্বাস কৰাটোক বুজায়, যেনে ঈশ্বৰৰ পৰিবৰ্তে অসত্য দেৱতা বা আন বস্তুক আৰাধনা কৰিছিল। এই শব্দটো এইদৰে অনুবাদ কৰিব পাৰে "অসত্য দূৰ্গ।"
  • "আশ্ৰয়স্থান," তকৈ এই শব্দটো বেলেগকৈ অনুবাদ কৰা উচিত এই শব্দটি "আশ্রয়" থেকে ভিন্নভাবে অনুবাদ করা উচিত, যা সুরক্ষিত হওয়ার ধারণার চেয়ে নিরাপত্তা বেশি জোর দেয় ।

(আৰু চাওক: অসত্য দেৱতা, false god, আশ্ৰয়স্থান, যিহোৱা)

বাইবেল উল্লেখিত:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H490, H553, H759, H1001, H1002, H1003, H1219, H1225, H2388, H4013, H4026, H4581, H4526, H4679, H4685, H4686, H4692, H4693, H4694, H4869, H5794, H5797, H5800, H6438, H6696, H6877, H7682, G3794, G3925