as_tw/bible/names/eliakim.md

1.5 KiB

ইলীয়াকীম

তথ্য:

ইলীয়াকীম নামেৰে পুৰণি নিয়মত ওল্ড দুজন ব্যক্তিৰ নাম আছে।

  • ইলীয়াকীম নামেৰে এজন পুৰুষ পৰিচালক ৰজা হিষ্কিয়াৰ অধীনত আছিল।
  • আনহাতে ৰজা যোশিয়াৰ ইলীয়াকীম নামেৰে এজন পুত্ৰ আছিল। মিশৰৰ ফৰৌন নেকোৰ দ্বাৰা তেওঁ যিহূদাৰ ৰজা হৈছিল।
  • নেকোৱে যিহোয়াকীম হিচাপে ইলীয়াকীমৰ নাম পৰিবর্তন কৰে।

(অনুবাদৰ উপদেশ: নামবোৰ অনুবাদ কৰিব)

(পুনৰ চাওক: হিষ্কিয়া, যিহোয়াকীম, যোচিয়া, ফৰৌণ)

বাইবেলৰ উল্লেখবোৰ:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H471, G1662