as_tw/bible/names/boaz.md

2.1 KiB

বোৱজ

তথ্যবোৰ:

বোৱজ এজন ইস্ৰায়েলী লোক আছিল, তেওঁ ৰূথৰ স্বামী আছিল৷ তেওঁ ৰজা দায়ুদৰ ককাদেউতা আৰু যীচু খ্ৰীষ্টৰ পূৰ্বপুৰুষ আছিল৷

  • যেতিয়া ইস্ৰয়েলত বিচাৰকৰ্তাসকল আছিল, তেতিয়া বোৱজে বসবাস কৰিছিল৷
  • নয়মী নামেৰে এজনী ইস্ৰায়েলী মহিলা তেওঁৰ সম্পৰ্কীয় আছিল, মোৱাবত সেই মহিলাৰ স্বামী আৰু পুত্ৰসকলৰ মৃত্যু হোৱাৰ পাছত সেই মহিলা ইস্ৰায়েললৈ উভতি আহিছিল৷
  • নয়মীৰ বিধৱা বোৱাৰী ৰূথক বিবাহ কৰাৰ দ্বাৰাই বোৱজে তাইক “উদ্ধাৰ” কৰিছিল আৰু তাইক ভবিষ্যতলৈ এজন স্বামী আৰু পুত্ৰ দিছিল৷
  • কেনেকৈ যীচুৱে আমাক পাপৰ পৰা ৰক্ষা আৰু উদ্ধাৰ কৰিব তাৰে তেওঁ এটা ছবি দেখুৱাইছিল৷

(অনুবাদ উপদেশবোৰ: কেনেকৈ নামবোৰ অনুবাদ কৰা হ’ব)

(পুনৰ চাওক: মোৱাব, উদ্ধাৰ, ৰূথ)

বাইবেলৰ নিৰ্দেশনাবোৰ:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H1162