as_tw/bible/names/moab.md

2.1 KiB

মোৱাব, মোৱাবীয়া, মোৱাবীয়াসলকল

তথ্য:

মোৱাব আছিল লোটৰ ডাঙৰ ছোৱালীৰ পুত্র। পাছত তেওঁ আৰু তেওঁৰ পৰিয়ালে যি ঠাইত বাস কৰিছিল, সেঈ ঠাইৰ নামো এইটো হ’ল। "মোৱাবীয়া" শব্দটি উল্লেখ করা হয় যে মোয়াবের থেকে আসা বা মোয়াবের দেশে বাস করে ।

  • মোয়াবের দেশ ছিল লবণ সাগরের পূর্ব দিকে অবস্থিত ।
  • মোয়াবের শহর থেকে দক্ষিণ-পূর্ব বৈৎলেহমে যেখানে নয়মী পরিবার বাস করত ।
  • বৈৎলেহেমৰ লোকসকলে ৰূথক “মোৱাবীয়া” নামেৰে মাতিছিল, কাৰণ তাই এজনী মোৱাবীয়া দেশৰ পৰা অহা তিৰোতা আছিল। এই শব্দটি অনূদিত হতে পারে "মোৱাবীয় মহিলা" বা "মোৱাবৰ পৰা অহা তিৰোতা."

(অনুবাদ পরামর্শ: কেনেকৈ নামবোৰ অনুবাদ কৰিব)

(পুনৰ চাওক: বৈৎলেহেম, যিহূদীয়া, লোট, ৰূথ, লৱণ সাগৰ)

বাইবেলৰ উল্লেখবোৰ:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H4124, H4125