as_tw/bible/names/benjamin.md

2.1 KiB

বিন্যামীন, বিন্যামীনীয়া, বিন্যামীনীয়াসকল

তথ্যবোৰ:

বিন্যামীন আছিল যাকোব আৰু তেওঁৰ পত্নী ৰাহেলৰ সৰু পুত্ৰ৷ তেওঁৰ নামৰ অৰ্থ হ’ল, “মোৰ সোঁ-হাতৰ পুত্ৰ”৷

  • তেওঁ আৰু তেওঁৰ ডাঙৰ ভাই যোচেফ আছি ৰাহেলৰ পুত্ৰ, বিন্যামীনৰ জন্মৰ পাছতে ৰাহেলৰ মৃত্যু হৈছিল৷
  • ইস্ৰায়েলৰ বাৰ ফৈদৰ ভিতৰত বিন্যামীনৰ বংশধৰ সকলো এটা৷
  • ৰজা চৌল আছিল ইস্ৰায়েলীয়া সকলৰ বিন্যামীন ফৈদৰ৷
  • পাঁচনি পৌলো আছিল বিন্যামীন ফৈদৰ পৰা৷

(অনুবাদ উপদেশবোৰ: কেনেকৈ নামবোৰ অনুবাদ কৰা হ’ব)

(পুনৰ চাওক: ইস্ৰায়েল, যাকোব, যোচেফ, পৌল, ৰাহেল, ইস্ৰায়েলৰ বাৰ ফৈদ)

বাইবেলৰ প্ৰসংগবোৰ:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H1144, G958