as_tw/bible/names/benaiah.md

1.6 KiB

বনায়া

সংজ্ঞা:

পুৰণি নিয়মত বনায়া নামৰ বিভিন্ন মানুহৰ নাম আছিল৷

  • বনায়া আছিল দায়ুদৰ বলশালী ব্যক্তি যেহোদিয়াৰ পুত্ৰ৷ তেওঁ আছিল পাৰদৰ্শী সৈনিক আৰু দায়ুদৰ ৰক্ষক হিচাপে দায়িত্ব পোৱা লোক৷
  • যেতিয়া চলোমন ৰজা হৈছিল, বনায়াই তেওঁৰ শত্ৰুবোৰক পৰাস্ত কৰি তেওঁক সহায় কৰিছিল৷ অৱশেষত তেওঁ ইস্ৰায়েলী সেনাৰ সেনাপতি হৈছিল৷
  • পুৰণই নিয়মত বনায়া নামৰ আন তিনি জন লেবী মানুহৰ নাম আছে: এজন পুৰোহিত, এজন সংগিতজ্ঞ, আৰু এজন আচাফৰ বংশধৰ৷

(পুনৰ চাওক: আচাফ, যেহোদিয়া, লেবী, চলোমন)

বাইবেল প্ৰসংগবোৰ:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H1141