as_tw/bible/names/asaph.md

2.5 KiB

আচফ

তথ্যবোৰ:

আচাফ আছিল এজন লেবীয়া পুৰোহিত আৰু বৰপ্ৰাপ্ত সংগীতজ্ঞ, এওঁ ৰজা দায়ুদৰ গীতৰ বাবে সংগীত ব্যৱস্থাপনা কৰিছিল৷ তেওঁ নিজেও গীত ৰচনা কৰিছিল৷

  • আচাফ আছিল ৰজা দায়ুদৰ যোগেদি নিযুক্ত হোৱা তিনি জন সংগীতৰ ভিতৰত এজন, এওঁলোকে মন্দিৰত আৰাধনাৰ সময়ত গান গোৱাৰ দায়িত্বত আছিল৷ এই গানবোৰৰ কিছুমান ভাববাণীও আছিল৷
  • আচাফে তেওঁৰ পুত্ৰসকলক প্ৰশিক্ষণ দিছিল আৰু তেওঁলোকে এই দায়িত্ব পালন কৰিছিল, তেওঁলোকে সংগীতৰ বাদ্যযন্ত্ৰবোৰ বজাইছিল আৰু মন্দিৰত ভাববাণী কৈছিল৷
  • কিছুমান বাদ্যযন্ত্ৰৰ ভিতৰত তাৰযুক্ত বাদ্যযন্ত্ৰ, বীণা, তুৰী আৰু তাল অন্তৰ্ভুক্ত৷
  • গীতমালাৰ ৫০ আৰু ৭৩ ৰ পৰা ৮৩ লৈ থকা গীতবোৰ আচাফৰ পৰা বুলি কোৱা হয়৷ তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ যোগেদিও গীতমালাৰ কিছুমান গীত লিখা হৈছিল৷

(অনুবাদৰ উপদেশবোৰ: নামবোৰ অনুবাদ কৰা)

(পুনৰ চাওক: বংশধৰ, বীণা, তাৰযুক্ত বাদ্যযন্ত্ৰ, ভাববাদী, গীতমালা, তুৰী)

বাবেলৰ প্ৰসংগবোৰ:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H623