as_tw/bible/names/andrew.md

1.7 KiB

এন্দ্ৰিয়

তথ্যবোৰ:

এন্দ্ৰিয় বাৰ জন শিষ্যৰ ভিতৰত এজন আছিল, যীচুয়ে এওঁক তেওঁৰ ঘনিষ্ঠ শিস্য বুলি নিৰ্বাচন কৰিছে (পিছতকে পাঁচনি বুলি কোৱা হৈছিল)।

  • এন্দ্ৰিয়ৰ ভায়েক আছিল চিমোন পিতৰ। দুয়োজন মাছমৰীয়া আছিল।
  • যেতিয়া যীচুয়ে তেওঁলোকক তেওঁৰ শিষ্য হবলৈ মাতিলেপিতৰ আৰু এন্দ্ৰিয় সাগৰত মাছ মাৰি আছিল ।
  • পিতৰ আৰু এন্দ্ৰিয়ই যীচুক মিলাৰ আগতে,তেওঁলোক যোহনৰ শিস্য আছিল।

(অনুবাদ পৰামৰ্শ: কেনেকৈ নাম অনুবাদ কৰে)

(আৰু সাওক: প্রচাৰক, শিস্য, বাৰতা)

বাইবেল উল্লেখ:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: G406