as_tw/bible/names/ammon.md

2.2 KiB

অম্মোন, অম্মোনীয়া, অম্মোনীয়াসকল

তথ্যবোৰ:

“অম্মোনৰ লোক” বা “অম্মোনীয়াসকল” কানান দেশত থকা এটা জনগোষ্ঠী। তেওঁলোক বেন-অম্মীৰ বংশধৰৰ পৰা, যি জন আছিল লোটৰ পুত্ৰ; তেওঁৰ সৰু জীয়েকৰ যোগেদি হোৱা।

  • “অম্মোনীয়াসকল” শব্দটোৱে বিশেষভাবে মহিলা অম্মোনীয়াক বুজাই। ইয়াক “অম্মোনীয়া মহিলা” বুলিও অনুবাদ কৰিব পৰা যায়।
  • অম্মোনীয়াসকলে জৰ্দান নদীৰ পূবে বসবাস কৰিছিল আৰু এওঁলোক ইস্ৰায়েলী সকলৰ শত্ৰু আছিল।
  • এটা কাৰণত, অম্মোনীয়াসকলে বালাম নামেৰে এজন পুৰোহিত ভাড়া কৰিছিল ইস্ৰায়েলীসকলক শাও দিবলৈ, কিন্তু ঈশ্বৰে তেওঁক অনুমতি নিদিলে।

(অনুবাদ পৰামৰ্শ: কেনেকৈ নাম অনুবাদ কৰে)

(পুনৰ চাওক: অভিশাপ, জৰ্দান নদী, লোট)

বাইবেল উল্লেখ:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H5983, H5984, H5985