as_tw/bible/names/ai.md

1.9 KiB

আই

তথ্য:

পুৰণা নিয়মৰ সময়ত,আই এজন কনানাইত চহৰ নাম আছিল দখিনপুব বেথেল আৰু 8 কিলোমিটাৰ জেৰিকোৰ বায়ুকোণ

  • জেৰিকোক পৰাজয় কৰাৰ পিচত,যিহচিযাই ইস্ৰায়েলি সকলক আই আক্রমন কৰিবলৈকি আগুৱাই লৈ গৈছিল। কিন্তু তেওলোক সহজতে পৰাজয় হল কাৰণ ঈশ্বৰ তেওলোকৰ ওপৰত সন্তুষ্ট হোৱা নাছিল।
  • আখান নামৰ এজন ইস্ৰায়েলী লোকে যেৰিহোৰ পৰা লুট কৰা বস্তু মনে মনে লৈ আহিছিল আৰু ঈশ্বৰে তেওঁক আৰু তেওঁৰ পৰিয়ালক বধ কৰিবলৈ আদেশ দিছিল৷ তেতিয়া ঈশ্বৰে ইস্ৰায়েলি সকলক সহায় কৰিলে আইৰ লোকসকলক পৰাজয় কৰিবলৈ।

(অনুবাদ পৰামশ: কেনেকৈ নাম অনুবাদ কৰে)

(আৰু চাওক: বেথেল, জেৰিকো)

বাইবেল উল্লেখ:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H5857