as_tw/bible/names/ahijah.md

1.5 KiB

অহিয়া

তথ্য:

পুৰণি নিয়মত অহিয়া নামেৰে বিভিন্ন বেলেগ মানুহৰ নাম আছে। এই মানুহবোৰৰ নাম কিছুমান এনেধৰণৰ:

  • চৌলৰ সময়ত অহিয়া এজন পুৰোহিতৰ নাম আছিল।
  • ৰজা চলোমনৰ ৰাজত্বৰ সময়তঅহিয়া নামৰ মানুহ এজন সম্পাদক আছিল ।
  • অহিয়া এজন নবীৰ নাম আছিল শীলোহ ঠাইৰ যোনে ভবিষবাণী কৰিছিল যে ইস্ৰায়েলৰ জাতি দুতা ভাগত ভাগ কৰা হব।
  • ইস্ৰায়েলৰ ৰজা বাচাৰ বাপেকৰো নাম অহজিয়া আছিল।

(অনুবাদ পৰামশ: অনুবাদ নাম)

(আৰু চাওক: বাচা, শীলোহ)

বাইবেল উল্লেখ:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H281