as_tw/bible/kt/trespass.md

2.7 KiB

অন্যায় , অপৰাধ, পাপ

সংজ্ঞা:

"অন্যায়" অৰ্থাৎ বিধান লঙ্ঘন কৰা বা আন ব্যক্তিৰ অধিকাৰক ভঙ্গ কৰা। "অন্যায়" হৈছে "অনাধিকাৰ প্ৰবেশকাৰী" প্ৰক্ৰিয়া।

  • অন্যায় নৈতিকতা ভঙ্গ বা সভ্যতা খৰ্ব বা আন ব্যক্তিৰ বিৰুদ্ধে পাপ কৰিব পাৰে।
  • এই শব্দটো এই শব্দটি শর্তাবলীর সাথে সম্পর্কযুক্ত "পাপ," আৰু "লঙ্ঘন কৰা," শব্দৰ লগত সম্পৰ্ক আছে বিশেষকৈ ঈশ্বৰৰ অবাধ্য হোৱা সম্পৰ্ক আছে।
  • সকলো পাপ ঈশ্বৰৰ বিৰুদ্ধে কৰা অন্য়ায় হয়।

অনুবাদ পৰামৰ্শ:

  • প্ৰসংগৰ ওপৰত নিৰ্ভৰ কৰি, "বিৰুদ্ধে অন্যায় " এইদৰে অন্যায় কৰিব পাৰে "বিৰুদ্ধে পাপ" বা "নিয়ম লঙ্ঘন কৰা।"
  • কিছুমান ভাষাত এক্সপ্ৰেশন এইদৰে হব পাৰে "সীমা পাৰ হোৱা" "অন্যায়" শব্দটো অনুবাদ কৰোতে ব্যৱহাৰ কৰিব পাৰে।
  • এই শব্দটো বাইবেল পাঠ সামৰি ইয়াৰ অৰ্থ কি দৰে উপযুক্ত হয় তাক বিবেচনা কৰক আৰু আন শব্দ যাৰ একে অৰ্থ থাকে তাৰ লগত তুলনা কৰিব, যেনে "লঙ্ঘন কৰা" আৰু "পাপ।"

(আৰু চাওক: অবাধ্য, অপৰাধ, পাপ, লঙ্ঘন কৰা)

বাইবেল উল্লেখিত:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H816, H817, H819, H2398, H4603, H4604, H6586, H6588, G264, G3900