as_tw/bible/kt/transgression.md

2.9 KiB

লঙ্ঘন কৰা, লঙ্ঘন কৰা , পাপ

সংজ্ঞা:

"লঙ্ঘন কৰা" শব্দটো কোনো আজ্ঞা, নিয়ম, বা নৈতিক নিয়মাৱলী ভঙ্গ কৰা। "লঙ্ঘন কৰা" হৈছে "পাপ" কৰা।

  • ৰূপকভাৱে, "লঙ্ঘন কৰা" শব্দটোক এইদৰেও ব্যাখ্যা কৰিব পাৰে "সীমা পাৰ কৰা," সেইটো হৈছে পৰিসীমা বা সীমাৰ তলত যোৱা যিটো সেই ব্যক্তি আৰু আনলোকসকলৰ বাবে ভালৰ কাৰণে স্থিৰ কৰা হৈছে।
  • "অপৰাধ," "পাপ," "অপৰাধ," আৰু "অন্যায়" এই সকলো শব্দ ঈশ্বৰৰ ইচ্ছাৰ বিৰুদ্ধে কৰা কাৰ্যত অন্তৰ্ভুক্ত আৰু তেওঁৰ আজ্ঞাৰ অবাধ্য হোৱা।

অনুবাদ পৰামৰ্শ:

  • "লঙ্ঘন কৰা" এইদৰে অনুবাদ কৰিব পাৰে "পাপ" বা "অবাধ্য" বা "বিদ্ৰোহ।"
  • যদি এটা পদ বা অংশ দুটা শব্দত ব্যৱহাৰ হয় তাৰ অৰ্থাৎ "পাপ" বা "লঙ্ঘন কৰা " বা "অন্যায় কৰা," এইটো প্ৰয়োজন যে, যদি সম্ভৱ হয় তেনেহলে বেলেগ বেলেগ ধৰণে এই শব্দবোৰ ব্যৱহাৰ কৰিব। যেতিয়া বাইবেল দুটা বা তাতোধিক শব্দ একে প্ৰসংগত একে অৰ্থৰ লগত সাধাৰণতে ইয়াৰ উদ্দেশ্য ইয়াত কি কব বিচাৰিছে বা কি দেখাব খুজিছে তাৰ ওপৰত গুৰুত্ব দিয়া প্ৰয়োজন।

(চাওক: উপমা)

(আৰু চাওক: পাপ, অন্যায়, অপৰাধ)

বাইবেল উল্লেখিত:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H898, H4603, H4604, H6586, H6588, G458, G459, G3845, G3847, G3848, G3928