as_tw/bible/kt/angel.md

8.0 KiB

স্বৰ্গদূত, স্বৰ্গদূতবোৰ , শ্ৰেষ্ঠ স্বৰ্গদূত

সংজ্ঞা:

স্বৰ্গদূত এজন শক্তিশালী আত্মা হয় জাক ঈশ্বৰে বনাইছে। স্বৰ্গদূতে ঈশ্বৰে যি কয় সেইটো কৰি তেওঁক সেৱা কৰে। "শ্ৰেষ্ঠ স্বৰ্গদূত" শব্দতো সেই স্বৰ্গদূতলৈ উল্লেখ কৰে যোনে ৰাজত্ব কৰে বা অন্যান্য স্বৰ্গদূতবোৰক নেতৃত্ব দিয়ে।

  • "স্বৰ্গদূত" শব্দটো সোজাসুজি অৰ্থ হৈছে "বাৰ্তাবহ"।
  • " শ্ৰেষ্ঠ স্বৰ্গদূত শব্দটো সোজাসুজি অৰ্থ হৈছে "মুখ্য বাৰ্তাবহ"। বাইবেলত কেৱল মিখাইলক " শ্ৰেষ্ঠ স্বৰ্গদূত " বুলি উল্লেখ কৰা হৈছে।
  • বাইবেলত, স্বৰ্গদূতে ঈশ্বৰৰ পৰা বাৰ্তা মানুহক দিছিল। এই বাৰ্তাবোৰত নিৰ্দেশ ঠাকে জোনবিলাক ঈশ্বৰে মানুহক বিচাৰে কৰাতো।
  • স্বৰ্গদূতে মানূহক ভৱিষ্যতত হবলগিয়া ঘটনা আৰু অতীতত হোৱা ঘটনা বোৰো কলে।
  • স্বৰ্গদূতবিলাকৰ ওচৰত ঈশ্বৰৰ ক্ষমতা আছে তেওঁৰ প্ৰতিনিধি হিচাপে আৰু কেতিয়াবা বাইবেলত তেওঁলোকে ঈশ্বৰে নিজে কোৱা নিচিনাকৈ কৈছিল।
  • অন্যান্যকে স্বৰ্গদূতে মানুহক ৰক্ষা কৰি আৰু বলকাৰক কৰি ঈশ্বৰক সেৱা কৰিছিল।
  • এটা বিষেশ বাক্য, "য়াহৱেহৰ স্বৰ্গদূত," এটাতকে বেছি অৰ্থ আছে: 1) এইটো "স্বৰ্গদূত জোনে য়াহৱেহক প্ৰতিনিধি কৰে" বা "বাৰ্তাবহ জোনে য়াহৱেহক সেৱা কৰে" হব পাৰে। 2)এইটো য়াহৱেহকো উল্লেখ কৰিব পাৰে,জোনজন স্বৰ্গদূত নিচিনা দেখাত যেতিয়া তেওঁ মানুহৰ লগত কথা পাতে। ইয়াত কোনোবাটাৰ অৰ্থ স্বৰ্গদূতৰ "মই" বুজাই যেনে য়াহৱেহ নিজেই কথা কৈ আছে।

অনুবাদ পৰামৰ্শ:

  • " স্বৰ্গদূত"ক অনুবাদ কৰাৰ উপায় "ঈশ্বৰৰ বাৰ্তাবহ " বা "ঈশ্বৰৰ স্বৰ্গীয় দাস" বা "ঈশ্বৰৰ আত্মাৰ বাৰ্তাবহ"ও অন্তভুৰ্ত কৰিব পাৰি।
  • " শ্ৰেষ্ঠ স্বৰ্গদূত" শব্দতো " মূখ্য স্বৰ্গদূত " বা "নেতা শাসক স্বৰ্গদূত " " স্বৰ্গদূতৰ নেতা " বুলিও অনুবাদ কৰিব পাৰি।
  • বিবেচনা কৰক যে কেনেকৈ এই শব্দবোৰ জাতীয় ভাষা বা স্থানীয় ভাষালৈ অনুবাদ কৰা হৈছে।
  • "স্বৰ্গদূত " বাক্যটো " স্বৰ্গদূত " আৰু "য়াহৱেহ" শব্দটো বব্যহাৰ কৰি অনুবাদ কৰিব লাগে। এয়াই অন্যান্য ব্যাখ্যাক অনুমতি দিব সেই বাক্যৰ। সম্ভব অনুবাদবোৰে " স্বৰ্গদূতৰ য়াহৱেহ" বা " য়াহৱেহৰ পৰা পঠোৱা স্বৰ্গদূত " বা "য়াহৱেহ,জোনজন দেখাত স্বৰ্গদূতৰ নিচিনা " অন্তভুৰ্ত কৰিব পাৰি।

(আৰু সাওক: কেনেকৈ নাম অনুবাদ কৰে)

(আৰু সাওক: মুখ্য, নেতা, বাৰ্তাবহ, মাইকেল, শাসক, দাস)

বাইবেল উল্লেখ:

বাইবেল কাহানিৰ পৰা উদাহৰণ:

  • 02:12 ঈশ্বৰৰ স্থাপিত শক্তিশালী, বহল স্বৰ্গদূতবোৰ বাগিচাত প্ৰবেশ কৰা যি কোনো লোকক জীৱন বৃক্ষৰ ফল খাব দিয়া হ’ব।
  • 22:03 সেই স্বৰ্গদূতে জখৰিয়াক প্ৰতিক্রিয়া প্ৰকাশ কৰি কৈছিল, “তোমালৈ এই ভাল খবৰ দিবৰ বাবে ঈশ্বৰৰ দ্বাৰ মই পঠোৱা হলো”।
  • 23:06 হঠাৎ এটা উজ্জলতাৰে স্বৰ্গদূত তেওঁলোকৰ ওচৰত উপস্থিত হ’ল (সেই মেৰ ৰখীয়াসকলৰ ওচৰত), আৰু তেওঁলোক আচৰিত হ’ল। সেই স্বৰ্গদূতে ক’লে, "ভয় নকৰিবা, কাৰণ মই তোমালোকৰ বাবে এটা ভাল খবৰ লৈ আহিছো”।
  • 23:07 হঠাৎ, আকাশ পৰিপূর্ণ হৈছিল স্বর্গদূতবোৰৰ সৈতে ঈশ্বৰক প্ৰশংসা কৰিলে¦
  • 25:08 সেই স্বৰ্গদূতবোৰ আহিল আৰু যীচুক তত্বাবধান কৰিলে।
  • 38:12 যীচু বৰ অস্থিৰ হৈছিল আৰু তেওঁৰ ঘামবোৰ তেজৰ টোপালৰ নিচিনা হৈছিল। ঈশ্বৰে পঠিয়াই দিলে স্বর্গদূতক আৰু তেওঁক শক্তি দিলে।
  • 38:15 "মই পিতৃৰ ওচৰত যদি বিচাৰো স্বৰ্গদূতৰ বাহিনী মোক ৰক্ষা কৰিবৰ বাবে।"

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H47, H430, H4397, H4398, H8136, G32, G743, G2465