as_ta/translate/writing-quotations/01.md

8.3 KiB

বিৱৰণ

যেতিয়া কয় যে কোনোবাই কিবা কৈছিল,আমি প্ৰায়েই কওঁ কোনে কৈছিল,কাৰ আগত কৈছিল আৰু তেওঁলোকে কি কৈছিল। কোনে আৰু কাৰ আগত কৈছিল সেই তথ্যখিনিক কোৱা হয় উদ্ধৃতি লাভাংশ (ইয়াক উদ্ধৃতি বুলিও কোৱা হয়।) কিছুমান ভাষাত উক্তিটোৰ আগত ,পাছত, নাইবা দুটা ভাগৰ মাজতো উদ্ধৃতি লাভাংশ আহিব পাৰে।

উদ্ধৃতি লাভাংশবোৰ তলত ৰেখাংকিত কৰা হৈছে।

  • তেওঁ কৈছিল, “ভাত হৈ গ’ল। আহা খাই লোৱা।“
  • “ ভাত হৈ গ’ল। আহা খাই লোৱা।“তেওঁ কৈছিল.
  • “ভাত হৈ গ’ল।“তেওঁ কৈছিল. “আহা খাই লোৱা।“

লগতে কিছুমান ভাষাত, উদ্ধৃতি লাভাংশ এটা ক্ৰিয়াৰ অৰ্থতকৈ বেছিও থাকিব পাৰে “কোৱা”

কিন্তু তাৰ মাকে উত্তৰ দিছিল আৰু কৈছিল, “নহয়,তাৰ পৰিৱৰ্তে তাক যোহন বুলি মাতিব।“(লুক 1:60 ULT)

যেতিয়া লিখিবা যে কোনোবাই কিবা কৈছিল,কিছুমান ভাষাত (কি কৈছিল) এইখিনি উক্তি ঊৰ্ধকমাৰ (“ “) ভিতৰত ৰাখে। কিছুমান ভাষাত বেলেগ চিহ্নও উক্তিটোৰ চাৰিওফালে ব্যৱহাৰ কৰে, এনেকুৱা ধৰণৰ কোণযুক্ত উদ্ধৃতি চিহ্ন (« »), নাইবা অন্য কিবা।

কাৰণ এইটো এটা অনুবাদৰ সমস্যা

  • অনুবাদকাৰী সকলে উদ্ধৃতি লাভাংশ তাত বহুৱাব লাগিব য’ত বহুৱালে তেওঁলোকৰ ভাষা মতে সকলোতকৈ স্পষ্ট আৰু প্ৰকৃত হয়।
  • অনুবাদকাৰী সকলে সিদ্ধান্ত কৰিব লাগিব এটা নাইবা দুটা ক্ৰিয়াৰ অৰ্থ ক’ত প্ৰয়োগ কৰিব। “কৈছিল”
  • অনুবাদকাৰী সকলে সিদ্ধান্ত কৰিব লাগিব কোনবোৰ চিহ্ন উক্তিটোৰ চাৰিওফলে ব্যৱহাৰ কৰিব।

বাইবেলৰ পৰা লোৱা উদাহৰণ

উক্তিটোৰ আগত উদ্ধৃতি লাভাংশ

জকৰ্য়াহএ দেবদূতক কৈছিল,”মই কেনেকৈ জানিম যে এইটো ঘটিব? কিয়নো মই এজন বৃদ্ধ মানুহ, আৰু মোৰ পত্নীও বহুত বৃদ্ধ।“ (লুক 1:18 ULT)

<খণ্ডউদ্ধিতি>তেতিয়া কৰ সংগ্ৰহকৰ্তাসকলেও বপতিস্মা হ’বলৈ আহিছিল, আৰুতেওঁলোকে তেখেতক কৈছিল, ছাৰ, আমি কি কৰিব লাগিব?” (লুক 3:12 ULT) </খণ্ডউদ্ধিতি >

তেখেতে তেওঁলোকক কৈছিল, “তুমি তোমাক লগাতকৈ বেছি পইচা সংগ্ৰহ নকৰিবা,যিমান পইচা সংগ্ৰহ কৰিব লাগে সিমানহে কৰিবা।““ (লুক 3:13 ULT)

উক্তিৰ পাছত উদ্ধৃতি লাভাংশ

ইয়াহৱেহ এইটোৰ লগত জড়িত। “এইটো নহ’ব,” তেখেতে কৈছিল. (আমোস 7:3 ULT)

উক্তিটোৰ দুটা ভাগৰ মাজত উদ্ধৃতি লাভাংশ

”মই তেওঁলোকৰ পৰা মোৰ মুখ লুকাম।“সি কৈছিল, “ আৰু সিহঁতৰ শেষ কি হ’ব মই চাম; কিয়নো সিহঁত বিকৃত প্ৰজন্মৰ সন্তান যিসকল বিশ্বাসযোগ্য নহয়। দ্বিতীয় বিৱৰণ 3:20 ULT)

<খণ্ডউদ্ধিতি >"সেইবাবে, যিসকলে কৰিব পাৰে,” সি কৈছিল, “ আমাৰ লগত তালৈ যাব লাগিব। যদি মানুহজনৰ কিবা দোষ দেখে, তেতিয়া আপুনি তাক জগৰীয়া কৰা উচিত। “(একতচ ২৫:৫ ULT) </খণ্ডউদ্ধিতি >

”চোৱা, দিনবোৰ আহি আছে” "—এইটো ইয়াহৱেহৰ ঘোষণা—"যেতিয়া মই মোৰ মানুহবোৰৰ ভাগ্য বাহল কৰিম,ইজৰাইল” (যিৰিমিয়া 30:3 ULT)

অনুবাদ কৌশল

  1. উদ্ধৃতি লাভাংশ ক’ত বহুৱাব সিদ্ধান্ত কৰক।
  2. এটা নাইবা দুটা শব্দৰ প্ৰয়োগ ক’ত কৰিব সিদ্ধান্ত কৰক।

অনুবাদৰ কৌশল প্ৰয়োগ কৰাৰ উদাহৰণসমূহ

  1. উদ্ধৃতি লাভাংশ ক’ত বহুৱাব সিদ্ধান্ত কৰক।
  • " সেইবাবে, যিসকলে কৰিব পাৰে, ” সি কৈছিল, “ আমাৰ লগত তালৈ যাব লাগিব। যদি মানুহজনৰ কিবা দোষ দেখে, তেতিয়া আপুনি তাক জগৰীয়া কৰা উচিত।." ( পাঁচনি 25:5 ULT)
  • সি কৈছিল, “সেইবাবে, যিসকলে আমাৰ লগত তালৈ যাব পাৰিব। যদি মানুহজনৰ কিবা দোষ দেখে, তেতিয়া আপুনি তাক জগৰীয়া কৰা উচিত।."
  • “সেইবাবে, যিসকলে আমাৰ লগত তালৈ যাব পাৰিব। মানুহজনৰ কিবা দোষ দেখে, তেতিয়া আপুনি তাক জগৰীয়া কৰা উচিত। " সি কৈছিল, .
  • “সেইবাবে, যিসকলে আমাৰ লগত তালৈ যাব পাৰিব।“ সি কৈছিল, “যদি মানুহজনৰ কিবা দোষ দেখে, তেতিয়া আপুনি তাক জগৰীয়া কৰা উচিত।."
  1. এটা নাইবা দুটা শব্দৰ প্ৰয়োগ ক’ত কৰিব সিদ্ধান্ত কৰক। “কোৱা”
  • কিন্তু তাৰ মাকে উত্তৰ দিছিল আৰু কৈছিল, “নহয়,তাৰ পৰিৱৰ্তে তাক জ’ন বুলি মাতিব।" “(লুক 1:60 ULT)
  • কিন্তু তাৰ মাকেউত্তৰ দিছিল, “নহয়,তাৰ পৰিৱৰ্তে তাক জ’ন বুলি মাতিব “
  • কিন্তু তাৰ মাকেউত্তৰ দিছিল, ““নহয়,তাৰ পৰিৱৰ্তে তাক জ’ন বুলি মাতিব। ।“
  • কিন্তু তাৰ মাকেউত্তৰ দিছিল এনেদৰে, “নহয়,তাৰ পৰিৱৰ্তে তাক জ’ন বুলি মাতিব।“ তাই কৈছিল</u।