as_ta/translate/writing-poetry/01.md

98 lines
13 KiB
Markdown

### বিৱৰণ
কবিতা এনেকুৱা এটা পথ য'ত ব্যক্তিয়ে নিজৰ বক্তব্য আৰু লিখন অধিক সুন্দৰ কৰিবলৈ আৰু শক্তিশালী আবেগ প্ৰকাশ কৰিবলৈ নিজৰ ভাষাৰ শব্দবোৰ আৰু ধ্বনি ব্যৱহাৰ কৰে। কবিতাৰ যোগেদি ব্যক্তিয়ে সহজ অ-কাব্যিক ৰূপ যোগেদি কৰিব পৰা বাহিৰেও গভীৰ আবেগৰ সংবাদ কৰিব পাৰে। কবিতাই প্ৰবচনৰ দৰে সঁচা বিবৃতিৰ বাবে অধিক ওজন আপু লালিত্য প্ৰদান কৰে আৰু সাধাৰণ বক্তব্যতকৈ অধিক ভালদৰে মনত ৰাখিবলৈ সহজ।
#### কবিতাত স্বাভাৱিকভাৱে বিচাৰি পোৱা কিছুমান বস্তু
* বক্তব্যৰ বহুত ফিগাৰ যেনে [ঊৰ্ধকমা](../figs-apostrophe/01.md)।
* সমান্তৰাল শাৰীসমূহ ([সমান্তৰালতা](../figs-parallelism/01.md) আৰু [একে অৰ্থৰ সৈতে সমান্তৰালতা](../figs-synonparallelism/01.md) চাওক)
* এটা শাৰীৰ কিছু বা সকলোবিলাকৰ পুনৰাবৃত্তি
* **তেওঁ, তেওঁৰ সকলো দূতক প্ৰশংসা কৰক; তেওঁ, তেওঁৰ সকলো দূতক সৈনিকক প্ৰশংসা কৰক। তেওঁ, সূৰ্য্য আৰু চন্দ্ৰক প্ৰশংসা কৰক; তেওঁক, আপুনি দেখা সকলো জিলিকি থকা তৰাক প্ৰশংসা কৰক।** (গীতমালা 148:2-3 ULT)
* একে দৈৰ্ঘ্যৰ ৰেখা।
* **প্ৰেম হৈছে ধৈৰ্য্য আৰু দয়ালু; প্ৰেমে ইৰ্ষা বা গৌৰৱ নকৰে; এইটো অভিমানী বা অভদ্ৰ নহয়।** (1 কোৰিন্থীয়ান 13:4 ULT)
* একে ধ্বনি দুটা বা অধিক শাৰীৰ সমাপ্তিত বা আৰম্ভণিত ব্যৱহাৰ কৰা হয়
* "টুইংকল, টুইংকল লিটিল <u>ষ্টাৰ</u>। হাও আই উৱণ্ডাৰ হোৱাট ইউ <u>আৰ</u>।" (এটা ইংৰাজী কবিতাৰ পৰা)
* একে ধ্বনি বহুত বাৰ পুনৰাবৃত্তি কৰা হয়
* "পিটাৰ, পিটাৰ, পাম্পকিন ইটাৰ" (এটা ইংৰাজী কবিতা পৰা)
* পুৰণি শব্দবোৰ আৰু ব্যক্তসমূহ
* নাটকীয় কল্পনা
* ব্যাকাৰণৰ বেলেগ বেলেগ ব্যৱহাৰ - অন্তৰ্ভুক্ত:
* অসম্পূৰ্ণ বাক্য
* সংযুক্ত শব্দৰ অভাৱ
#### আপোনাৰ ভাষাত কবিতাৰ বাবে চাবলৈ কিছু স্থান
1. গান, বিশেষ পুৰণি গান বা শিশুৰ খেলত ব্যৱহাৰ কৰা গান
1. ধৰ্মীয় অনুষ্ঠান বা পূজাৰীৰ বা জাদুকৰীৰ সঙ্গীত
1. প্ৰাৰ্থনা, আশীৰ্বাদ বা অভিশাপ
1. পুৰণি কিংবদন্তি
#### মাৰ্জিত বা অভিনৱ বক্তব্য
মাৰ্জিত বা অভিনৱ বক্তব্য কবিতাৰ দৰে একে য'ত ই ধুনীয়া ভাষা ব্যৱহাৰ কৰে, কিন্তু ই কবিতাৰ ভাষাৰ সকলো সুবিদা ব্যৱহাৰ নকৰে আৰু ই কবিতাই যিমান ব্যৱহাৰ কৰে সিমান নকৰে। ভাষাত থকা জনপ্ৰিয় স্পিকাৰে প্ৰায় মাৰ্জিত বক্তব্য ব্যৱহাৰ কৰে আৰু এইটো সম্ভৱত আপোনাৰ ভাষাত বক্তব্যটো কি সুন্দৰ কৰে সেইটো বিচাৰিবলৈ অধ্যয়ন কৰিবৰ বাবে পাঠৰ সকলোতকৈ সহজ উৎস হয়।
#### কাৰণ এইটো এটা অনুবাদ সমস্যা:
* বেলেগ ভাষাই বেলেগ বিষয়বস্তুৰ বাবে কবিতা ব্যৱহাৰ কৰে। যদি এটা কবিতা ফৰ্ম হয় যিয়ে আপোনাৰ ভাষাত একে অৰ্থটো সংবাদ কৰিব নোৱাৰিব তেন্তে আপুনি ইয়াক কবিতা নোহোৱাকৈ লিখিব লাগিব পাৰে।
* কিছু ভাষাত, বাইবেলৰ এটা বিশেষ অংশৰ বাবে কবিতা ব্যৱহাৰ কৰাই ইয়াক অধিক শক্তিশালী বনাব।
### বাইবেলৰ পৰা উদাহৰণ
বাইবেলে গান, শিক্ষা, আৰু ভৱিষ্যদ্বাণীৰ বাবে কবিতা ব্যৱহাৰ কৰে। পুৰণি নিয়মৰ প্ৰায় সকলো পুস্তকত কবিতা আছে আৰু বহুত কিতাপ সম্পূৰ্ণভাৱে কবিতা হয়।
>কাৰণ আপুনি মোৰ কষ্ট দেখিছে;
>আপুনি মোৰ আত্মাৰ কষ্টটো জানিছিল। (গীতমালা 31:7 ULT)
[একে অৰ্থৰ সৈতে সমান্তৰালতা](../figs-synonparallelism/01.md)ৰ এই উদাহৰণত একে বস্তু থকা দুটা শাৰী আছে।
>প্ৰভু, জানিটোক ন্যায় কৰক;
>প্ৰভু মোক মনত পেলাওক, কাৰণ মই ধাৰ্মিক আৰু নিৰ্দোষী, সৰ্বশ্ৰেষ্ঠ।
সমান্তৰালতাৰ এই উদাহৰণে ডেভিডে বিচাৰিছে যে ইশ্বৰে তেওঁৰ বাবে কি কৰিব আৰু তেওঁ বিচাৰিছে যে ইশ্বৰে ধাৰ্মিক জাতিৰ বাবে কি কৰিব তাৰ মাজৰ ইয়াৰ বিপৰীত দেখুৱায়। (চাওক [সমান্তৰালতা](../figs-parallelism/01.md))
>আপোনাৰ কৰ্মচাৰীক অহংকাৰৰ নিচিনা পাপৰ পৰা বচাওক;
>সিহঁতে মোৰ ওপৰত শাসন কৰিবলৈ নিদিব। (গীতমালা 19:13 ULT)
ব্যক্তিগতকৰণৰ এই উদাহৰণে পাপৰ বিষয়ে কয় যদি সিহঁতে এজন ব্যক্তিক শাসন কৰিব পাৰে। (চাওক [ব্যক্তিগতকৰণ](../figs-personification/01.md))
>ওহ, প্ৰভুক ধন্যবাদ দিয়ক; কাৰণ তেওঁ ভাল, কাৰণ তেওঁৰ চুক্তিৰ বিশ্বস্ততা চিৰদিনলৈ নোহোৱা হৈ যায়।
>ওহ, ইশ্বৰৰ ইশ্বৰক ধন্যবাদ দিয়ক, কাৰণ তেওঁ চুক্তিৰ বিশ্বস্ততা চিৰদিনলৈ নোহোৱা হৈ যায়।
>ওহ, প্ৰভুৰ প্ৰভুক ধন্যবাদ দিয়ক, কাৰণ তেওঁৰ চুক্তিৰ বিশ্বস্ততা চিৰদিনলৈ নোহোৱা হৈ যায়। (গীতমালা 136:1-3 ULT)
এই উদাহৰণে বাক্যাংশ "ধন্যবাদ দিয়ক" আৰু "তেওঁৰ চুক্তিৰ বিশ্বস্ততা চিৰদিনলৈ নোহোৱা হৈ যায়" পুনৰাবৃত্তি কৰে।
### অনুবাদ কৌশল
যদি উৎস পাঠত ব্যৱহাৰ কৰা কবিতাৰ শৈলীটো স্বাভাৱিক হ'ব আৰু আপোনাৰ ভাষাত সঠিক অৰ্থ প্ৰদান কৰিব তেন্তে ইয়াক ব্যৱহাৰ কৰাটো গণ্য কৰক। যদি নহয়, তেন্তে ইয়াত ইয়াক অনুবাদ কৰাৰ অন্য কিছু উপায় আছে।
1. আপোনাৰ এটা কবিতাৰ শৈলী ব্যৱহাৰ কৰি কবিতাটো অনুবাদ কৰক।
1. আপোনাৰ মাৰ্জিত বক্তব্যৰ শৈলী ব্যৱহাৰ কৰি কবিতাটো অনুবাদ কৰক।
1. আপোনাৰ স্বাভাৱিক বক্তব্যৰ শৈলী ব্যৱহাৰ কৰি কবিতাটো অনুবাদ কৰক।
যদি আপুনি কবিতা ব্যৱহাৰ কৰে তেন্তে এইটো বহুত সুন্দৰ হব পাৰে।
যদি আপুনি স্বাভাৱিক বক্তব্য ব্যৱহাৰ কৰে তেন্তে এইটো অধিক স্পষ্ট হব পাৰে।
### প্ৰয়োগ কৰা অনুবাদ কৌশলৰ উদাহৰণ
>ধন্য সেই মানুহজন যিজনে দুষ্টই পৰামৰ্শ দিয়া পথত নচলে,
>বা দুষ্ট লোকৰ সৈতে পথত থকা,
>বা ধেমালি কৰা লোকসকলৰ মাজত বহক।
>কিন্তু তেওঁৰ সুখ প্ৰভুৰ আইনত আছে,
>আৰু তেওই নিজৰ আইনত দিনে ৰাতিয়ে চলে। (গীতমালা 1:1,2 ULT)
ব্যক্তিসকলে গীতমালা 1:1,2 কেনেকৈ অনুবাদ কৰিব পাৰে তাৰ বিষয়ে তলত উদাহৰণ দিয়া হৈছে।
(1) আপোনাৰ এটা কবিতাৰ শৈলী ব্যৱহাৰ কৰি কাবিতাটো অনুবাদ কৰক। (এই উদাহৰণৰ শৈলীত প্ৰতিটো শাৰীত সমাপ্তিত একেধৰণৰ ধ্বনি থকা শব্দ আছে।)
>"সেইজন ব্যক্তি সুখী যিজনে <u>পাপক</u> উত্সাহ নিদিয়ে
>ভগৱানক অনাদৰ কৰাজন <u>নাথাকিব</u>
>যিজনে প্ৰভুক হাঁহে সেইজন <u>কিন নহয়</u>
>ইশ্বৰ হৈছে নিয়ন্তৰ <u>আনন্দ</u>
>ইশ্বৰে যিটো <u>সঠিক</u> বুলি কয় তেওঁ সেইটোৱে কৰে।
>তেওঁই গোটেই দিন <u>আৰু ৰাতি</u> ইয়াৰ বিষয়ে ভাবে
(2) আপোনাৰ মাৰ্জিত বক্তব্যৰ শৈলী ব্যৱহাৰ কৰি কবিতাটো অনুবাদ কৰক।
* এইজন এনেকুৱা এজন ব্যক্তি যিজন সঁচাকৈ ধন্য: সেইজন যিজনে দুষ্টলোকে পৰামৰ্শ দিয়া পথত নচলে বা দুষ্টৰ সৈতে কথা পথা পথটো বন্ধ কৰে, বা সেইসকলৰ সভাত যোগদান কৰা যিসকলে ইশ্বৰক নিন্দা কৰে। তেওঁ প্ৰভুৰ আইনত বহুত সুখী আৰু তেওঁ দিনে ৰাতিয়ে তাক ধ্যান কৰে।
(3) আপোনাৰ স্বাভাৱিক বক্তব্যৰ শৈলীটো ব্যৱহাৰ কবিতাটো অনুবাদ কৰক।
* যিসকলে দুষ্টলোকৰ পৰামৰ্শ নলয় তেওঁলোক সঁচাকৈ সুখত থাকে। সিহঁতে সেই লোকসকলৰ লগত নাথাকে যিসকলে একেৰাহে বেয়া কামবোৰ কৰে বা যিসকলে ইশ্বৰক সন্মান নকৰে। সিহঁতে প্ৰভুৰ নিয়ম পালন কৰিবলৈ ভাল পায় আৰু সিহঁতে সকলো সময়তে ইয়াৰ বিষয়ে ভাবে।