as_ta/translate/translate-unknown/01.md

14 KiB
Raw Permalink Blame History

সিংহ, ডিমৰুৰ গছ, পাহাৰ, পুৰোহিত, অথবা মন্দিৰৰ দৰে শব্দবিলাক মই কেনেকৈ অনুবাদ কৰিম, যিহেতু মোৰ সংস্কৃতিৰ মানুহে এইবোৰ বস্তু আগতে দেখা নাই আৰু ইয়াৰ বাবে কোনো শব্দ নাই।

বিৱৰণ

নজনা এনে বস্তু হয় যি উৎস পাঠত থাকে, যিবিলাক আপোনাৰ সংস্কৃতিৰ মানুহে চিনি নাপায়। অনুবাদশব্দ আৰু অনুবাদটিকাৰ পৃষ্ঠাকেইটা আপোনাক এইবোৰ বুজিবলৈ সহায় কৰিব। এইবোৰ বুজাৰ পাছত, আপুনি সেই বস্তুবোৰৰ উল্লেখ কৰা উপায় বিচাৰিব লাগিব যাতে আপোনাৰ অনুবাদ পঢ়া লোকসকলে বুজি পায় সেইবোৰ কি হয়।

আমাৰ ইয়াত কেৱল পাঁচটা পিঠা আৰু দুটা মাছহে আছে। (মথি 14:17 ULT)

পিঠা হৈছে এবিধ খাদ্য যি শস্যক গুৰিৰ সৈতে তেল মিহলাই, আৰু তাৰ পাছত সেই মিশ্ৰণটো শেকা হয় যাতে সেই মিশ্ৰণটো শুকাই যায়। (বীজ এক প্ৰকাৰৰ ঘাঁহৰ গুটি।) কিছুমান সংস্কৃতিত মানুহৰ পিঠা নাথাকে অথবা চিনি নাপায়।

এইটো এটা অনুবাদৰ সমস্যা হোৱাৰ কাৰণ

  • পাঠক সকলে বাইবেলত থকা কিছুমান বস্তু চিনি নাপাব পাৰে কাৰণ সেইবিলাক বস্তু তেওঁলোকৰ সংস্কৃতিৰ অংশ নহয়।
  • পাঠত থকা কিছুমান কথা বুজি নাপালে পাঠকসকলৰ বাবে বুজাত অসুবিধা হব পাৰে।

অনুবাদৰ নিয়ম

  • যদি সম্ভৱ হয় তেনেহলে আপোনাৰ ভাষাত থকা শব্দবোৰ যিমন পাৰে ব্যৱহাৰ কৰক।
  • যদি সম্ভৱ হয় কথাবোৰ যিমান পাৰে চুটিকৈ লিখক।
  • ঈশ্বৰৰ আদেশ আৰু ঐতিহাসিক তথ্য সঠিকভাৱে প্ৰদৰ্শন কৰক।

বাইবেলৰ পৰা উদাহৰণ

মই যিৰূচালেমক ভগ্নৰাশি, শিয়ালৰ শিয়ালৰ বাসস্থান কৰিম।(যিৰিমিয়া 9:11 ULT)

শিয়াল বনৰীয়া জন্তু যি দেখিবলৈ কুকুৰৰ দৰে আৰু বিশ্বৰ কেইডোখৰমাণ ঠাইতহে পোৱা যায়। সেইবাবে ইহঁতক বহু ঠাইত জনা নযায়।

ভুৱা ভাৱবাদী সকলৰ বিষয়ে সাৱধান হোৱা, সিহঁতে তোমালোকৰ ওচৰলৈ মেৰৰ বেশ লৈ আহে, অথচ ভিতৰি সিহঁত হিংস্র ৰাংকুকুৰ। (মথি 7:15 ULT)

যি ঠাইত অনুবাদটো পঢ়া হব যদি তাত হিংস্র ৰাংকুকুৰ নাথাকে, তেনেহলে হয়তু পাঠক সকলে সেইটো যে ভয়ঙ্কৰ হয় বুজি নাপাব যে কুকুৰৰ দৰে হিংসুক বনৰীয়া জন্তু আৰ ভেড়া খায়।

তাতে তেওঁলোকে যীচুক গন্ধৰসেৰে. মিহলি হোৱা দ্ৰাক্ষাৰস যাচিলে কিন্তু তেওঁ তাক গ্ৰহণ নকৰিলে। (মাৰ্ক 15:23 য়ুএলটি)

মানুহবিলাকে গন্ধৰস কি আছিল আৰু সেইটো যে দৰব হিচাপে ব্যৱহাৰ কৰা হৈছিল সেইটো নাজানিবও পাৰে।

যি জনাই মহা জ্যোতিবোৰ নিৰ্ম্মাণ কৰিলে, (গীতমালা 136:7 য়ুএলটি)

পোহৰ দিয়া বস্তুবিলাকৰ বাবে কিছুমান ভাষাত নিশেষ শব্দ থাকে, যেনে সূৰ্য আৰু জুই, কিন্তু পোহৰৰ বাবে কোনো সাৰ্বজনীন শব্দ নাই।

তোমাৰ পাপবিলাক ... বৰফৰ দৰে বগা হ’ব (যিচয়া 1:18 য়ুএলটি)

বিশ্বৰ বিভিন্ন প্ৰান্তৰ মানুহে বৰফ হয়তো দেখা নাই, কিন্ত হয়তো তেওঁলোকে বৰফ ফটোত দেখিছে।

অনুবাদৰ কৌশল

আপোনাৰ ভষাত নথকা শব্দ এতা অনুবাদ কৰিবৰ বাবে আপুনি এইখিনি কৌশল ব্যৱহাৰ কৰিব পাৰে:

  1. অনুবাদ কৰা চন্দটোত এটা এনেকুৱা বাক্যাংশ ব্যৱহাৰ কৰক যিটোৱে নজনা বস্তুটো ভালদৰে নুজায়, অথবা নজনা বস্তুটোৰ বিষয়ে কি প্ৰয়োজনীয় সেইটো ভালদৰে বুজায়।
  2. আপোনাৰ ভষাত পৰা তাৰ দৰে একেই বস্তুৰ লগত প্ৰতিষ্ঠাপন কৰক যদিহে ই কোনো ঐতিহাসিক কথা ভুলকৈ প্ৰদৰ্শন নকৰে।
  3. অন্য ভাষাৰ পৰা শব্দটো নকল কৰক, আৰু মানুহবিলাকে বুজিবৰ বাবে এটা সাধাৰন শব্দ অথবা বিৱৰণি দিয়া বাক্যাংশ এটা যোগ কৰক।
  4. এনেকুৱা এটা শব্দ ব্যৱহাৰ কৰক যিটো বেছি সাধাৰণ।
  5. এনেকুৱা এটা শব্দ অথবা বাক্যাংশ ব্যৱহাৰ কৰক যিটো বেছি বিশিষ্ট।

অনুবাদৰ কৌশল ব্যৱহাৰ কৰা উদাহৰণ

  1. অনুবাদ কৰা চন্দটোত এটা এনেকুৱা বাক্যাংশ ব্যৱহাৰ কৰক যিটোৱে নজনা বস্তুটো ভালদৰে নুজায়, অথবা নজনা বস্তুটোৰ বিষয়ে কি প্ৰয়োজনীয় সেইটো ভালদৰে বুজায়।
  • ভুৱা সিদ্ধৰ পৰা সাৱধানে থাকিবা, যিবিলাক ভেড়াৰ চাল পিন্ধি আছে, কিন্তু আচলতে হিংসক কুকুৰনেচীয়া বাঘ (মথি 7:15 য়ুএলটি)
  • ভুৱা সিদ্ধৰ পৰা সাৱধানে থাকিবা, যিবিলাক্ত তোমাৰ ওচৰলৈ ভেড়াৰ চাল পিন্ধি আহে, কিন্তু আচলতে ভোকাতুৰ আৰু হিংসুক জন্তু

ইয়াত “হিংসুক কুকুৰনেচীয়া বাঘ” ৰূপকৰ এতা অংশ, সেইবাবে পঢ়ুৱৈৱে ৰূপটো বুজিবৰ বাবে এইটো জনা প্ৰয়োজনীয় যে সিবিলাক্ৰ বেজ্ঞাৰ বাবে এতা বিপদ। (যদি ভেড়াও চিনি নাপায়, তেন্তে ভেজ্ঞাৰ বুজাবৰ বাবে কোনো এটা অনুবাদৰ কৌশল ব্যৱহাৰ কৰিব লাগে, অথবা ৰূপকটো পুনৰ পৰিৱৰ্তন কৰিব লাগে, ৰূপক অনুবাদ কৰাৰ কোনো এটা কৌশল ব্যৱহাৰ কৰি। ৰূপক অনুবাদ কৰা চাওক।)

  • আমৰ ওচৰত মাত্ৰ পিঠাৰ পাঁচটা টুকুৰা আৰু দুটা মাছ আছে (মথি 14:17 য়ুএলটি)
  • ইয়াত আমাৰ ওচৰত মাত্ৰ দুটা ভঙা পিঠাৰ দুটা টুকুৰা আৰু দুটা মাছ আছে
  1. আপোনাৰ ভষাত পৰা তাৰ দৰে একেই বস্তুৰ লগত প্ৰতিষ্ঠাপন কৰক যদিহে ই কোনো ঐতিহাসিক কথা ভুলকৈ প্ৰদৰ্শন নকৰে।
  • তোমাৰ পাপবিলাক ... বৰফৰ দৰে বগা হ’ব (যিচয়া 1:18 য়ুএলটি) এই চন্দটো বৰফৰ বিষয়ে নহয়। ই বৰফক এটা পদ হিচাপে ব্যৱহাৰ কৰে যাতে মানুহবিলাকে বুজি পায় এটা বস্তু কিমান বগা হ’ব পাৰে।
  • তোমাৰ পাপবিলাক ... গাখীৰৰ দৰে বগা হ’ব
  • তোমাৰ পাপবিলাক ... জোনৰৰ দৰে বগা হ’ব
  1. অন্য ভাষাৰ পৰা শব্দটো নকল কৰক, আৰু মানুহবিলাকে বুজিবৰ বাবে এটা সাধাৰন শব্দ অথবা বিৱৰণি দিয়া বাক্যাংশ এটা যোগ কৰক।
  • তাৰপাচত তেওঁওকে যীচুক দাক্ষ্ৰা দিয়াৰ চেষ্টা কৰিলে য’ত গন্ধৰস মিহলোৱা আছিল। কিন্তু তেওঁ সেইখিনি নাখাওঁ বুলি ক’লে। (মাৰ্ক 15:23 য়ুএলটি) গন্ধৰস কি বস্তু সেইটো “ঔষধ” শব্দটোৰ লগত ব্যৱহাৰ কৰিলে ভালদৰে বুলি পাব।
  • তাৰপাচত তেওঁলোকে যীচুক দাক্ষ্ৰা দিয়াৰ চেষ্টা কৰিলে যিটো গন্ধৰস নামৰ এটা ঔষধৰ লগত মিলোৱা আছিল। কিন্তু তেওঁ সেইখিনি নাখাওঁ বুলি ক’লে।
  • আমৰ ওচৰত মাত্ৰ পিঠাৰ পাঁচটা টুকুৰা আৰু দুটা মাছ আছে (মথি 14:17 য়ুএলটি) - পিঠা কিহৰ পৰা বনোৱা হয় (গুটি) আৰু কেনেদৰে বনোৱা হয় (গুৰি কৰি বেক কৰি) সেইটো বুজুৱা বাক্যাংশ এটা ব্যৱহাৰ কৰিলে মানুহে ভালদৰে বুজি পাব।
  • ইয়াত আমাৰ ওচৰত মাত্ৰ পাঁচটা বেক কৰা খুন্দা গুটিৰ পিঠা টুকুৰা আৰু দুটা মাছ আছে
  1. এনেকুৱা এটা শব্দ ব্যৱহাৰ কৰক যিটো বেছি সাধাৰণ।
  • মই যিৰুচালেমৰ ভগ্নাৱশেষৰ স্থলি, শিয়ালৰ লুকাই থকা স্থানলৈ পৰিৱৰ্তন কৰিম (যিৰিমিয়া 9:11 য়ুএলটি)
  • মই যিৰুচালেমৰ ভগ্নাৱশেষৰ স্থলি, বনৰীয়া কুকুৰৰ লুকাই থকা স্থানলৈ পৰিৱৰ্তন কৰিম
  • আমৰ ওচৰত মাত্ৰ পিঠাৰ পাঁচটা টুকুৰা আৰু দুটা মাছ আছে (মথি 14:17 য়ুএলটি)
  • ইয়াত আমাৰ ওচৰত মাত্ৰ পাঁচটা ভঙা পিঠাৰ টুকুৰা আৰু দুটা মাছ আছে
  1. এনেকুৱা এটা শব্দ অথবা বাক্যাংশ ব্যৱহাৰ কৰক যিটো বেছি বিশিষ্ট।
  • সেইজনৰ বাবে যি ডাঙৰ পোহৰ নিৰ্মাণ কৰিলে (গীতমালা 136:7 য়ুএলটি)

সেইজনৰ বাবে যি সূৰ্যটো আৰু বেলিটো নিৰ্মাণ কৰিলে