as_ta/translate/translate-source-text/01.md

14 lines
2.7 KiB
Markdown

### এটা উৎস পাঠৰ বাবে গণ্য কৰা কাৰকসমূহ
এটা উৎস পাঠ বাছি লোৱাৰ সময়ত, কাৰকৰ এটা সংখ্যা থাকে যাক গণ্য কৰিব লাগিব:
* **[বিশ্বাসৰ বিবৃতি](../../intro/statement-of-faith/01.md)** - এইটো বিশ্বাসৰ বিবৃতিৰ সৈতে শাৰীৰ পাঠ হয়নে?
* **[অনুবাদৰ নিৰ্দেশনাৱলী](../../intro/translation-guidelines/01.md)** - এইটো অনুবাদৰ নিৰ্দেশনাৱলীৰ সৈতে শাৰীৰ পাঠনে?
* **ভাষা** - এইটো এটা উপযুক্ত ভাষাত থকা পাঠ হয়নে যাক অনুবাদক আৰু পৰীক্ষকে ভালদৰে বুজি পায়?
* **[প্ৰতিলিপি স্বত্ব, অনুজ্ঞাপত্ৰ সম্পৰ্কীয় আৰু উৎস পাঠসমূহ](../translate-source-licensing/01.md)** - পৰ্যাপ্ত আইনী স্বাধীনতা প্ৰদান কৰা এটা অনুজ্ঞাপত্ৰৰ অধীনত মু্ক্তি দিয়া পাঠনে?
* **[উৎস পাঠসমূহ আৰু সংস্কৰণ সংখ্যাসমূহ](../translate-source-version/01.md)** - পাঠটো শেহতীয়া, প্ৰায় উন্নীত কৰা সংস্কৰণ নেকি?
* **[মূল আৰু উৎস ভাষাসমূহ](../translate-original/01.md)** - অনুবাদ দলে উৎস ভাষা আৰু মূল ভাষাৰ মাজত থকা পাৰ্থক্যটো বুজি পায়নে?
* **[মূল পুঁথি](../translate-manuscripts/01.md)** - অনুবাদ দলে মূল পুঁথি আৰু [পাঠ ৰূপসমূহ](../translate-textvariants/01.md)ৰ বিষয়ে বুজি পায়নে?
ভাষা গোটত থকা মণ্ডলীৰ দলপতিয়ে উৎস পাঠ ভাল হোৱাৰ লগত যে একমত হৈছে সেইটো গুৰুত্বপূৰ্ণ। মুক্ত বাইবেল গল্পসমূহ http://ufw.io/stories/ত থকা বহুত উৎস ভাষাত উপলব্ধ। ইংৰাজীত অনুবাদৰ বাবে উৎস হিচাপে ব্যৱহাৰ কৰিবলগীয়া বাইবেলৰ অনুবাদো আছে আৰু ইয়াৰ লগতে অন্য ভাষাও আছে।