as_ta/translate/translate-help/01.md

14 lines
3.5 KiB
Markdown

### অনুবাদৰ সহায় ব্যৱহাৰ কৰা
অনুবাদকসকলক সৰ্বোত্তম অনুবাদ কৰিবলৈ, **অনুবাদ টোকাসমূহ**, **অনুবাদ শব্দবোৰ** আৰু **অনুবাদ প্ৰশ্নসমূহ** তৈয়াৰ কৰা হৈছে।
**অনুবাদ টোকাসমূহ** হৈছে সাংস্কৃতিক, ভাষাগত আৰু ব্যাখ্যামূলক টোকা যি অনুবাদকসকলক সঠিকভাবে অনুবাদ কৰিবলৈ জনা প্ৰয়োজন এনে কিছু বাইবেল পটভূমি বৰ্ণনা আৰু ব্যাখ্যা কৰিবলৈ সহায় কৰে। অনুবাদ টোকাসমূহ অনুবাদকসকলক বিভিন্ন উপায় অনুপ্ৰাণিত কৰে, সেইবোৰ হয়তু একে অৰ্থ প্ৰকাশ কৰিব পাৰে। চাওক http://ufw.io/tn/.
**অনুবাদ শব্দবোৰ** হৈছে মুকলি বাইবেল গল্প আৰু বাইবেলত পোৱা মূল শব্দ হয়, যি সঠিকভাবে অনুবাদ কৰিবলৈ গুৰুত্বপূৰ্ণ হয়। এই শব্দ বা বাক্যাংশবোৰৰ প্ৰত্যেকটোতে এটা সৰু নিবন্ধ লিখা আছে, লগতে আন্যান্য ঠাইবোৰত প্ৰতিনিৰ্দেশ কৰা হয় যত সেই শব্দটো উনমুক্ত বাইবেল গল্প বা বাইবেলত ব্যৱহাৰ কৰা হয়। অনুবাদকক আন উপায় দেখাবলৈ এই অনুবাদ শব্দটো ব্যৱহাৰ কৰা হয় আৰু সেই ঠাইবোৰত যাতে সঠিকভাবে অনুবাদ কৰা হৈছে তাক নিশ্চিত কৰক। চাওক http://ufw.io/tw/.
**অনুবাদ প্ৰশ্নসমূহ** হৈছে আপোনাৰ অনুবোদবোৰ স্ব-পৰীক্ষণ কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি। যদি আপুনি কেৱল লক্ষ্য ভাষা অনুবাদৰ ব্যৱহাৰ কৰি অনুবাদ প্ৰশ্নৰ শুদ্ধ উত্তৰ দিব পাৰে তেনেহলে এইয়া সঠিক অনুবাদ হয়। অনুবাদ প্ৰশ্নবোৰ লক্ষ্য ভাষা সম্প্ৰদায়ৰ সৈতে পৰীক্ষণ কৰাৰ বাবে ব্যৱহাৰ কৰা এটা ভাল উপকৰণ হয়। চাওক http://ufw.io/tq/.
এবাৰ যদি আপুনি অনুবাদ টোকাসমূহ, অনুবাদ শব্দবোৰ আৰু অনুবাদ প্ৰশ্নবোৰৰ সৈতে পৰামৰ্শ কৰিছে, তেনেহলে আপুনি সকলোতকৈ ভাল অনুবাদ কৰিবলৈ তৈয়াৰ আছে।
**অনুবাদ কৰাৰ সময়ত অনুগ্ৰহ কৰি অনুবাদ টোকাসমূহ আৰু অনুবাদ শব্দবোৰ পৰামৰ্শ কৰিব।!**