22 lines
5.2 KiB
Markdown
22 lines
5.2 KiB
Markdown
#### বিৱৰণ
|
|
|
|
বৈকল্পিক অৰ্থসমূহ তেতিয়া উল্লেখ কৰা হয় যেতিয়া বাইবেল পণ্ডিতসকলৰ এটা শব্দ বা ব্যাকাংশৰ অৰ্থটো বেলেগে বেলেগভাৱে বুজা-বুজি হয়।
|
|
|
|
টোকাত "সম্ভাৱ্য অৰ্থসমূহ" শব্দসমূহৰ সৈতে আৰম্ভ কৰা এটা ব্যাখ্যাৰ দ্বাৰা অনুসৰণ কৰা ULT পাঠ থাকিব। অৰ্থসমূহ গণনা কৰা হয় আৰু প্ৰথমটো সেইটো যিটো বাইবেল স্ক'লাৰত অধিক সঠিক বুলি গণ্য কৰে। যদি এটা অৰ্থ এটা উপায়েৰে গণনা কৰা হয় যাক এটা অনুবাদ হিচাপে ব্যৱহাৰ কৰিব পাৰি, ইয়াৰ চাৰিওফালে উদ্ধৃতি চিহ্নসমূহ থাকিব।
|
|
|
|
অনুবাদকে অনুবাদ কৰা অৰ্থটো সিদ্ধান্ত ল'ব লাগিব। অনুবাদকে প্ৰথম অৰ্থটো পছন্দ কৰিবও পাৰে বা সিহঁতে এটা অন্য অৰ্থ পছন্দ কৰিবও পাৰে যদি সিহঁতৰ সম্প্ৰদায়ৰ ব্যক্তিসকলে অন্য এটা বাইবেল সংস্কৰণ ব্যৱহাৰ কৰে আৰু সন্মান কৰে য'ত অন্য অৰ্থসমূহ আছে।
|
|
|
|
### অনুবাদ টোকাৰ উদাহৰণ
|
|
|
|
> কিন্তু তুমি অলপ সংখ্যক চুলি ল’বা আৰু তোমাৰ কাপোৰৰ<u> আঁচলত বান্ধিবা</u> । (যিহিস্কেল 5:3 ULT)
|
|
|
|
* **আপোনাৰ কাপোৰৰ আঁচলত** -- সম্ভাৱ্য অৰ্থসমূহ হৈছে 1) "আপোনাৰ আৰ্মত থকা কাপোৰ" ("আপোনাৰ ভিতৰত") (UST) বা 2) "আপোনাৰ ৰবত কাপোৰৰ সমাপ্ত" ("আপোনাৰ হেম") বা 3) গাৰ্মেণ্টত ফল্ড য'ত বেল্টত টাক কৰা হয়।
|
|
|
|
এই টোকাত তিনিটা সম্ভাৱ্য অৰ্থৰ দ্বাৰা অনুসৰণ কৰা ULT পাঠ আছে। "আপোনাৰ ৰবৰ ফল্ড"ৰ দ্বাৰা অনুবাদ কৰা শব্দটোৱে ৰবৰ ধিলা অংশসমূহক উল্লেখ কৰে। প্ৰায় স্ক'লাৰে এইটো বিশ্বাস কৰে যে ই ইয়াত শ্লিভসমূহক উল্লেখ কৰে, কিন্তু ই তলত থকা ধিলা অংশবোৰ বা বেল্টৰ মাজত, চাৰিওফালে থকা ফল্ডসমূহকো উল্লেখ কৰে।
|
|
|
|
> কিন্তু চিমন পিতৰ, যেতিয়া তেওঁ ইয়াক দেখিলে, <u>যীচুৰ ভৰিত পৰি দিলে</u> (লুক 5:8 ULT)
|
|
|
|
* **যীচুৰ ভৰিত পৰি দিলে** - সম্ভাৱ্য অৰ্থসমূহ হৈছে 1) "যীচুৰ আগত পৰি দিছে" বা 2) "যীচুৰ চৰণত পৰি দিয়া বা 3) "যীশুৰ ভৰিত পৰি মাটিত বাগৰি দিয়া।" পিতৰে ভুলতে বাগৰি দিয়া নাছিল। তেওঁ যীচুৰ বাবে নম্ৰতা আৰু সন্মান হিচাপে এইটো কৰিলে।
|
|
|
|
এই টোকাই "যীচুৰ চৰণত পৰি দিলে" অৰ্থটো কি হ'ব পাৰে সেইটো ব্যাখ্যা কৰে। প্ৰথম অৰ্থটো সম্ভৱত অধিক সঠিক, কিন্তু অন্য অৰ্থবিলাকো সম্ভাৱ্য হয়। যদি আপোনাৰ ভাষাত এটা সাধাৰণ ব্যক্ত নাথাকে যিয়ে ইয়াৰ দৰে বিভিন্ন কাৰ্যসমূহ অন্তৰ্ভুক্ত কৰিব পাৰে, তেন্তে আপুনি এই সম্ভাৱ্যসমূহৰ এটা পছন্দ কৰিব লাগিব পাৰে যিয়ে অধিক বিশেষকৈ চিমন পিতৰে কৰি কৰিলে সেইটো উল্লেখ কৰে। এইটো ইয়াৰ বিষয়ে ভাবিবলৈ সহায়যোগ্য যে চিমন পিতৰে এইটো কিয় কৰিলে আৰু আপোনাৰ সংস্কৃতিত নম্ৰতা আৰু শ্ৰদ্ধাৰ বাবে একো মনোভাৱৰ সৈকে কেনেকুৱা ধৰণৰ কাৰ্য হ'ব।
|