as_ta/translate/guidelines-sonofgod/01.md

36 lines
5.9 KiB
Markdown

### ঈশ্বৰ এজন, আৰু তেওঁ পৱিত্ৰ ত্ৰিমূৰ্তি হিচাপে আছে, মানে, পিতা, পুত্ৰ আৰু পৱিত্ৰ আত্মা।
#### বাইবেলে এইটো শিকায় যে মাত্ৰ এজন ঈশ্বৰ আছে।
পুৰণি নিয়মত:
>যিহোৱা, তেওঁ ঈশ্বৰ; <u>আৰু কোনো ঈশ্বৰ</u> নাই! (১ ৰাজাৱলী 8:60 ULT)
নতুন টেষ্টামেণ্টত:
>যীচুৱে ক’লে,... "কেতিয়াই শেষ নোহোৱা জীৱন আছে: যাতে তেওঁলোকে তোমাক চিনি পায়, <u>একমাত্ৰ সঁচা ঈশ্বৰজন"</u>। (জন 17:3 ULT)
(লগতে: দ্বিতীয়বিৱৰণ 4:35, ইফিচীয়া4:5-6, 1 তিমথীয় 2:5, যাকোব 2:19)
#### পুৰণি নিয়মত ঈশ্বৰৰ তিনিটা স্বৰূপ দেখুৱাবলৈ আৰম্ভ কৰে।
><u>ভগৱানে</u> স্বৰ্গ সৃষ্টি কৰিলে... <u>ঈশ্বৰৰ আত্মা</u> গৈ আছিল... "<u>আমি</u> মানুহক <u>আমাৰ</u> দৰে বনাওঁ আহা।" (আদিপুস্তক1:1-2 ULT)
<খণ্ডউদ্ধিি>ভগৱানে আমাৰ লগত এজন <u>পুত্ৰ</u>ৰ দ্বাৰা কথা পাতিছে ... যাৰ দ্বাৰাই তেওঁ এও ব্ৰহ্মাণ্ডৰো সৃষ্টি কৰিলে। তেওঁৰ <u>পুত্ৰ</u> তেওঁৰ মহানতাৰ জিলিকি থকা পোহৰ, তেওঁৰ অস্তিত্বৰ চৰিত্ৰ... <u>পুত্ৰ</u>ৰ বিষয়ে তেওঁ কৈছে,... "আৰম্ভণিএ, ঈশ্বৰ, তুমি পৃথিৱীৰ ভেটো গঢ়িলা: স্বৰ্গ তোমাৰ হাতৰ কামৰে ফল।" (ইব্ৰী1:2-3, আৰু 8-10 ULT চাম 102:25ৰ কোৱাৰ দৰে)</খণ্ডউদ্ধিতি>
#### গীৰ্জাই সদায় এই প্ৰয়িজনীয়তাটো অনুভৱ কৰিছে নতুন টেষ্টামেণ্টে ঈশ্বৰৰ বিসয়ে যি কৈছে যে তেওঁ তিনিটা ৰূপত আছে: পিতা, পুত্ৰ আৰু পৱিত্ৰ আত্মা।
>যীচুৱে ক’লে, "...তেওঁলোকক <u>পিতা</u>, <u>পুত্ৰ</u>, আৰু <u>পৱিত্ৰ আত্মা</u>ৰ নাম লৈ বেপ্টাইজ কৰা।" (মথি 28:19 ULT)
<খণ্ডউদ্ধিি >ভগৱানে তেওঁৰ <u>পুত্ৰ</u>ক পঠালে, যি এগৰাকি মহিলাৰ গৰ্ভত জন্ম হৈছিল,... ভগৱানে তেওঁৰ <u>পুত্ৰ</u><u>আত্মা</u> আমাৰ হ্ৰিদয়লৈ পঠালে, যি মাতে, "আব্বা, <u>পিতা</u>।" (গালাতিয়া 4:4-6 ULT)</খণ্ডউদ্ধিতি >
লগতে চাওক: জন 14:16-17, 1 পিতৰ 1:2
ঈশ্বৰৰ প্ৰতিজন মানুহ ঈশ্বৰ হয় আৰু বাইবেলত “ঈশ্বৰ” হিচাপে সম্বোধিত কৰা হৈছে।
>তথাপিও আমাৰ বাবে মাত্ৰ এজন <u>পৰমপিতা আছে... </u> (1 কৰন্থীয়া 8:6 ULT)
<খণ্ডউদ্ধিি >থামাচে উতৰ দিলে আৰু এওঁক ক’লে, "মোৰ ঈশ্বৰ আৰু <u>মোৰ ঈশ্বৰ</u>." <u>যীচু</u>ৱে তেওঁক ক’লে, "যিহেতু তুমি মোক দেখিলা, তুমি বিশ্বাস কৰিলা। সেইসকলে আশীৰ্বাদ পাইছে যিকেইজনে দেখা নাই, তথাপিও বিশ্বাস কৰিছে।" যোহন 20:28-29 ULT)</খণ্ডউদ্ধিতি >
<খণ্ডউদ্ধিি >কিন্তু পিতাৰে ক’লে, "আনানিয়াচ, তোমাৰ হৃদয়খন কিয় চয়তানে <u>পৱিত্ৰ আত্মা</u>ক মিছা ক’বলৈ ভৰাইছে আৰু মটিখিনি দামৰ এটা অংশ ৰাখি থ’বলৈ বাধ্য কৰিছে?... তুমি মানুহক মিছা কথা কোৱা নাই, কিন্তু <u>ঈশ্বৰ</u>ক কৈছা।" (এক্টচ্‌ 5:3-4 ULT)</খণ্ডউদ্ধিতি >
প্ৰতজন ব্যক্তি অন্য দুজন ব্যক্তিতকৈ পৃথক। তিনিওজন মানুহ একেই সময়তে পৃথকভাৱে আৰ্বিভাৱ হ’ব পাৰে। তলত দিয়া চন্দকেইটাত, পুত্ৰ ঈশ্বৰজনক বেপ্টাইজ কৰা হৈছে আৰু আত্মা ঈশ্বৰজন তললৈ আহিছে আৰু পিতা ঈশ্বৰজনে স্বৰ্গৰ পৰা কথা কৈছে।
>তেওঁ বাপ্তাইজ হোৱাৰ পাচত, <u>যীচু</u> ওপৰলৈ আহিল... পানীৰ পৰা... তেওঁ দেখিলে ঈশ্বৰৰ <u>আত্মা</u>ক তললৈ নামি অহা..., আৰু এটা <u>মাত</u> [পিতাৰ] স্বৰ্গৰ পৰা আহি কৈছে, "এইজনেই মোৰ মৰমৰ <u>পুত্ৰ</u>..." (মথি 3:16-17 ULT)