as_ta/translate/guidelines-intro/01.md

38 lines
5.9 KiB
Markdown
Raw Permalink Blame History

This file contains ambiguous Unicode characters

This file contains Unicode characters that might be confused with other characters. If you think that this is intentional, you can safely ignore this warning. Use the Escape button to reveal them.

### চাৰিটা মূল গুণ
এটা ভাল অনুবাদৰ চাৰিটা গুণ থাকে। সেইটো তলত দিয়াধৰণে হ’ব লাগিব:
* স্পষ্ট [স্পষ্ট অনুবাদ সৃষ্টি কৰক](../guidelines-clear/01.md) চাওক
* প্ৰাকৃতিক - [প্ৰাকৃতিক অনুবাদ সৃষ্টি কৰক](../guidelines-natural/01.md) চাওক
* সঠিক - [সঠিক অনুবাদ সৃষ্টি কৰক](../guidelines-accurate/01.md) চাওক
* মণ্ডলীই-অনুমোদিত কৰা - [মণ্ডলীই-অনুমোদিত কৰা অনুবাদ সৃষ্টি কৰক](../guidelines-church-approved/01.md) চাওক
আমি ইয়াৰে প্ৰতিটো গুণক এখন চাৰিঠেঙীয়া ষতুলৰ দৰে ভাবিব পাৰোঁ। প্ৰতিটোৱেই প্ৰয়োজনীয়। যদি এটা নাথাকে তেন্তে ষ্টুলখন থোয় হৈ থাকিব নোৱাৰিব। একেদৰেই অনুবাদত ইয়াৰে প্ৰতিটো গুণ থাকিব লাগিব যাতে সেইটো মণ্ডলীৰ বাবে ব্যৱহাৰযোগ্য আৰু বিশ্বসী হিচাপে পৰিগণিত হয়।
#### স্পষ্ট
বুজিব পৰা আটাইতকৈ বেছি স্তৰটো পাবৰ বাবে প্ৰয়োজনীয় ভাষাৰ গাঠনিবোৰ ব্যৱহাৰ কৰক। ইয়াত বস্তুবোৰ সৰল কৰা। পাঠৰ ৰূপ সংগঠিত কৰা, আচল অৰ্থ প্ৰকাশ কৰিবলৈ যিমানে পাৰে সিমান বেচি অথবা কম শন্দ ব্যৱহাৰ কৰা আহিব পাৰে। স্পষ্ট অনুবাদ কিদৰে কৰিব লাগে সেইটো শিকিবৰ বাবে [স্পষ্ট অনুবাদ সৃষ্টি কৰক](../guidelines-clear/01.md) চাওক।
#### প্ৰাকৃতিক
ভাষাৰ সেইটো ৰূপ ব্যৱহাৰ কৰক যিটো কাৰ্যকৰী হয় আৰু আপোনাৰ ভাষাই পাঠ প্ৰদৰ্শন কৰিবৰ বাবে ব্যৱহাৰ কৰা পথবোৰ প্ৰদৰ্শন কৰে। প্ৰাকৃতিক অনুবাদ কিদৰে কৰিব লাগে সেইটো শিকিবৰ বাবে [প্ৰাকৃতিক অনুবাদ সৃষ্টি কৰক](../guidelines-natural/01.md) চাওক।
#### সঠিক
সঠিকভাৱে অনুবাদ সৃষ্টি কৰক, অৰ্থৰ পৰা অন্যফালে নোযোৱাকৈ, পৰিৱৰ্তন নকৰাকৈ অথবা অৰ্থটোত নতুন কিবা যোগ নকৰাকৈ এইখিনি কৰক যাতে সেইটো আচল শ্ৰোতাসকলে যেন বুজি পায়। পাঠখিনি অৰ্থটো মনত লৈ অনুবাদ কৰক আৰু স্পষত কথাখিনি, নজনা কথা, আৰু পদসমূহ সঠিঅকভাৱে যাতে সকলোৱে বুজিব পাৰে। সঠিক অনুবাদ কিদৰে কৰিব লাগে সেইটো শিকিবৰ বাবে [সঠিক অনুবাদ সৃষ্টি কৰক](../guidelines-accurate/01.md) চাওক।
#### মণ্ডলিৰ-অনুমোদন দিয়া
যদি এটা অনুবাদ স্পষ্ট, প্ৰাকৃতিক আৰু সঠিক হয়, কিন্তু মণ্ডলীই তাক অনুমোদন নিদিয়ে অথবা গ্ৰহণ নকৰে তেন্তে ই মণ্ডলীক উপদেশ দিয়াৰ শেষ লক্ষ্যটি পূৰ্ণ নকৰে। মণ্ডলী অনুবাদত জড়িত হৈ থকা, পৰীশা কৰা আৰু অনুবাদখিনি বিলোৱা কামত জড়িত হৈ থকাটো প্ৰয়োজনীয়। মণ্ডলীই-অনুমোদিত কৰা অনুবাদ কিদৰে কৰিব লাগে সেইটো শিকিবৰ বাবে [মণ্ডলীই-অনুমোদিত কৰা অনুবাদ সৃষ্টি কৰক](../guidelines-church-approved/01.md) চাওক।
### ছটা অন্য গুণ
স্পষ্ট, প্ৰাকৃতিক, সঠিক আৰ মণ্ডলীয়ে অনুমোদিন কৰাৰ লগতে, ভাল অনুবাদৰ তলত উল্লেখ কৰা গুনসমূহো থাকিব লাগে:
* বিশ্বাসী - [বিশ্বাসী অনুবাদ সৃষ্টি কৰক](../guidelines-faithful/01.md) চাওক
* অধিকাৰিক - [অধিকাৰিক অনুবাদ সৃষ্টি কৰক](../guidelines-authoritative/01.md) চাওক
* ঐতিহাসিক - [ঐতিহাসিক অনুবাদ সৃষ্টি কৰক](../guidelines-historical/01.md) চাওক
* সমান - [সমান অনুবাদ সৃষ্টি কৰক](../guidelines-equal/01.md) চাওক
* সহযোগী - [সহযোগী অনুবাদ সৃষ্টি কৰক](../guidelines-collaborative/01.md) চাওক
* চলিত- [চলিত অনুবাদ সৃষ্টি কৰক](../guidelines-ongoing/01.md) চাওক