as_ta/translate/figs-yousingular/01.md

35 lines
9.3 KiB
Markdown
Raw Permalink Blame History

This file contains ambiguous Unicode characters

This file contains Unicode characters that might be confused with other characters. If you think that this is intentional, you can safely ignore this warning. Use the Escape button to reveal them.

### বৰ্ণনা
কিছুমান ভাষাত "আপুনি"শব্দৰ এটা **একবচন** ৰূপ থাকে যেতিয়া "আপুনি" শব্দটো কেৱল এজন ব্যক্তিক বুজায়, আৰু এটা **বহুবচন** যেতিয়া "আপুনি" একাধিক ব্যক্তিক বুজায়। যিসকল অনুবাদকে এইসকলো ভাষাৰ কথা কয়, তেওঁলোকে সকলো সময়ত জানিব লাগিব যে বক্তায়ে কি বুজাব খুজিছে, সেইয়েহে তেওঁলোকে তেওঁলোকৰ ভাষাত "আপুনি"ৰ বাবে সঠিক শব্দ বাচি লব পাৰে। অন্য ভাষাত, যেনে ইংৰাজীত, কেৱল মাত্ৰ এটাই ৰূপ আছে, বহু মানুহে যি বুজায় সেই নিৰ্বিশেষে ব্যৱহাৰ কৰে।
বাইবেল প্ৰথমে হিব্ৰু, আৰামীয়, আৰু গ্ৰীক ভাষাত লিখা হৈছিল। এই ভাষাসমুহত সকলোতে "আপুনি" আৰু “আপুনি"এটি বহুবচন ৰূপ উভয় আছে। যেতিয়া আমি সেই ভাষাসমূহত বাইবেল পঢ়ো, সৰ্ব্বনাম আৰু ক্ৰিয়া ৰূপত আমাক দেখুৱাই যে “আপুনি” শব্দটোৱে এজন বা এজনতকৈ অধিক ব্যক্তিক বুজায়। যেতিয়া আমি এনে এটা ভাষাত বাইবেল পঢ়ো যত আপুনিৰ ভিন্ন ৰূপ নাই, বক্তাই কিমান জন মানুহক লৈ কথা কৈছে সেই প্ৰসঙ্গটো আমি চাব লাগিব।
#### কাৰণ এইটো এটা অনুবাদৰ বিষয়
* যি অনুবাদকে এনে ভাষা কয় য’ত "আপুনি"ৰ পৃথক একবচন আৰু বহুবচনৰ ৰূপ থাকে, তেওঁলোকে সদায় এইটো জনাৰ প্ৰয়োজন আছে যে বক্তাই কি কব খুজিছে যাতে তেওঁলোকে নিজৰ ভাষাত "আপুনি"ৰ বাবে প্ৰকৃত শব্দ বাচিব পাৰে।
* বিষয় একক বা বহুবচন হয় নে নহয় তাৰ ওপৰত নিৰ্ভয় কৰি বহু ভাষাত ক্ৰিয়াৰ ভিন্ন ৰূপ থাকে। তথাপিও পোনো সৰ্ব্বনামৰ অৰ্থ নাথাকিলেও "আপুনি", এই ভাষাসমূহৰ অনুবাদকসকলে জনাৰ প্ৰয়োজন হ’ব যে বক্তাৰ এজন বা এজনকৈ অধিক উল্লেখ কৰিছে নে নাই।
প্ৰায়ে এই প্ৰসঙ্গই স্পষ্ট কৰি দিব যে “আপুনি” শব্দটি এজন বা এজনকৈ অধিক উল্লেখ কৰিছে নে নাই। যদি আপুনি বাক্যৰ আন সৰ্ব্বনাম বোৰ লক্ষ্য কৰিলেই সেইবোৰে আপোনাক বক্তাই কোৱা লোকসকলৰ সংখ্যা জনাত সহায় কৰিব।
বহু সময়ত গ্ৰীক আৰু হিব্ৰু ভাষাভাষী সকলে “আপুনি” একক ভাবে ব্যৱহাৰ কৰে যদিও তেওঁলোকে এদল লোকৰ সৈতে কথা পাতি আছিল। চাওক [ 'আপুনি' –ৰ এদল মানুহৰ একক ৰূপ।](../figs-youcrowd/01.md)
### বাইবেলৰ পৰা উদাহৰণ
>তাতে শাসনকৰ্তাই কলে, “ডেকা কালৰে পৰা মই এই সকলোবোৰ পালন কৰি আছোঁ।” যীচুৱে এই কথা শুনি তেওঁক কলে,”এটা বিষয়ত<u>আপোনাৰ</u> এতিয়াও ক্ৰুটি আছে। <u>আপুনি</u>তোমাৰ যি যি আছে, আটাইবোৰ বেছি দৰিদ্ৰসকলক বিলাই দিয়া আৰু <u>আপুনি</u> তেতিয়াহে স্বৰ্গত তোমাৰ ধন- তাৰ পাছত মোৰ পিছে পিছে আহা।” (লূক ১৮:২১, ২২ ইউ.এল.টি)
"মই" বুলি শাসনকৰ্তাই মাত্ৰ নিজৰ কথা কৈছিল। ই আমাক দেখুৱাই যে যেতিয়া যীচুৱে “আপুনি” বুলি কৈছে তেওঁ কেৱল মাত্ৰ শাসনকৰ্তাক হে কৈছিল। সেইবাবে যি ভাষাত "আপুনি" একক আৰু বহুবচন ৰূপ আছে তাত একক ৰূপো থাকিব।
>স্বৰ্গদূতে তেওঁক কলে, "কাপোৰ <u>নিজে</u> পিন্ধক আৰু<u>আপোনাৰ</u> পাদুকা" পিতৰে সেইদৰে কৰিলে। >স্বৰ্গদূতে তেওঁক কলে, আপোনাৰ"<u>বাহিৰৰ পোচাক </u> পিন্ধি লওক আৰু মোৰ পাছত আহক।" সেইবাবে পিতৰে দূতক অনুসৰণ কৰিলে আৰু বাহিৰলৈ গ’ল।(পাঁচনি ১২:৮, ইউ.এল.টি)
এই প্ৰেক্ষাপটে স্পষ্ট কৰি দিয়া যে, স্বৰ্গদূতে এজন ব্যক্তিৰ সৈতে কথা পাতিছে আৰু সেই স্বৰ্গদূতে যি আদেশ দিছে তাক কেৱল এজন ব্যক্তিয়েহে পালন কৰিছে। সেইয়ে “আপুনি”ৰ একক আৰু বহুবচন ৰূপ আছে যি ভাষাই ইয়াত “নিজকে” আৰু “আপোনাৰ” বাবে একক ৰূপ থাকিব। ইয়াৰ উপৰিও, যদি ক্ৰিয়া পদৰ এককবচন আৰু বহুবচনৰ বিষয়ৰ বাবে ভিন্ন ৰূপ থাকে, তেতিয়া ক্ৰিয়া পদৰ "পোচাক" আৰু "পিন্ধক"ৰ বাবে “আপুনি” একবচনৰ বাবে ৰূপৰ প্ৰয়োজন হ’ব পাৰে।
>তীতৰ বাবে, আমাৰ সাধাৰণ বিশ্বাসৰ সত্যৰ পুত্ৰ. ... এই উদ্দেশ্যে মই <u>আপোনাক</u> ক্ৰীতত ৰাখি আহিছো, যাতে <u>আপুনি</u> ক্ৰম অনুসাৰে গঠিত হ’ব পাৰে যি এতিয়ালৈ সম্পুৰ্ণ হোৱা নাই, আৰু সকলো চহৰত আমাৰ বৃদ্ধসকলক নিযুক্ত কৰিবলৈ মই যেনেকৈ নিৰ্দ্দেশ কৰিছলো <u>আপুনি</u>। … কিন্ত্ত <u>আপুনি</u>, কয় সুস্থ মতবাদৰ সৈতে কি সহমত। (তীত ১:,৫; ২:১ ইউ.এল.টি)
> পৌলে তীত নামৰ এজন ব্যক্তি লৈ এই পত্ৰ লিখিছিল। বেছিভাগ সময়ত “আপুনি” শব্দটো এই পত্ৰত কেৱল তীতক বুজোৱা হৈছে।
#### "আপুনি" শব্দটো কিমান লোকক বুজাইছে তাক জানিবলৈ কৌশল
১. টোকাসমূহক চাওক তেওঁলোকে কি কয় যে "আপুনি" শব্দটোৱে এজন ব্যক্তি বা একাধিক ব্যক্তিক বুজায় নে নাই।
১. ইউ.এচ.টিলৈ চাওক, এইটো চাবলৈ কি যে এইটোৱে কি যে "আপুনি" শব্দটোৱে এজন ব্যক্তি বা একাধিক ব্যক্তিক বুজায় নে নাই।
১. আপোনাৰ যদি এখন বাইবেল আছে "আপুনি" বহুবচনৰ পৰা "আপুনি" একবচনক পৃথক কৰে, চাওক সেই বাক্যত বাইবেলৰ কোন ৰূপত “আপুনি” ৰ ৰূপ আছে।
১. সেই প্ৰেক্ষাপটত চাওক, বক্তাই কিমান জনৰ কথা কৈছিল আৰু কোনে উত্তৰ দিলে।
আপুনি বিচাৰিলে দৃশ্য চাব পাৰে।