as_ta/translate/figs-you/01.md

20 lines
3.0 KiB
Markdown
Raw Permalink Blame History

This file contains ambiguous Unicode characters

This file contains Unicode characters that might be confused with other characters. If you think that this is intentional, you can safely ignore this warning. Use the Escape button to reveal them.

### একবচন, দ্বিবচন আৰু বহুবচন
কিছুমান ভাষাত “তুমি”য়ে কেইজন মানুহক বুজায় তাৰ ওপৰত ভিত্তি কৰি “তুমি”ৰ বাবে এটাতকৈ বেছি শব্দ থাকে। **একবচন** ৰূপটোৱে এজন মানুহক বুজায়, আৰু **বহুবচন** ৰূপটোৱে এটাতকৈ বেছি মানুহক বুজায়, কিছুমান ভাষাত এটা **দ্বিবচন** ৰূপো থাকে যিটোৱে দুজন মানুহক বুজায় আৰু কিছুমান অন্য ভাষায় তিনিজন অথবা চাৰিজন মানুহক বুজোৱা ৰূপ থাকে।
আপুনি http://ufw.io/figs_younum ত থকা ভিডিঅ’টো চাব পাৰে।
কেতিয়াবা বাইবেলতো বক্তাজনে “তুমি”ৰ একচবচন ৰূপ ব্যৱহাৰ কৰে যদিও সি এটা মানুহৰ জুমৰ লগত কথা পাতি আছে।
* [একবচনৰ সৰ্বনাম যিবোৰে এটা গোতক বুজায়](../figs-youcrowd/01.md)
### অপচাৰিক আৰু অনাপচাৰিক
কিছুমান ভাষাত বক্তা আৰু তেওঁ কথা পাতি থকা মানুহজনৰ লগত থকা সম্পৰ্কৰ ওপৰত ভিত্তি কৰি “তুমি”ৰ কেইবাটাও ৰূপ থাকিব পাৰে। মানুহে “তুমি”ৰ **অপচাৰিক** ৰূপ কোনোবা বয়সস্থ ব্যক্তিৰ লগত কথা পাতোঁতে কথা পাতোঁতে, বেছি অধিকাৰ থকা লোকৰ লগত কথা পাতোঁতে অথবা ভালদৰে চিনি নোপোৱা কাৰোবাৰ লগত কথা পাতোঁতে ব্যৱহাৰ কৰে। আনহাতে মানুহে “তুমি”ৰ **অনাপচাৰিক** ৰূপটো কোনো বয়সত সৰুৰ লগত কথা পাতোঁতে, উচ্চ অধিকাৰ নথক কাৰিবাৰ লগত জথা পাতোঁতে, অথবা পৰিয়আৰ সদস্য অথবা বন্ধুৰ লগত কথা পাতোঁতে ব্যৱহাৰ কৰে।
আপুনি http://ufw.io/figs_youformত থকা ভিডিঅ’টো চাব পাৰে।
এইখিনি অনুবাদ কৰাত সহায় হ’বলৈ, আমি আপোনাক এইখি পড়াৰ পৰামৰ্শ দিছোঁ:
* ["তুমি"ৰ ৰূপ অপচাৰিক আৰু অনাপচাৰিক](../figs-youformal/01.md)