as_ta/translate/figs-rpronouns/01.md

12 KiB

বিৱৰণ

সকলো ভাষাত ইয়াক দেখুওৱাৰ উপায় আছে যে একেযোহন ব্যক্তিয়ে এটা বাক্যত দুটা বেলেগ বেলেগ ভূমিকা পালন কৰে। ইংৰাজীয়ে আত্মবাচক সৰ্বনাম ব্যৱহাৰ কৰি এইটো কৰে। এইবোৰ সৰ্বনাম হয় যি কোনো এনেকুৱা ব্যক্তি বা কিবা বস্তুক উল্লেখ কৰে যাৰ উল্লেখ ইতিমধ্যে বাক্যত কৰা হৈছে। ইংৰাজীত আত্মবাচক সৰ্বনামসমূহ হৈছে: নিজকে, আপুনি নিজকে, তেওঁ নিজকে, তাই নিজকে, ই নিজেই, আমি নিজেই, আপোনালোক নিজকেই আৰু তেওঁলোক নিজকেই। অন্য ভাষাত এইটো দেখুৱাবলৈ অন্য উপায় থাকিব পাৰে।

কাৰণ এইটো এটা অনুবাদ সমস্যা

  • ভাষাত দেখুওৱাৰ বেলেগ বেলেগ উপায় থাকে যি একেযোহন ব্যক্তিয়ে এটা বাক্যত দুটা বেলেগ বেলেগ ভূমিকা পালন কৰে। সেই ভাষাবোৰৰ বাবে, অনুবাদক সকলে ইংৰাজীৰ আত্মবাচক সৰ্বনামসমূহ কেনেকৈ অনুবাদ কৰা উচিত জনা প্ৰয়োযোহন।
  • ইংৰাজীত আত্মবাচক সৰ্বনামতো অন্যান্য ক্ৰিয়া আছে।

আত্মবাচক সৰ্বনামৰ ব্যৱহাৰ

  • একেযোহন ব্যক্তিয়ে এটা বাক্যত দুটা বেলেগ বেলেগ ভূমিকা পালন কৰে সেইটো দেখুৱাবলৈ
  • এটা বাক্যত এজন ব্যক্তি বা বস্তুক গুৰুত্ব দিবলৈ
  • কোনোবাই অকলে কিবা কৰা দেখুৱাবলৈ
  • কোনো ব্যক্তি বা বস্তু অকলে থকা দেখুৱাবলৈ

বাইবেলৰ পৰা উদাহৰণ

এজন ব্যক্তি বা বস্তুয়ে যে এটা বাক্যত দুটা বেলেগ বেলেগ ভূমিকা পালন কৰাৰ বাবে আত্মবাচক ব্যৱহাৰ কৰা হয়। <খণ্ডউদ্ধিতি>যদি মই নিজৰ বিষয়ে নিজে সাক্ষ্য দিওঁ তেনেহলে মোৰ সাক্ষ্য স্বৰূপ নহয়। (যোহন 5:31 ULT) </খণ্ডউদ্ধিতি >

তেতিয়া যিহুদীসকলৰ নিস্তাৰ-পৰ্ব ওচৰ হলত, বহু মানুহ পৰ্বৰ আগতে নিজকে শুচি কৰিবলৈ গাওঁ-ভূঁইৰ পৰা যিৰূচালেমলৈ আহিল। (যোহন 11:55 ULT)

আত্মবাচক সৰ্বনামসমূহ এটা বাক্যত এজন ব্যক্তি বা বস্তুক গুৰুত্ব দিবলৈ ব্যৱহাৰ কৰা হয়। <খণ্ডউদ্ধিতি >যীচুৱে নিজকে বাপ্তাইজ নকৰিলে তেওঁৰ শিষ্যসকলে কৰিলে। (যোহন 4:2 ULT) </খণ্ডউদ্ধিতি >

সেইবাবে তেওঁলোক যীচুক নিজৰ লগত লৈ লোকসমুহৰ মাজৰ পৰা গুচি গ'ল, তেওঁ ইতিমধ্যে নাওত আছিল। অন্য নাওবিলাকো তেওঁৰ সৈতে আছিল। বৰ ধুমুহা বতাহ হলত, ঢৌৰ কোবত নাওখন পানীৰে পূৰ হবলৈ ধৰিলে। কিন্তুযীচুৱে নিজে নাৱৰ গুৰিফালে গাঁৰুত মূৰ দি টোপনিতে আছিল। (মাৰ্ক 4:36-38 ULT)

আত্মবাচক সৰ্বনামসমূহ কোনো ব্যক্তিয়ে অকলে কিবা কৰা দেখুৱাবলৈ ব্যৱহাৰ কৰা হয়।

এতেকে তেওঁক ৰজা পাতিবলৈ মানুহবিলাকে তেওঁক ধৰি নিবলৈ উদ্যত আছে; যীচুৱে ইয়াকে জানি অকলশৰে আকৌ পৰ্বতলৈ গল।(যোহন 6:15 ULT)

আত্মবাচক সৰ্বনামসমূহ অকলে কোনোবাই কি কৰিলে সেইটো দেখুৱাবলৈ ব্যৱহাৰ কৰা হয়।

তাতে চিমোন পিতৰে তেওঁৰ পাছে পাছে আহি মৈদামত সোমাল, আৰু দেখিলে যে, শণ সূতাৰ মিহি কাপোৰ কেইখন সেই ঠাইতে পৰি আছে,  কিন্তু যি গামোচা তেওঁৰ মূৰত আছিল, সেই গামোচা সেইবোৰ কাপোৰৰ লগত নাই, সুকীয়াকৈ এঠাইত মেৰিয়াই থোৱা আছে। (যোহন 20:6-7 ULT)

অনুবাদ কৌশল

যদি আপোনাৰ ভাষাত এটা আত্মবাচক সৰ্বনামে একে কাম কৰে, তেনেহলে ইয়াক ব্যৱহাৰ কৰাটো বিবেচনা কৰক। যদি নহয়, তেনেহলে ইয়াত অন্য কিছু কৌশল আছে।

  1. কিছুমান ভাষাত ব্যক্তিয়ে ক্ৰিয়াৰ ওপৰত কিবা এটা তুলি ধৰে যি ক্ৰিয়াটোৰ বস্তুটোকে বিষয় হিচাপে দেখুৱাই।
  2. কিছুমান ভাষাত মানুহে বাক্যটোৰ এটা বিশেষ স্থানত নিৰ্দিষ্ট ব্যক্তি বা বস্তুক উল্লেখ কৰি তাক গুৰুত্ব দিয়ে।
  3. কিছুমান ভাষাত মানুহে এজন নিৰ্দিষ্ট ব্যক্তি বা বস্তুক গুৰুত্ব দি সেই শব্দত কিছু যোগ কৰি বা তাৰ লগত আন কথা তুলি ধৰে।
  4. কিছুমান ভাষাত মানুহে দেখে যে "অকলশৰে" শব্দ ব্যৱহাৰ কৰি কোনোবাই অকলশৰে কিবা কৰিলে।
  5. কিছু ভাষাত মানুহে দেখে যে এটা ব্যাকাংশ ব্যৱহাৰ কৰি কিবা বস্তু যে অকলে আছিল সেইটো দেখুৱায় যিয়ে বস্তুটো ক'ত আছিল তাৰ বিষয়ে কয়।

প্ৰয়োগ কৰা অনুবাদ কৌশলৰ উদাহৰণ

  1. কিছুমান ভাষাত মানুহে ক্ৰিয়াৰ ওপৰত কিবা দি দেখুৱাই যে ক্ৰিয়াৰ উদ্দেশ্য বিষয়ৰ সমান হয়।
  • মই নিজৰ বিষয়ে যদি নিজে সাক্ষ্য দিওঁ তেনেহলে মোৰ সাক্ষ্য স্বৰূপ নহয়। (যোহন 5:31)
  • "যদি মই নিজে নিজৰ সাক্ষী দিওঁ তেনেহলে মোৰ সাক্ষীটো স্বৰূপ নহয়।"
  • তেতিয়া যিহুদীসকলৰ নিস্তাৰ-পৰ্ব ওচৰ হলত, বহু মানুহ পৰ্বৰ আগতে নিজকে শুচি কৰিবলৈ গাওঁ-ভূঁইৰ পৰা যিৰূচালেমলৈ আহিল। (যোহন 11:55)
  • " তেতিয়া যিহুদীসকলৰ নিস্তাৰ-পৰ্ব ওচৰ হলত, বহু মানুহ পৰ্বৰ আগতে নিজকে শুচি কৰিবলৈগাওঁ-ভূঁইৰ পৰা যিৰূচালেমলৈ আহিল। "
  1. কিছুমান ভাষাত মানুহে বাক্যটোৰ এটা বিশেষ স্থানত এযোহন নিৰ্দিষ্ট ব্যক্তি বা বস্তুক উল্লেখ কৰি তাক গুৰুত্ব দিয়ে।
  • তেৱেঁই আমাৰ দুৰ্বলতা ল'লে আৰু আমাৰ ৰোগবোৰ নিলে।(মথি 8:17 ULT)
  • "এইজন সেইজন আছিল যিজনে আমাৰ দুৰ্বলতা ল'লে আৰু আমাৰ ৰোগবোৰ নিলে।"
  • যীচুৱে নিজকেবাপ্তাইজ কৰা নাছিল, কিন্তু তেওঁৰ শিষ্যসকলে কৰিছিল। (যোহন 4:2)
  • "বাপ্তিষ্ম লোৱা জন যীচু নাছিল, তেওঁৰ শিষ্যসকলে কৰিছিল।"
  1. কিছুমান ভাষাত মানুহে এটা নিৰ্দিষ্ট ব্যক্তি বা বস্তুক গুৰুত্ব দি সেই শব্দত কিছু যোগ কৰে বা তাৰ লগত আন কথা তুলি ধৰে। ইংৰাজীত আত্মবাচক সৰ্বমানসমূহ যোগ হয়।
  • যীচুৱে ফিলিপক পৰীক্ষা কৰিবলৈ তেওঁক ক'লে যে, কিয়নো তেওঁকি কৰিব তেওঁ নিজে জানিছিল। (যোহন 6:6)
  1. কিছুমান ভাষাত মানুহে কোনোবাই "অকলে"ৰ দৰে এটা শব্দ ব্যৱহাৰ কৰি কিবা কাম যে অকলে সম্পন্ন কৰিছে সেইটো দেখুৱায়।
  • এতেকে তেওঁক ৰজা পাতিবলৈ মানুহবিলাকে তেওঁক ধৰি নিবলৈ উদ্যত আছে; যীচুৱে ইয়াকে জানি অকলশৰে আকৌ পৰ্বতলৈ গল। (যোহন 6:15)
  • "এতেকে তেওঁক ৰজা পাতিবলৈ মানুহবিলাকে তেওঁক ধৰি নিবলৈ উদ্যত আছে; যীচুৱে ইয়াকে জানি অকলশৰে আকৌ পৰ্বতলৈ গল। "
  1. কিছুমান ভাষাত মানুহে এটা ব্যাকাংশ ব্যৱহাৰ কৰি কিবা বস্তু যে অকলে আছিল সেইটো দেখুৱাই যিয়ে বস্তুটো ক'ত আছিল তাৰ বিষয়ে কয়।
  • তেওঁ দেখিলে যে, শণ সূতাৰ মিহি কাপোৰ কেইখন পৰি আছে কিন্তু যি গামোচা তেওঁৰ মূৰত আছিল।এই গামোচা সেই শণ সূতাৰ কাপোৰৰ সৈতে নাই সুকীয়াকৈ এঠাইত মেৰিয়াই থোৱা আছে। (যোহন 20:6-7 ULT)
  • "তেওঁ দেখিলে যে, শণ সূতাৰ মিহি কাপোৰ কেইখন পৰি আছে কিন্তু যি গামোচা তেওঁৰ মূৰত আছিল। এই গামোচা সেই শণ সূতাৰ কাপোৰৰ সৈতে নাই সুকীয়াকৈ এঠাইত মেৰিয়াই থোৱা আছে