as_ta/translate/figs-possession/01.md

14 KiB

বিৱৰণ

সাধাৰণ ইংৰাজীত, "অধিকাৰ"এ কিবা বস্তু থকা বা এজন ব্যক্তিৰ কিবা বস্তুৰ বিষয়ে উল্লেখ কৰে। ইংৰাজীত ব্যাকৰণ সম্বন্ধটো অফ, বা এটা ঊৰ্ধকমা আৰু বৰ্ণ এচ, বা এটা সম্বন্ধসূচক সৰ্বনামৰ সৈতে দেখুওৱা হয়।

  • ডা হাউচ অফ মাই গ্ৰাণ্ডফাডাৰ
  • মাই গ্ৰাণ্ডফাডাৰএচ হাউচ
  • হিচ হাউচ

অধিকাৰ বিভিন্ন স্থিতিৰ বাবে হিব্ৰু, গ্ৰীক আৰু ইংৰাজীত ব্যৱহাৰ কৰা হয়। ইয়াক কিছু সাধাৰণ স্থিতি আছে যাক ইয়াৰ বাবে ব্যৱহাৰ কৰিব পাৰি।

  • গৰাকী - কোনোবাৰ নিজৰ কিবা আছে
  • মোৰ পোছাক - সেইযোৰ পোছাক যিযোৰ মোৰ নিজৰ হয়
  • সামাজিক সম্পৰ্ক - কোনোবাৰ অন্য এজনৰ সৈকে কিবা সামাজিক সম্পৰ্ক আছে।
  • মোৰ মাতৃ - সেই গৰাকী মহিলা যি গৰাকীয়ে মোক জন্ম দিছে বা সেই গৰাকী মহিলা যি গৰাকীয়ে মোক যত্ন লৈছে
  • মোৰ শিক্ষক - সেইজন ব্যক্তি যিজনে মোক শিকায়
  • বিষয়বস্তু - কিবা বস্তু যাৰ ভিতৰত কিবা আছে।
  • আলুৰ এটা বেগ - এটা বেগ য'ত আলু আছে বা আলু্ৰে ভৰা এটা বেগ
  • অংশ আৰু সমগ্ৰ: এটা বস্তু অন্য এটাৰ অংশ।
  • মোৰ মূৰ - মূৰটো মোৰ শৰীৰৰ অংশ হয়
  • এটা ঘৰৰ ছাদ - ছাদটো এটা ঘৰৰ অংশ হয়

কাৰণ এইটো এটা অনুবাদ সমস্যা

  • যেতিয়া এটা অন্যটোৰ সৈতে থাকে তেতিয়া অনুবাদকে দুটা বিশেষ্যৰ দ্বাৰা প্ৰতিনিধিত্ব কৰা দুটা ধাৰণাৰ মাজত থকা সম্বন্ধটো বুজি পাব লাগিব।
  • কিছু ভাষাত সকলো স্থিতিৰ বাবে অধিকাৰ ব্যৱহাৰ নহয় যাক আপোনাৰ উৎস পাঠৰ বাইবেলে ইয়াৰ বাবে ব্যৱহাৰ কৰিবও পাৰে।

বাইবেলৰ পৰা উদাহৰণ

গৰাকীত্ব - তলৰ উদাহৰণত, পুতেকৰ নিজৰ টকা আছে।

… কনিষ্ঠ পুত্ৰ … বন্যভাৱে অসহায় জীৱনযাপন কৰি নিজৰ টকা নষ্ট কৰিছে। (লুক 15:13)

সামাজিক সম্পৰ্ক - তলৰ উদাহৰণত, শিষ্যসকল ব্যক্তি আছিল যিসকলে জ'নৰ পৰা শিকিছিল।

তাৰপিছত যোহনৰ শিষ্যসকল তেওঁৰ ওচৰলৈ আহিল …, (মথি 9:14 ULT)

উপাদান - তলৰ উদাহৰণত, উপাদান মুকুট বনাবলৈ ব্যৱহাৰ কৰা হয় যিটো সোণৰ আছিল।

তেওঁলোকৰ মূৰত সোণৰ মুকুটৰ দৰে কিবা আছিল (প্ৰকাশিতবাক্য 9:7)

সমল - তলৰ উদাহৰণত, কাপটোত পানী আছে।

যিজনে আপোনাক একাপ পানী খাবলৈ দিয়ে … তেওঁ পুৰষ্কাৰ নেহেৰুৱাব। (মাৰ্ক 9:41 ULT)

সমগ্ৰৰ অংশ - তলৰ উদাহৰণত, দোৱাৰখন ৰাজ প্ৰসাদৰ এটা অংশ।

কিন্তু উৰিয়াই ৰজাৰ ৰাজ প্ৰসাদৰ দোৱাৰত শুইছিল (2 চমূৱেল 11:9 ULT)

এটা গোটৰ অংশ - তলৰ উদাহৰণত, "আমাৰ"এ সমগ্ৰ গোটটোক উল্লেখ কৰে আৰু "প্ৰত্যেক"এ ব্যক্তিগত সদস্যক উল্লেখ কৰে।

আমাৰ এজনক এটা উপহাৰ দিছে (ইফীচীয়া 4:7 ULT)

ঘটনা আৰু অধিকাৰ

কেতিয়াবা এটা বা দুয়োটা বিশেষ্য এটা ভাৱমূলক বিশেষ্য হয় যিয়ে এটা ঘটনা বা কাৰ্যৰ উল্লেখ কৰে। তলৰ উদাহৰণত, ভাৱমূলক বিশেষ্যসমূহ স্পষ্ট মুদ্ৰণ আছে। এইবিলাক মাত্ৰ কিছু সম্বন্ধ যিবোৰ দুটা বিশেষ্যৰ মাজত সম্ভৱ হয় যেতিয়া সিহঁতৰ এটাই এটা ঘটনাৰ উল্লেখ কৰে।

বিষয় - "ইয়াৰ"ৰ পিছৰ শব্দটোৱে কেতিয়াবা কয় যে প্ৰথম বিশেষ্যৰ দ্বাৰা নামাংকিত কাৰ্যটো কোনে কৰিব। তলৰ উদাহৰণত, যোহন লোকসকলক বাপ্তিস্ম কৰিছে

যোহনৰ বাপ্তিস্ম, স্বৰ্গৰ পৰা হৈছিলনে মানুহৰ পৰা হৈছিল? মোক উত্তৰ দিয়ক"। (মাৰ্ক 11:30)

তলৰ উদাহৰণত, খ্ৰীষ্টে আমাক ভাল পায়

কোনে আমাক খ্ৰীষ্টৰ ভাল পোৱাৰ পৰা পৃথক কৰিব? (ৰোমীয়া 3:35)

অব্যয় - "ইয়াৰ"ৰ পিছৰ শব্দটোৱে কেতিয়াবা এইটো কয় যে কোনে বা কি ঘটিব। তলৰ উদাহৰণত, ব্যক্তিসকলে টকা ভাল পায়

কাৰণ ধনক প্ৰেম কৰাটোৱেই হৈছে সকলো প্ৰকাৰৰ মন্দৰ মূল। (1 তীমথিয় 6:10 ULT)

যন্ত্ৰ - "ইয়াৰ"ৰ পিছৰ শব্দটোৱে কেতিয়াবা কিবা কেনেকৈ ঘটিব তাৰ বিষয়ে কয়। তলৰ উদাহৰণত, ইশ্বৰে লোকসকলক তৰোৱালেৰে সিহঁতক আক্ৰমণ কৰিবলৈ শত্ৰু পঠাই শাস্তি দিব।

তেন্তে তলোৱালক ভয় কৰক কাৰণ খঙে তৰোৱালৰ পৰা শাস্তি আনে (ইয়োব 19:29 ULT)

প্ৰতিনিধিত্ব - তলৰ উদাহৰণত, যোহনে সেই ব্যক্তিসকলক বাপ্তিস্ম কৰিছিল যিসকলে বাৰে বাৰে পাম কাম কৰিছিল। সিহঁতক সিহঁতে বাৰে বাৰে কৰাটো দেখুৱাবলৈ বাপ্তিস্ম কৰিছিল । তেওঁলোকৰ বাপ্তিস্মই সিহঁতৰ পুনৰাবৃত্তি প্ৰতিনিধিত্ব কৰিলে

এইদৰে মৰুপ্ৰন্তত বাপ্তিস্ম কৰোঁতা আৰু পাপ মোচনৰ অৰ্থে মনপালটনৰ বাপ্তিস্মৰকথা ঘোষনা কৰোতা যোহন আহিল। (মাৰ্ক 1:4 ULT)

দুটা বিশেষ্যৰ মাজত থকা সম্বন্ধটো কি হয় সেইটো জনাৰ কৌশল

  1. চাবলৈ চাৰিওফালে থকা পদসমূহ পঢ়ক যদি সিহঁতে দুটা বিশেষ্যৰ মাজত থকা সম্বন্ধটো বুজাই দিয়াত সহায় কৰে।
  2. UST-ত পদটো পঢ়ক। কেতিয়াবা ই সম্বন্ধটো স্পষ্টকৈ দেখুৱায়।
  3. টোকাসমূহে ইয়াৰ বিষয়ে কি কয় চাওক।

অনুবাদ কৌশল

যদি দুটা বিশেষ্যৰ মাজত এটা বিশেষ সম্বন্ধ দেখুৱাবলৈ অধিকাৰ এটা স্বাভাৱিক উপায় হয়, তেন্তে ইয়াক ব্যৱহাৰ কৰাটো গণ্য কৰক। যদি এইটো বুজাত অদ্ভুত বা কঠিন হয়, তেন্তে এইবিলাকক গণ্য কৰক।

  1. এটাই অন্যটোৰ উল্লেখ কৰাটো দেখুৱাবলৈ এটা বিশেষণ ব্যৱহাৰ কৰক।
  2. দুটা কেনেকৈ সম্বন্ধিত সেইটো দেখুৱাবলৈ এটা ক্ৰিয়া ব্যৱহাৰ কৰক।
  3. যদি এটা বিশেষ্যই এটা ঘটনাৰ উল্লেখ কৰে, তেন্তে ইয়াক এটা ক্ৰিয়া হিচাপে অনুবাদ কৰক।

প্ৰয়োগ কৰা অনুবাদ কৌশলৰ উদাহৰণ

  1. এটাই অন্যটোৰ উল্লেখ কৰাটো দেখুৱাবলৈ এটা বিশেষণ ব্যৱহাৰ কৰক। তলৰ বিশেষণটো স্পষ্ট মুদ্ৰণ আছে।
  • তেওঁলোকৰ মূৰত সোণৰ মুকুটৰ দৰে কিবা আছিল (প্ৰকাশিতবাক্য 9:7)
  • "তেওঁলোকৰ মূৰত সোণৰ মুকুট আছিল"
  1. দুটা কেনেকৈ সম্বন্ধিত সেইটো দেখুৱাবলৈ এটা ক্ৰিয়া ব্যৱহাৰ কৰক। তলৰ উদাহৰণত, যোগ হোৱা ক্ৰিয়াটো বল্ডত আছে।
  • ... যিজনে আপোনাক একাপ পানী খাবলৈ দিয়ে … তেওঁ পুৰষ্কাৰ নেহেৰুৱাব।(মাৰ্ক 9:41 ULT)
  • ... যিজনে আপোনাক খাবলৈ একাপ দিছে য'ত পানী আছে ... তেওঁৰ পুৰষ্কাৰ নেহেৰুৱাব।
  • ধনসম্পদ খঙত থকাৰ সময়ত অৰ্থহীন (হিতোপদেশ 11:4 ULT)
  • যেতিয়া ঈশ্বৰে তেওঁৰ খং দেখুৱায় তেতিয়া সেইটো সময়ত ধনসম্পদ অৰ্থহীন
  • যেতিয়া ঈশ্বৰে তেওঁৰ খঙৰ কাৰণে লোকসকলক শাস্তি দিয়ে তেতিয়া সেইটো সময়ত ধনসম্পদ অৰ্থহীন।
  1. যদি এটা বিশেষ্যই এটা ঘটনাৰ উল্লেখ কৰে, তেন্তে ইয়াক এটা ক্ৰিয়া হিচাপে অনুবাদ কৰক। তলৰ উদাহৰণত, ক্ৰিয়াটো বল্ডত আছে।
  • মন কৰক যে মই আপোনাৰ শিশুৰ সৈতে কথা কথা নাই, যিজনে আপোনাৰ প্ৰভু ঈশ্বৰৰ শাস্তিৰ কথা নাজানে বা সেইটো দেখা নাই, (দ্বিতীয় বিৱৰণ 11:2 ULT)
  • মন কৰক যে মই আপোনাৰ শিশুৰ সৈতে কথা কথা নাই, যিজনে মন কৰক যে আপোনাৰ প্ৰভু ঈশ্বৰে ইজিপ্তৰ লোকসকলক কেনেকৈ শাস্তি দিছে সেইটো নাজানে বা সেইটো দেখা নাই।
  • আপুনি কেৱল নিৰীক্ষণ কৰিব আৰু দুষ্টৰ শাস্তিবোৰ দেখিব। (গীতমালা 91:8 ULT)
  • আপুনি কেৱল নিৰীক্ষণ কৰিব আৰু প্ৰভুৱে দুষ্টলোকক কেনেকৈ শাস্তি দিয়ে সেইটো দেখিব
  • ... আপুনি পবিত্ৰ আত্মাৰ উপহাৰ প্ৰাপ্ত কৰিব। (পাচনিকৰ্ম 2:38 ULT)
  • ... আপুনি পবিত্ৰ আত্মা লাভ কৰিব, যাক ঈশ্বৰে আপোনাৰ প্ৰদান কৰিব