as_ta/translate/bita-plants/01.md

6.1 KiB
Raw Permalink Blame History

বাইবেলে অংশীদাৰ কৰা কিছুমান গছৰ প্ৰতিছবি বোৰ বৰ্ণমালা অনুক্ৰমে তলত তালিকা ভুক্ত কৰা হৈছে। বৰ ফলাত থকা সকলো শব্দই এটি ধাৰণাক প্ৰতিনিধিত্ব কৰে। শব্দটি সাধাৰণতে প্ৰতিটো পদত দেখা নিদিয়ে যাৰ প্ৰতিছবি আছে, কিন্ত্ত শব্দটিয়ে প্ৰতিনিধিত্ব কৰা ধাৰণাক প্ৰকাশ কৰে।

এটা ডালে এজন ব্যক্তিৰ বংশধৰক প্ৰতিনিধিত্ব কৰে।

তলত দিয়া উদাহৰণত, যিচয়াই যেচিৰ এগৰাকী বংশধৰৰ বিষয়ে লিখিছিল আৰু যিৰিমিয়াই দায়ুদৰ এগৰাকী বংশধৰৰ বিষয়ে লিখিছিল।

এটা গজালি যেচিৰ শিপাৰ পৰা অংকুৰিত হ’ব, আৰু তেওঁৰ শিপাৰ পৰা ওলোৱা এটা ডালে ফল ধৰিব। যিহোৱাৰ আত্মা তেওঁৰ ওপৰত থাকিব, সেই প্ৰজ্ঞা আৰু বুজনিৰ আত্মা। (যিচয়া11:1 ULT)

চাওক, দিনবোৰ আহিছে—এইয়া যিহোৱাৰ ঘোষণা—যেতিয়া মই দায়ুদৰ বাবে উঠিম এটা ধাৰ্মিক ডাল। তেওঁ ৰজা হিচাপে ৰাজত্ব কৰিব; তেওঁ সমৃদ্ধি আনিব আৰু দেশত ন্যায়বিচাৰ আৰু ধাৰ্মিকতাক কাৰ্য্যকৰী কৰিব। (যিৰিমিয়া ২৩:৫ ইউ.এল.টি)

ইয়োবত যেতিয়া ইয়াক কোৱা হৈছে যে "তেওঁৰ ডালক॥ কাটি দিয়া হ’ব," ইয়াৰ অৰ্থ হ’ল যে তেওঁৰ কোনো বংশধৰ নাথাকিব।

তেওঁৰ শিপা তলত শুকাই যাব; সকলোৰ উপৰত তেওঁৰ ডাল কাটি দিয়া হব। তেওঁৰ স্মৃতি পৃথিৱীৰ পৰা নষ্ট হৈ যাব; পথত তেওঁৰ কোনো নাম নাথাকিব। (ইয়োব ১৮:১৭ ইউ.এল.টি)

এজোপা গছপুলিয়ে এজন ব্যক্তিক প্ৰতিনিধিত্ব কৰে

একেদৰে ঈশ্বৰে আপোনাকও চিৰদিনৰ বাবে নষ্ট কৰিব; তেওঁ…আপোনাক বাস কৰা ঠাইৰ পৰা শিপাৰ সৈতে উঘালি পেলাব। (গীতমালা ৫২:৫ ইউ.এল.টি)

এজোপা গছে আবেগ বা দৃষ্টিকোণক প্ৰতিনিধিত্ব কৰে

এটা বিধৰ গুটিবোৰ ৰোপণ কৰাই যেনেকৈ ফলাফল স্বৰুপে সেই বিধৰ গছক বৃদ্ধি পাবলৈ দিয়ে, ঠিক সেইদৰেই এটা ধৰণে আচৰণ কৰাই সেই ধৰণৰ পৰিণাম দিয়ে।

পদবোৰত থকা আবেগ বা দৃষ্টিকোণক তলত আঁচ মাৰা হৈছে।

সিঁচা ধাৰ্মিকতা তোমালোকৰ নিজৰ বাবে, আৰু ফল চপোৱাচুক্তি বিশ্বস্ততা। (হোচেয়া ১০:১২ ইউ.এলটি)

<খণ্ড উদ্ধৃতি> মই যি দেখিছো তাৰ ওপৰত ভিত্তি কৰি, যি সকলেদুষ্টতাৰ শাল বাই আৰু সমস্যা সিঁচে, একেই কাটিব। (ইয়োব :৮ ইউ.এল.টি)</খণ্ড উদ্ধৃতি>

যিহেতু মানুহে বতাহসিঁচে আৰু কাটিব বা-মাৰলী. (হোচেয়া ৮: ইউ.এলটি)

<খণ্ড উদ্ধৃতি> তুমি ধাৰ্মিকতাৰ ফলক তিক্ততালৈ পৰিবৰ্তন কৰিলা। (আমোচ ৬:১২ ইউ.এল.টি)</খণ্ড উদ্ধৃতি>

তেন্তে সেই সময়ত তোমাৰ কি কি ফলবোৰ আছিল যাৰ বাবে তুমি এতিয়ালজ্জিত্ব হৈছা? (ৰোমীয় ৬:২১ ইউ.এল.টি)

এজোপা গছে এজন ব্যক্তিক প্ৰতিনিধিত্ব কৰে

তেওঁ এনেকুৱা হ’ব এজোপা এনে গছ যি পানীৰ সোঁতৰ কাষত ৰোৱাবতৰত তাৰ নিজৰ ফল উৎপন্ন কৰে, যাৰ পাত শুকাই নাযায়; তেওঁ যি কৰিব সি সমৃদ্ধি অৰ্জন কৰিব। (গীতমালা ১:৩ ইউ.এল.টি)

<খণ্ড উদ্ধৃতি>মই সেইটো দেখিছো যে দুষ্ট আৰু ভয়ংকৰ ব্যক্তি বিয়পি পৰিবতাৰ কাষৰ মাটিতে সেউজীয়া গছৰ দৰে। (গীতমালা ৩৭:৩৫ ইউ.এল.টি)</<খণ্ড উদ্ধৃতি>

মই সেউজীয়া জলফাই গছৰ দৰেঈশ্বৰৰ গৃহত। (গীতমালা ৫২:৮ ইউ.এল.টি)