as_ta/translate/bita-hq/01.md

131 lines
15 KiB
Markdown
Raw Permalink Blame History

This file contains ambiguous Unicode characters

This file contains Unicode characters that might be confused with other characters. If you think that this is intentional, you can safely ignore this warning. Use the Escape button to reveal them.

### বৰ্ণনা
তলত বাইবেলৰ কিছুমান চিত্ৰ, য’ত শৰীৰৰ অংগ আৰু মানৱ গুণ জড়িত আছে, বৰ্ণমালা অনুসৰি তালিকাগত কৰা হৈছে। ডাঙৰ আখৰেৰে লিখা শব্দসমূহে এটা ধাৰণা প্ৰদান কৰিব। ছবি থকা প্ৰতিটো পদতে শব্দটো নাথাকিবও পাৰে, কিন্তু শব্দটোৱে প্ৰতিনিধিত্ব কৰা ধাৰণাটো থাকিব।
#### শৰীৰৰ অংগই মানুহৰ এটা গোটক বুজায়
> এতিয়া আপুনি খ্ৰীষ্টৰ শৰীৰ আৰু ব্যক্তিগতভাৱে ইযাৰ সদস্য। (1 কৰিন্থিয়া 12:27 ULT)
<খণ্ডউদ্ধিি> বৰং আমি প্ৰেমেৰে সত্যটো ক’ম আৰু তেওঁৰ সকলো দিশত বাঢ়ি যাম, খ্ৰীষ্ট, যি শিৰ হয়। খ্ৰীষ্টে বিশ্বাসীসকলৰ সম্পূৰ্ণ শৰীৰ একত্ৰিত কৰে- ইয়াক প্ৰতিটো সমৰ্থনকাৰী অংগৰে একত্ৰিত কৰি ধৰি ৰখা হয় যাতে সম্পূৰ্ণ শৰীৰটো বৃদ্ধি পায় আৰু ই নিজকে প্ৰেমেৰে গড়ি তুলে। (ইফিচীয়া 4:15-16 ULT) </খণ্ডউদ্ধিতি >
এই স্কন্ধসমূহত, খ্ৰীষ্টৰ শৰীৰে সেই লোকসকলৰ গোটক প্ৰতিনিধিত্ব কৰে যি খ্ৰীষ্টৰ অনুসৰণ কৰে।
#### মুখে কাৰোবাৰ উপস্থিতিক বুজায়
>তুমি মোক ভয় নকৰানে—এইয়া যিহোৱাৰ ঘোষণা—বা কঁপি উঠা<u>মোৰ মুখৰ আগত </u>? (যিৰিমিয়া 5:22 ULT)
কোনোলোকৰ মুখৰ আগত থকাটো হ’ল তেওঁলোকৰ উপস্থিতিত থকা, মানে, তেওঁলোকৰ লগত থকা।
#### মুখে কাৰোবাৰ মনোযোগ বুজায়
> ইজৰাইলৰ প্ৰতিটোৰ ঘৰৰ প্ৰতিজন মানুহ যি তেওঁৰ মূৰ্তিক নিজৰ অন্তৰত স্থাপিত কৰে, বা যি <u>তেওঁৰ মুখৰ আগতে </u> নিজৰ পাপৰ বাধা ৰাখে, আৰু যি তাৰ পিছত এজন ভাৱবাদী ওচৰলৈ আহে মই, যিহোৱা,তেওঁৰ মূৰ্তিৰ সংখ্যা অনুসৰি উত্তৰ দিম।(যিহিষ্কেল 14:4 ULT)
কোনো লোকৰ মুখৰ আগত কোনো বস্তু থোৱাটো হ’ল তাক ভালকৈ চোৱা বা তাৰ প্ৰতি মনোযোগ দিয়া।
> বহুতে শাসকৰ <u>মুখ বিচাৰে</u>, (হিতোপদেশ 29:26 ULT)
যদি কোনোবাই আন লোকৰ মুখ বিচাৰে, তেওঁ আশাকৰে যে সেই ব্যক্তিজনে তেওঁৰ প্ৰতি ধ্যান দিব।
>আপুনি কিয় <u>আপোনাৰ মুখ লুকুৱালে</u> আৰু আমাৰ ব্যথা আৰু আমাৰ উত্পীৰণ পাহৰি গ’ল? (গীতমালা 44:24 ULT)
কাৰোবাৰ মুখখন লুকুৱা মান তেওঁক উপেক্ষা কৰা।
#### মুখে পৃষ্ঠক বুজায়
>সমগ্ৰ ভূমিৰ <u>মুখ</u>ৰ ওপৰত অকাল বিয়পি আছিল। (আদিপুস্তক 41:56 ULT)
<খণ্ডউদ্ধিি > তেওঁ চন্দ্ৰমাৰ <u>মুখ খন</u> বেৰি ধৰিলে আৰু তাৰ ওপৰত তেওঁৰ ডাৱৰ বিয়পাই দিলে। (ইয়োব 26:9 ULT) </খণ্ডউদ্ধিতি >
#### হাত -খনে এজন মানুহৰ সংস্থা বা ক্ষমতাক বুজায়
> যিহোৱা <u>মোৰ হাতেৰে</u> মোৰ শত্ৰুবোৰৰ মাজত বিস্ফুৰিত হৈ পৰিল যেন বানপানীৰ ঢলহে। (1 বংশাৱলী14:11 ULT)
“যিহোৱা মোৰ হাতেৰে মোৰ শত্ৰুবোৰৰ মাজত বিস্ফুৰিত হৈ পৰিল” মানে “যিহোৱা মোৰ শত্ৰুবোৰৰ মাজত বিস্ফুৰিত হবৰ বাবে মোক ব্যৱহাৰ কৰিলে।”
><u>আপোনাৰ হাতে </u> আপোনাৰ শত্ৰুবোৰক জব্দ কৰিব; <u>আপোনাৰ সোঁহাতে</u> আপোনাক ঘৃণা কৰাসকলক জব্দ কৰিব। (গীতমালা 21:8 ULT)
"আপোনাৰ হাতে আপোনাৰ শত্ৰুক জব্দ কৰিব” মানে “আপোনাৰ ক্ষমতাৰে আপুনি আপোনাৰ সকলো শত্ৰুক জব্দ কৰিব”।
>চোৱা, <u>যিহোৱাৰ হাতখন</u> ইমান চুটি নহয় যে ইয়াক ৰক্ষা কৰিব নোৱাৰে। (যিচয়া 59:1 ULT)
"তেওঁৰ হাত চুটি নহয়" মানে তেওঁ দূৰ্বল নহয়।
#### শিৰ- য়ে শাসকক প্ৰতিনিধিত্ব কৰে, অন্যসকলৰ ওপৰত যাৰ কৰ্তৃত্ব আছে
>ঈশ্বৰে সকলো বস্তুক খ্ৰীষ্টৰ ভৰিৰ তলত বিস্তাৰিত কৰিছে আৰু মণ্ডলীত থকা সকলো বস্তুৰ ওপৰত <u> শিৰ তেওঁক সৃষ্টি </u>, যিটো তেওঁৰ শৰীৰ, তেওঁৰ সম্পূৰ্ণতা যি সকলো বস্তু সকলো ধৰণেই পৰিপূৰ্ণ কৰে। (ইফিচীয়া 1:22 ULT)
<খণ্ডউদ্ধিি >পত্নীসকল তেওঁলোকৰ নিজৰ পতিৰ সপক্ষে হোৱা উচিত, যেনেদৰে প্ৰভুৰ প্ৰতি। কাৰণ পতি হ’ল পত্নীৰ <u>শিৰ</u>, যিদৰে খ্ৰীষ্ট হ’ল গীৰ্জাৰ <u>শিৰ</u>, আৰু তেওঁয়েই হ’ল শৰীৰৰ ৰক্ষক। (ইফিচীয়া 5:22-23 ULT)</খণ্ডউদ্ধিতি >
#### এজন স্বামী -য়ে সেইয়াক প্ৰতিনিধিত্ব কৰে যি কোনোলোকক কাম কৰিবৰ বাবে অনুপ্ৰেৰিত কৰে
>কোনো লোকে <u>দুজন স্বামীক</u> সেৱা প্ৰদান কৰিব নোৱাৰে, কাৰণ হয়টো তেওঁ এজনক ঘৃণা কৰিব আৰ আন জনক ভালপাব, নতুবা এজনৰ প্ৰতি সমৰ্পিত থাকিব আৰি আনজনক অৱজ্ঞা কৰিব। আপুনি ঈশ্বৰ আৰু সম্পদ দুয়োটাকে সেৱা কৰিব নোৱাৰে। (মথি 6:24 ULT)
ঈশ্বৰক সেৱা কৰাটো হ’ল ঈশ্বৰৰ দ্বাৰা অনুপ্ৰাণিত হোৱা। ধনক সেৱা কৰা মানে হ’ল ধনৰ দ্বাৰা অনুপ্ৰাণিত হোৱা।
#### এটা নাম-য়ে সেই নামটোৰ ব্যক্তিজনক প্ৰতিনিধিত্ব কৰে
>ঈশ্বৰে আপোনাৰ <u>চলোমন নামটো</u> আপোনাৰ নামতকৈও অধিক কৰি তুলে যেন, আৰু তেওঁৰ সিংহাসন আপোনাৰ সিংহাসনতকৈ অধিক মহান কৰি তুলে যেন।" 1 ৰজাৱলী 1:47 (ULT)
<খণ্ডউদ্ধিি > চোৱা, মই শপত লৈছো <u>মোৰ মহান নামেৰে</u>—য়াহৱাহে ক’লে। ইজিপ্তৰ সমগ্ৰ ভূমিত কোনো জুদাহৰ কোনো লোকৰ মুখৰে <u>মোৰ নাম</u>আৰু লোৱা নহব …." (যিৰিমিয়া 44:26 ULT) </খণ্ডউদ্ধিতি >
যদি কাৰোবাৰ নাম মহান হয়. তাৰ মানে তেওঁ মহান।
>এতিয়া আপোনাৰ সেৱকৰ প্ৰাৰ্থনা শুনক আৰু আপোনাৰ সেৱকৰ প্ৰাৰ্থনা শুনক যি <u>আপোনাৰ নামৰ সন্মান কৰিবলৈ</u> আনন্দিত হয়…. নহিমিয়াহ 1:11 (ULT)
কাৰোবাৰ নামৰ সন্মান কৰা মানে তেওঁক সন্মান কৰা।
#### এটা নাম -য়ে এজন লোকৰ খ্যাতি বা সন্মানক বুজায়
>আপুনি আপোনাৰ উপহাৰ আৰু মূৰ্তিসমূহৰ লগত <u>মোৰ পবিত্ৰ নামক</u> কলুষিত কৰিব নালাগিব। যিহিষ্কেল 20:39 (ULT)
ঈশ্বৰৰ নাম দূষিত কৰা মানে তেওঁৰ সন্মানক কলুষিত কৰা, মানে, তেওঁৰ বিষয়ে লোকসকলে কিভাৱে সেইয়া কলুষিত কৰা।
>কাৰণ মই <u>মোৰ মহান নামক</u> পবিত্ৰ কৰিম, যাক আপুনি দেশসমূহৰ মাজত কলুষিত কৰিছে …. যিহিষ্কেল 36:23 (ULT)
ঈশ্বৰৰ নাম পবিত্ৰ কৰা মানে মানুহক চাবলৈ দিয়া যে ঈশ্বৰ পবিত্ৰ।
>আপোনাৰ সেৱকসকল বহুত দূৰৰ ঠাইৰ পৰা আহিছে, কাৰণ আপোনাৰ ঈশ্বৰ যিহোৱাৰ <u>নাম</u>। আমি তেওঁৰ বিষয়ে আৰু তেওঁ ইজিপ্তত কৰা সকলোবোৰৰ বিষয় শুনিছো (যিহোচূৱা 9:9 ULT)
সত্যটো এইয়া যে মানুহখিনিয়ে কৈছে যে য়াহৱেহৰ বিষয়ে শুনিছে যি দৰ্শাই যে “য়াহৱেহৰ নামৰ বাবে” মানে য়াহৱেহৰ সন্মানৰ বাবে।
#### নাক য়ে ক্ৰোধক প্ৰতিনিধিত্ব কৰে
>তাৰপিছত…আপোনাৰ যুদ্ধত বিশ্বৰ ভিত্তিসমূহে কান্দে, যিহোৱা- <u>আপোনাৰ নাসাৰন্ধ</u> শ্বাসৰ শব্দত। (গীতমালা 18:15 ULT)
<খণ্ডউদ্ধিি ><u>আপোনাৰ নাসাৰন্ধ </u> শব্দত পানী জমা হয় …. (যাত্ৰাপুস্তক 15:8 ULT)</খণ্ডউদ্ধিতি >
><u>তেওঁ নাসাৰন্ধ </u> পৰা ধোঁৱা বাহিৰ হ’ল আৰু তেওঁৰ মুখৰ পৰা প্ৰ্জ্বলিত জুই ওলাই আহিল …. (2 চমুৱেল 22:9 ULT)
<খণ্ডউদ্ধিি >…এইয়া হ’ল প্ৰভু য়াহৱেহৰ ঘোষণা: 'মোৰ খং <u>মোৰ নাসাৰন্ধ </u> উত্পন্ন হব!' (যিহিষ্কেল 38:18 ULT)</খণ্ডউদ্ধিতি >
কাৰোবাৰ নাকৰ পৰা ওলোৱা বতাহ বা ধোঁৱাই অত্যন্ত খং প্ৰকাশ কৰে।
#### উঠা চকু -য়ে অহংকাৰক প্ৰতিনিধিত্ব কৰে
> কিন্তু আপুনি সেই বোৰক <u>গৰ্বিত, উঠা চকুৰে </u> তললৈ নমাই আনে ! (গীতমালা 18:27 ULT)
ওপৰলৈ উঠা চকুয়ে এজন মানুহক গৰ্বিত বুলি প্ৰদৰ্শন কৰে।
> প্ৰভুৱে এজন গৰ্বিত মানুহক নম্ৰে কৰে, আৰু <u> চকু তললৈ </u> কৰি থকা জনক ৰক্ষা কৰে।. (ইয়োব 22:29 ULT)
তললৈ চকু কৰি থকাটোৱে দেখুওৱাই যে মানুহজন নম্ৰ।
#### কাৰোবাৰ পুত্ৰ -য়ে তাৰ গুণক বুজায়
> কোনো <u>দুষ্টৰ পুত্ৰই </u> তেওঁক অত্যাচাৰ নকৰিব। (গীতমালা 89:22b ULT)
এজন দুষ্টৰ পুত্ৰ হ’ল এজন দুষ্ট মানুহ।
> বন্দীসকলৰ চিত্কাৰ আপোনাৰ সন্মূখলৈ আহে যেন;
> আপোনাৰ শক্তিৰ মহানতাৰে <u>মৃত্যুৰ সন্তানবোৰক</u> জীয়াই ৰাখক। (গীতমালা 79:11 ULT)
ইয়াত মৃত্যুৰ সন্তান হ’ল সেইসকল লোক যাক আনে হত্যা কৰাৰ পৰিকল্পনা কৰিছে।
>আমি সকলোৱে এবাৰ এই অবিশ্বাসীসকলৰ মাজত আছিলো আৰু আমাৰ মাংসৰ বেয়া ইচ্ছা অনুসৰি কাম কৰিছিলো, মাংসৰ আৰু মনৰ ইচ্ছাৰে কৰিছিলো, আৰু আমি স্বভাৱগত ভাৱে অন্য সকলৰ দৰেই <u>ক্ৰোধৰ সন্তানh</u> আছিলো। (ইফিচীয়া 2:3 ULT)
ইয়াত ক্ৰোধৰ সন্তান হ’ল সেইসকললোক যাৰ ওপৰত প্ৰভু অতি ক্ৰোধিত।
### অনুবাদ কৌশলসমূহ
([বাইবেলৰ ছবি- সদৃশ আৰ্হি](../bita-part1/01.md) ত অনুবাদ কৌশলসমুহ চাওক)