as_ta/process/intro-publishing/01.md

14 lines
2.2 KiB
Markdown

### প্ৰকাশকৰণৰ অৱলোকণ
যেতিয়া এবাৰ কোনো কাম Door43ত আপলোড কৰা হয়, তেতিয়া ই আপোনাৰ ব্যৱহাৰীক একাউন্টত আপোনা-আপুনি ভাবে অনলাইলত উপলব্ধ হয়। ইয়াক স্ব-প্ৰকাশকৰণ বুলি কোৱা হয়। আপোনাৰ প্ৰকল্পৰ এটা ৱেব সংস্কৰণ আপোনাৰ বাবে http://door43.org/u/user_name/project_name ত পোৱা যাব (য’ত ব্যৱহাৰ-কৰোতাৰ নাম আপোনাৰ-ব্যৱহাৰিক নাম হব আৰু প্ৰকল্পৰ-নাম আপোনাৰ অনুবাদৰ-প্ৰকল্পৰ নাম হব)। অনুবাদস্টুডিয় আৰু অনুবাদকেন্দ্ৰ উভয়ে আপুনি আপলড কৰোতে আপোনাক সঠিক লিংক প্ৰদান কৰিব। ইয়াৰ উপৰিও আপুনি ত সকলো কামবোৰ খুলি চাব পাৰে।
আপোনাৰ Door43 প্ৰকল্পৰ পৃষ্ঠাৰ পৰা আপুনি পাৰে:
* আপোনাৰ প্ৰকল্পৰ ৱেব সংস্কৰণ ডিফল্ট বিন্যাসৰ লগত চাওক।
* আপোনাৰ প্ৰকল্পৰ নথি ডাউনলোড কৰক (এটা PDF ৰ দৰে)
* আপোনাৰ প্ৰকল্পৰ বাবে উৎস ফাইলৰ লিংক (USFM or Markdown) প্ৰাপ্ত কৰক
* নিজৰ প্ৰকল্পৰ বিষয়ে আনৰ সৈতে কথা পাতক
* আপোনাৰ প্ৰকল্পৰ সম্পাদনা আৰু উন্নত্বকৰণক অব্যাহত ৰাখক আৰু সকলো পৰিৱৰ্তনৰ ওপৰত দৃষ্টি ৰাখক
আপোনাৰ প্ৰকল্প আনক অধিক ভাবে বিতৰণ কৰাৰ বাবে, চাওক [বিতৰণ](../intro-share/01.md)।