10 lines
5.9 KiB
Markdown
10 lines
5.9 KiB
Markdown
উভতি লিখা অনুবাদসমূহ দুই ধৰণৰ আছে।
|
|
|
|
### গুপ্তথকা ৰেখাকৃতিৰ উভতি কৰা অনুবাদ
|
|
|
|
গুপ্তথকা ৰেখাকৃতিৰ উভতি কৰা অনুবাদ হৈছে এনে এটা অনুবাদ যত উভতি কৰা অনুবাদকে লক্ষ্য কৰি লোৱা ভাষা অনুবাদৰ প্ৰতিটো শব্দৰ বাবে এটা অনুবাদ শব্দৰ অধিনত অৰ্ন্তনীহিত কৰি থয়। ই এটা শাস্ত্ৰাংশত ফলাফল দিয়ে যত লক্ষ্য কৰি লোৱা ভাষা অনুবাদৰ প্ৰতিটো শাৰী বহুল প্ৰকাশৰ ভাষাৰ এটা শাৰীৰ দ্বাৰাই অনুকৰণ কৰা হয়। এই ধৰণৰ উভতি কৰা অনুবাদৰ সুযোগ হৈছে যে পৰীক্ষকে সহজে জানিব পাৰে যে অনুবাদক দলে কেনেকৈ লক্ষ্য কৰি লোৱা ভাষা অনুবাদৰ প্ৰতিটো শব্দ অনুবাদ কৰিছে। তেওঁ লক্ষ্য কৰি লোৱা ভাষাৰ শব্দৰ প্ৰতিটো অৰ্থৰ দুৰত্বক অধিক সহজ ভাবে দেখা পাব পাৰে আৰু ইয়াক বিভিন্ন প্ৰাসঙ্গিকতাত কেনেকৈ ব্যৱহাৰ কৰা হৈছে তুলনা কৰিব পাৰে। এই ধৰণৰ উভতি কৰা অনুবাদৰ অসুযোগ হৈছে যে বহুল প্ৰকাশৰ ভাষাত শাস্ত্ৰাংশৰ শাৰীবোৰ অনুবাদৰ একোটা নিৰ্দিষ্ট শব্দবোৰৰ যোগেদি গঠন কৰা হৈছে। এনে কৰাই শাস্ত্ৰাংশটিক পঢ়া আৰু বুজি পোৱাত কঠিন কৰি পেলাই, আৰু উভতি কৰা অনুবাদৰ অন্য পদ্ধতিবোৰতকৈ পৰীক্ষকৰ মনত অধিক প্ৰশ্ন আৰু ভূল বুজনি সৃষ্টি কৰিব পাৰে। এই একেই কাৰণৰ বাবে আমি শব্দৰ পৰা শব্দলৈ কৰা অনুবাদৰ পদ্ধতিটিক বাইবেল অনুবাদৰ বাবে পৰামৰ্শ নিদিওঁ!
|
|
|
|
### উভতি কৰা স্বাধীন অনুবাদ
|
|
|
|
উভতি কৰা স্বাধীন অনুবাদ হৈছে এনে এটা অনুবাদ যত উভতি কৰা অনুবাদকে বহুল প্ৰকাশৰ ভাষাত লক্ষ্য কৰি লোৱা ভাষা অনুবাদৰ এটা পৃথক ঠাইত এটা অনুবাদ কৰে। এই পদ্ধতিৰ অসুযোগ হৈছে যে উভতি কৰা অনুবাদটি লক্ষ্য কৰি লোৱা ভাষা অনুবাদৰ সৈতে ঘনিষ্ট ভাবে জড়িত নহয়। উভতি কৰা অনুবাদকে এই অসুযোগক জয় কৰিবলৈ সহায় কৰিব পাৰে যেতিয়া বাইবেলক উভতি অনুবাদ কৰা হয়, তথাপি, উভতি কৰা অনুবাদৰ সৈতে পদৰ সংখ্যাক্ৰম আৰু ছেদ প্ৰকৰণ সনিবিষ্ট কৰাৰ যোগেদি কৰিব পাৰি। দুয়োটা অনুবাদত পদৰ সংখ্যাক্ৰমক উল্লেখ কৰাৰ যোগেদি আৰু সেইবোৰৰ সঠিক স্হানত সাৱধানেৰ ছেদ প্ৰকৰণৰ চিন পুনৰ উৎপন্ন কৰাৰ যোগেদি, অনুবাদক পৰীক্ষকে উভতি কৰা অনুবাদৰ কোনটো অংশই লক্ষ্য কৰি লোৱা ভাষা অনুবাদৰ কোনটো অংশক প্ৰতিনিধিত্ব কৰিছে তাক চাই যাব পাৰে। এই পদ্ধতিৰ লাভালাভ হৈছে যে উভতি কৰা অনুবাদে বহুল প্ৰকাশৰ ভাষাৰ ব্যাকৰণ আৰু শব্দ শৃঙ্খলাক ব্যৱহাৰ কৰিব পাৰে, আৰু সেইবাবেই অনুবাদ পৰীক্ষকৰ বাবে ই পঢ়িবলৈ আৰু বুজি পাবলৈ অতিকৈ সহজ হয়। এনেকি বহুল প্ৰকাশৰ ভাষাৰ ব্যাকৰণ আৰু শব্দ শৃঙ্খলাক ব্যৱহাৰ কৰিছে, তথাপিতো, উভতি কৰা অনুবাদকে শব্দবোৰক আক্ষৰিক ধৰণে অনুবাদ কৰাটো মনত ৰখা উচিত। এনে কৰাই পৰীক্ষকৰ বাবে আক্ষৰিকতা আৰু পঢ়িবৰ পৰা যোগ্যতাৰ অতিকৈ লাভাম্বিত যুগ্মতাক প্ৰদান কৰে। আমি পৰামৰ্শ দিব বিচাৰো যে উভতি কৰা অনুবাদকে এই উভতি কৰা স্বাধীন অনুবাদৰ পদ্ধতিক ব্যৱহাৰ কৰক।
|