as_ta/checking/team-oral-chunk-check/01.md

5.0 KiB

এটা দল স্বৰূপে অনুবাদৰ এটা শাস্ত্ৰাংশ বা অধ্যায় পৰীক্ষা কৰিবলৈ, এটা মৌখিক অংশৰ দলীয় পৰীক্ষা কৰিবলগীয়া হয়। ইয়াক কৰিবলৈ, প্ৰতি গৰাকী অনুবাদকে তেওঁ কৰা অনুবাদক বাকী থকা দলৰ সন্মুখত বৰ মাতেৰে পঢ়িব। প্ৰতিটো অংশ অন্ত পৰাৰ পাছত, অনুবাদক গৰাকীয়ে বন্ধ কৰিব যাতে দলে সেই অংশক আলোচনা কৰিব পাৰে। ধাৰণা অনুসৰি, প্ৰতিটো লিখিত অনুবাদক যত সকলোৱে ইয়াক দেখা পাব পৰাকৈ পৰিবেশন কৰা হয় যেতিয়া অনুবাদক গৰাকীয়ে শাস্ত্ৰাংশটি মৌখিক ভাবে পঢ়ি যায়।

দলৰ সদস্যসকলৰ দায়িত্ববোৰ ভাগ কৰি দিয়া হয়-ই গুৰুত্বপূৰ্ণ যে দলৰ প্ৰতি গৰাকী সদস্যই এটা সময়ত উল্লেখিত দায়িত্বসমূহৰ ভিতৰত কেৱল এটাহে পালন কৰিব।

১. এজন বা দলৰ অধিক সদস্যসকলে স্বাভাবিকতাৰ বাবে শুনিব। কিবা এটা যদি অস্বাভাবিক হয়, অংশটি পঢ়ি সমাপ্ত হোৱাৰ পাছত, তেওঁলোকে ইয়াক অধিক স্বাভাবিক ভাবে কবলৈ পৰামৰ্শ আগবঢ়াব। ১. এজন বা দলৰ অধিক সদস্যসকলে উৎস শাস্ত্ৰাংশৰ সৈতে অনুকৰণ কৰিব, যি কোনো এটা যি যুক্ত কৰা হোৱা নাই, বাদ পৰা নাই, বা সলনি কৰা হোৱা নাই। অংশটি পঢ়ি সমাপ্ত হওঁতে, তেওঁলোকে দলক সতৰ্ক কৰি দিয়ে যে কিবা এটা যুক্ত কৰা হৈছে, বাদ পৰিছে, বা সলনি হৈছে। ১. দলৰ অন্য সদস্যসকলে অনুবাদমূলৰ প্ৰতিবেদনৰ ধৰণৰ সৈতে অনুকৰণ কৰিব, কিন্ত্ত উৎস শাস্ত্ৰাংশৰ সকলো উনুকিয়াই দিয়া মূল সংজ্ঞাবোৰ নহয়। ইয়াৰ পাছত দলে অনুবাদত থকা যি কোনো মূল সংজ্ঞাৰ আলোচনা কৰিব যি অনিয়মীয়া বা অনুপযুক্ত যেন বোধ হয়, যি কোনো অন্য সমস্যাবোৰৰ সৈতে পঢ়ি যাওঁতে দেখা পোৱা যায়। এই ধৰণটি যদি প্ৰাপ্ত নহয়, তেন্তে দলৰ এই সদস্যসকলে দলীয় মূল সংজ্ঞাৰ পৃষ্ঠাত মূল সংজ্ঞাবোৰ বিচাৰি চাব পাৰিব।

এই পদক্ষেপবোৰ আৱশ্যকতা অনুসৰি দুহাৰিব পৰা যায় যেতিয়ালৈকে দলে তেওঁলোকৰ অনুবাদটিত সন্তোষ্ট নহয়।

এই সময়ত, অনুবাদটিক এখন প্ৰথম খচৰা স্বৰূপে বিবেচনা কৰা হয়, আৰু দলে উল্লেখিতবোৰও কৰিবলগীয়া হয়।

১. অনুবাদক দলৰ কোনোবা এগৰাকীয়ে শাস্ত্ৰাংশক অনুবাদস্টুডিঅত অৰ্ন্তভূক্ত কৰাৰ প্ৰয়োজন আছে। দলে যদি খচৰাৰ পাতনিৰ পৰাই অনুবাদস্টুডিঅ ব্যৱহাৰ কৰি আহিছে, তেন্তে সেই সকলোবোৰ এই সময়ত অৰ্ন্তভূক্ত কৰিবলগীয়াটো হল যে যি দলে সলনি কৰিছিল। ১. অনুবাদৰ এটা নতুন বাণীবদ্ধ বনোৱা উচিত, সকলো সলনিবোৰ সাঙুৰি আৰু দলে যিবোৰ উন্নত্ব কৰিছিল। ১. অনুবাদস্টুডিঅ ফাইল আৰু বাণীবদ্ধক দুৱাৰ৪৩ৰ দলীয় সঞ্চিত কোঠাত অৰ্ন্তভূক্ত কৰা উচিত।