as_ta/checking/spelling/01.md

5.4 KiB

পঢ়োৱৈসকলে অনুবাদটি সহজে পঢ়িব আৰু বুজি পাবৰ নিমিত্তে, আপুনি শব্দবোৰ নিয়মীয়াকৈ বানান কৰাটো গুৰুত্বপূৰ্ণ। ই কটিন হব পাৰে যদিহে লক্ষ্য কৰি লোৱা ভাষাত লিখা আৰু বানান কৰাৰ পৰম্পৰা নাথাকে। বিভিন্ন লোকসকলে যেতিয়া এটা অনুবাদৰ পৃথক পৃথক অংশবোৰৰ কাৰ্য্যবোৰ কৰে, তেতিয়া তেওঁলোকে একে শব্দকে ইজনে সিজনৰ পৰা অন্য ধৰণে বানান কৰিব পাৰে। সেই কাৰণৰ বাবেই, অনুবাদক দলৰ বাবে তেওঁলোকে অনুবাদ আৰম্ভ কৰাৰ পূৰ্ব্বেই শব্দবোৰ তেওঁলোকে কেনেকৈ বানান কৰিব বিষয়ে আলোচনা কৰি আচঁনি প্ৰস্ত্তত কৰিবলৈ লগখোৱাটো ই গুৰুত্বপূ্ৰ্ণ।

এটা দল স্বৰূপে, সেই শব্দবোৰ আলোচনা কৰক যিবোৰ বানান কৰাটো কঠিন হয়। শব্দবোৰৰ যদি সেইবোৰত উচ্চাৰণ থাকে যিবোৰ প্ৰতিনিধিত্ব কৰিবলৈ কঠিন হয়, তেন্তে আপোনাক লিখিত প্ৰণালিত সলনি কৰাৰ প্ৰয়োজন হব পাৰে, যি আপুনি ব্যৱহাৰ কৰি আছে (চাওক বৰ্ণমালাet/Orthography)। শব্দবোৰত থকা উচ্চাৰণবোৰ যদি অন্য ধৰণে প্ৰতিনিধিত্ব কৰিব পৰা যায়, তেন্তে দলে সেইবোৰ কেনেকৈ বানান কৰিব ইয়াৰ বিষয়ে একমত হোৱা উচিত। এই শব্দবোৰৰ সহমত হোৱা বানানবোৰৰ ওপৰত বৰ্ণমালাক্ৰমে এখন তালিকা প্ৰস্ত্তত কৰক। নিশ্চীত্ব হব যেন দলৰ প্ৰতি গৰাকী সদস্যৰ বাবে এখন প্ৰতিলিপি থাকে যি অনুবাদ কৰোতে তেওঁলোকে চাব পাৰে। এই তালিকাত অন্য কঠিন শব্দবোৰ অৰ্ন্তভূক্ত কৰক যেনেকৈ আপুনি সেইবোৰ পায়, আৰু নিশ্চীত্ব হব যেন এইবোৰ প্ৰতি গৰাকীৰ তালিকাত একেই বানানেৰে অৰ্ন্তভূক্ত হয়। আপোনাৰ বানানৰ তালিকাৰ এখন পৃষ্ঠা ব্যৱহাৰ কৰাক বৰ্তাই ৰাখিলে হয়তু সহায়ক হব। ইয়াক সহজে উন্নত্ব কৰিব পাৰে আৰু বৈদ্যোতিক ভাবে বিলাই দিব পাৰে, বা পষেশীয়া ভাবে ছপা কৰিব পাৰে।

বাইবেলত থকা লোকসকলৰ আৰু ঠাইবোৰৰ নামবোৰ বানান কৰিবলৈ কঠিন হব পাৰে কাৰণ লক্ষ্য কৰি লোৱা ভাষাত সেইবোৰৰ অধিক ভাগেই অজান। এইবোৰ আপোনাৰ বানানৰ তালিকাত সনিবিষ্ট কৰিবলৈ নিশ্চীত্ব হওক।

বানান পৰীক্ষাকৰণৰ বাবে কম্পিউটাবোৰ এটা ডাঙৰ সহায় হব পাৰে। আপুনি যদি এটা দুৱাৰমূখ ভাষাত কাৰ্য্য কৰিছে, তেন্তে এটা শব্দৰ কাৰ্য্যক্ৰমত এখন অভিধান ইতিমধ্যে প্ৰাপ্ত হব পাৰে। আপুনি যদি অন্য এটা ভাষাত অনুবাদৰ কাৰ্য্য কৰিছে, তেন্তে আপুনি বিচাৰক আৰু পুনৰস্হাপন কৰক গঢ়ৰ শব্দৰ এটা কাৰ্য্যক্ৰম ব্যৱহাৰ কৰিব পাৰে যিয়ে ভূল বানান শব্দবোৰক শুদ্ধৰাব পাৰে। উপশাস্ত্ৰাংশৰো বানান পৰীক্ষা কৰাৰ এটা গঢ় আছে যিয়ে সকলো ধৰণৰ শব্দৰ বানানক বিচাৰি পোৱা যায়। এয়াই আপোনাক এইবোৰ জানিব দিব আৰু ইয়াৰ পাছত আপুনি কোনটো বানান ব্যৱহাৰ কৰিবলৈ বাচনি কৰিছে তাক সিদ্ধান্ত লব পাৰে।