as_ta/checking/self-assessment/01.md

116 lines
20 KiB
Markdown
Raw Permalink Blame History

This file contains ambiguous Unicode characters

This file contains Unicode characters that might be confused with other characters. If you think that this is intentional, you can safely ignore this warning. Use the Escape button to reveal them.

### অনুবাদৰ গুণাগুণৰ স্ব-সমীক্ষাকৰণ
এই খণ্ডবাক্যৰ উদ্দেশ্য হৈছে এটা প্ৰক্ৰিয়াক ব্যাখা কৰা যাৰ যোগেদি মণ্ডলীয়ে এটা অনুবাদৰ গুণাগুণক তেওঁলোকৰ বাবে নিৰ্ভৰতাযোগ্য ভাবে নিৰ্ধাৰণ কৰিব পাৰে। উল্লেখিত এই সমীক্ষাবোৰৰ লক্ষ্য হৈছে যে প্ৰতি নিৰ্ভৰযোগ্য পৰীক্ষাক ব্যাখা কৰা যাক নিয়োজিত কৰিব পৰা যোৱাতকৈ এটা অনুবাদক পৰীক্ষা কৰিবৰ বাবে কিছুমান অতিকৈ গুৰুত্বপূৰ্ণ কৌশলৰ পৰামৰ্শ দিয়া। অৱশেষত, যি পৰীক্ষাবোৰ ব্যৱহাৰ কৰা হৈছিল এই বিষয়ৰ সিদ্ধান্তই, কেতিয়া, আৰু কাৰ যোগেদি মণ্ডলীৰ দ্বাৰাই কৰা উচিত।
#### সমীক্ষাক কেনেকৈ ব্যৱহাৰ কৰা হয়
এই সমীক্ষাৰ পদ্ধতিয়ে দুই ধৰণৰ মন্তব্যক নিযুক্তি কৰে। কিছুমান হয়/নহয় মন্তব্যবোৰ যত এটা ঋণাত্মক উত্তৰে এটা সমস্যাৰ সংকেত দিয়ে যাক সমাধান কৰাটো উচিত। অন্য খণ্ডবোৰে এটা সম-ওজনৰ পদ্ধতিক ব্যৱহাৰ কৰে যিয়ে অনুবাদৰ বিষয়ে অনুবাদক দল আৰু পৰীক্ষকসকলৰ সৈতে মন্তব্যৰ যোগান ধৰে। প্ৰতিটো মন্তব্যই পৰীক্ষা কৰোতা জনৰ (অনুবাদক দলৰ পৰা আৰম্ভ কৰি) দ্বাৰাই কৰা এটা ক্ৰমৰ -২ নম্বৰ পোৱা উচিতঃ
**** - অসন্মত্ব
**১** - কিছু পৰিমাণে সন্মত্ব
**২** - সম্পূৰ্ণভাবে সন্মত্ব
পুননিৰীক্ষণৰ সামৰণিত, এটা খণ্ডৰ সকলো উত্তৰবোৰৰ মূঠ মূল্যাঙ্কান যোগ কৰা উচিত আৰু, উত্তৰবোৰ যদি অনুবাদ কৰা ৰাজ্যক শুদ্ধভাবে প্ৰতিফলিত কৰিছে, এই মূল্যাঙ্কনে পুননিৰীক্ষণকাৰীক ধৰাবন্ধাৰ সম্ভাৱনীয়তা যোগান ধৰিব যে অনুবাদ কৰা অধ্যায়টি হৈছে উৎকৃষ্ট মানদণ্ডৰ। ৰঙাকৈ সাচঁ দিয়াক সাধাৰণ ভাবে অঙ্কন কৰা হৈছে আৰু পুননিৰীক্ষণকাৰীক কৰ্মৰ কত উন্নত্ব কৰাৰ আৱশ্যকতা আছে তাক সমীক্ষা কৰি চাবলৈ উদ্দেশ্যমূলক পদ্ধতিক যোগান ধৰিব। *উদাহৰণ স্বৰূপে, অনুবাদটি যদি “শুদ্ধতাত” গ্ৰহণযোগ্যভাবে ভাল নম্বৰ পায় কিন্ত্ত “স্বাভাবিকতা” আৰু “স্পষ্টতাত” বৰ কমকৈ পায়, তেন্তে অনুবাদক দলে অধিক ভাবে সমাজৰ পৰীক্ষাক কৰিবলগীয়া হব।*
অনুবাদ কৰা বাইবেল বিষয়ৰ প্ৰতিটো অধ্যায়ৰ বাবে ব্যৱহাৰ কৰিবৰ অভিপ্ৰায়েৰে ৰঙা সাঁচ লোৱা হৈছে। অনুবাদক দলে তেওঁলোকৰ অন্য কৰ্মবোৰ সমাপ্ত কৰাৰ পাছত প্ৰতিটো অধ্যায়ৰ সমীক্ষা কৰা উচিত, আৰু ২য় স্হৰৰ মণ্ডলী পৰীক্ষকসকলে ইয়াক দুনাই কৰা উচিত, আৰু ৩য় স্হৰৰ পৰীক্ষকসকলেও এই পৰীক্ষাকৰণৰ তালিকাৰ সৈতে অনুবাদটি পৰীক্ষা কৰা উচিত। প্ৰতিটো স্হৰত যেনেকৈ অধিকভাবে বিতং আৰু বহুল ভিত্তিত মণ্ডলীৰ যোগেদি অধ্যায়ক পৰীক্ষা কৰা হল, তেনেকৈ বিষয়বোৰৰ প্ৰথম চাৰিটা খণ্ডৰ (অতিৰিক্ত পুননিৰীক্ষণ, স্বাভাবিকতা, স্পষ্টতা, শুদ্ধতা) প্ৰতিটোৰ পৰা অধ্যায়ক উন্নত্ব কৰা উচিত, যাৰ যোগেদি মণ্ডলী আৰু সমাজক অনুবাদটি কেনেদৰে উন্নত্ব হৈছে দেখিবলৈ দিয়া উচিত।
#### স্ব-সমীক্ষাকৰণ
প্ৰক্ৰিয়াটিক পাঁচটা অংশত ভাগ কৰা হৈছেঃ **অতিৰিক্ত পুননিৰীক্ষণ** (অনুবাদৰ নিজৰ বিষয়ে জাননী), **স্বাভাবিকতা**, **স্পষ্টতা** **শুদ্ধতা**, আৰু **মণ্ডলীৰ অনুমোদন**
##### ১. অতিৰিক্ত পুননিৰীক্ষণ
নিম্ন উল্লেখিত প্ৰতিটো মন্তব্যৰ বাবে “নহয়” বা “হয়” যিকোনো এটাত গুৰণীয়া চিন দিয়ক।*
**নহয় | হয়** এই অনুবাদটি হৈছে অৰ্থ ভিত্তিত কৰা অনুবাদ যিয়ে মূল শাস্ত্ৰাংশৰ অৰ্থক প্ৰকাশ কৰিবলৈ লক্ষ্য কৰি লয় এনে ধৰণে যি লক্ষ্য কৰি লোৱা ভাষাত স্বাভাবিক, স্পষ্ট, আৰু শুদ্ধ হয়।
**নহয় | হয়** অনুবাদ পৰীক্ষাকৰণত অংশগ্ৰহণ কৰা যি সকল লোক তেওঁলোক হৈছে লক্ষ্য কৰি লোৱা ভাষাত কথা কওঁতা লোক।
**নহয় | হয়**এই অধ্যায়ৰ অনুবাদটি বিশ্বাসৰ উক্তিৰ সৈতে সহমত আছে।
**নহয় | হয়**এই অধ্যায়ৰ অনুবাদটি অনুবাদ নিৰ্দেশনাৱলী অনুসৰিৰ সৈতে কৰা হৈছে।
##### ২. স্বাভাবিকতাঃ “এইয়া *মোৰ* ভাষা”
নিম্ন উল্লেখিত প্ৰতিটো মন্তব্যৰ বাবে “০” বা “১” বা “২” যিকোনো এটাত গুৰণীয়া চিন দিয়ক।*
এই খণ্ডটি অধিক ভাবে সমাজৰ পৰীক্ষাক কৰাৰ যোগেদি শক্তিশালী কৰিব পৰা যায়। (চাওক [ভাষা সমাজৰ পৰীক্ষা](../language-community-check/01.md))
** ১ ২** যি সকল লোকে এই ভাষা কয় আৰু এই অধ্যায়ক শুনিছিল তেওঁলোকে সহমত আছে যে ইয়াক শুদ্ধ ভাষাৰ ৰূপক ব্যৱহাৰ কৰাৰ যোগেদি অনুবাদ কৰা হৈছে।
** ১ ২** যি সকল লোকে এই ভাষা কয় তেওঁলোকে সহমত আছে যে এই অধ্যায়ত ব্যৱহাৰ কৰা মূল শব্দবোৰ এই সংস্কৃতিৰ বাবে গ্ৰহণযোগ্য আৰু শুদ্ধ।
** ১ ২** এই অধ্যায়ত থকা বৰ্ণনা আৰু কাহিনীবোৰ এই ভাষা কওঁতা লোকসকলৰ বাবে বুজি পোৱাত সহজ।
** ১ ২** যি সকল লোকে এই ভাষা কয় তেওঁলোকে সহমত আছে যে এই অধ্যায়ত ব্যৱহাৰ কৰা বাক্যৰ গঠন আৰু শাস্ত্ৰাংশৰ শৃঙ্খলতা স্বাভাবিক আৰু শুদ্ধ ধাৰাত আছে।
** ১ ২** স্বাভাবিকতাৰ বাবে কৰা এই অধ্যায়ৰ অনুবাদৰ পুননিৰীক্ষণটি সমাজৰ লোকসকলক সাঙুৰি লৈছে যি সকলে এই অধ্যায়ৰ অনুবাদ সৃষ্টিকৰণত পোনপটিয়া ভাবে অংশগ্ৰহণ কৰা নাই।
** ১ ২** স্বাভাবিকতাৰ বাবে কৰা এই অধ্যায়ৰ অনুবাদৰ পুননিৰীক্ষণটি বিশ্বাসী আৰু অবিশ্বাসী দুয়োকে সাঙুৰি লৈছে, বা অনতত্ব বিশ্বাসীসকল যি সকলে বাইবেলৰ সৈতে প্ৰায় অজনাজাত আছে যাতে তেওঁলোকে ইয়াক শুনাৰ পূৰ্ব্বে নাজানে যে শাস্ত্ৰাংশই কি কবলগীয়া আছিল।
** ১ ২** স্বাভাবিকতাৰ বাবে কৰা এই অধ্যায়ৰ অনুবাদৰ পুননিৰীক্ষণটি বিভিন্ন বয়সৰ লোকৰ পৰা এই ভাষা কোৱা লোকক সাঙুৰি লৈছে।
** ১ ২** স্বাভাবিকতাৰ বাবে কৰা এই অধ্যায়ৰ অনুবাদৰ পুননিৰীক্ষণটি পুৰুষ আৰু মহিলা দুয়োকে সাঙুৰি লৈছে।
##### ৩. স্পষ্টতাঃ “অৰ্থ স্পষ্ট আছে”
নিম্ন উল্লেখিত প্ৰতিটো মন্তব্যৰ বাবে “০” বা “১” বা “২” যিকোনো এটাত *ঘুৰণীয়া চিন দিয়ক।*
এই খণ্ডটি অধিক ভাবে সমাজৰ পৰীক্ষাক কৰাৰ যোগেদি শক্তিশালী কৰিব পৰা যায়। (চাওক [ভাষা সমাজৰ পৰীক্ষা](../language-community-check/01.md))
** ১ ২** এই অধ্যায়টি এনে ভাষা ব্যৱহাৰ কৰি অনুবাদ কৰা হৈছে যি ভাষাৰ স্হানীয় কওঁতা লোকসকলে বুজিবলৈ সহজ বুলি সহমত আছে।
** ১ ২** এই ভাষাৰ কথা কওঁতা লোকসকল একমত যে অনুবাদৰ নাম, ঠাই, আৰু ক্ৰিয়াপদৰ সকলোবোৰ এই অধ্যায়ত শুদ্ধ আছে।
** ১ ২** এই অধ্যায়ত থকা বক্তব্যৰ গাঠনিবোৰ এই সংস্কৃতিৰ লোকসকলৰ বাবে অৰ্থ বুজাই।
** ১ ২** এই ভাষা কওঁতা লোকসকলে সহমত যে এই অধ্যায়টি যি ধৰণে গঠন কৰা হৈছে সেইয়া অৰ্থৰ পৰা পৃথক নহয়।
** ১ ২** স্পষ্টতাৰ বাবে কৰা এই অধ্যায়ৰ অনুবাদৰ পুননিৰীক্ষণটি সমাজৰ লোকসকলক সাঙুৰি লৈছে যি সকলে এই অধ্যায়ৰ অনুবাদ সৃষ্টিকৰণত পোনপটিয়া ভাবে অংশগ্ৰহণ কৰা নাই।
** ১ ২** স্পষ্টতাৰ বাবে কৰা এই অধ্যায়ৰ অনুবাদৰ পুননিৰীক্ষণটি বিশ্বাসী আৰু অবিশ্বাসী দুয়োকে সাঙুৰি লৈছে, বা অনতত্ব বিশ্বাসীসকল যি সকলে বাইবেলৰ সৈতে প্ৰায় অপৰিচিত আছে যাতে তেওঁলোকে ইয়াক শুনাৰ পূৰ্ব্বে নাজানে যে শাস্ত্ৰাংশই কি কবলগীয়া আছিল।
** ১ ২** স্পষ্টতাৰ বাবে কৰা এই অধ্যায়ৰ অনুবাদৰ পুননিৰীক্ষণটি বিভিন্ন বয়সৰ লোকৰ পৰা এই ভাষা কোৱা লোকক সাঙুৰি লৈছে।
** ১ ২** স্বাভাবিকতাৰ বাবে কৰা এই অধ্যায়ৰ অনুবাদৰ পুননিৰীক্ষণটি পুৰুষ আৰু মহিলা দুয়োকে সাঙুৰি লৈছে।
##### . শুদ্ধতাঃ “অনুবাদটিয়ে তাকেই প্ৰকাশ কৰিছে যি মূল উৎস শাস্ত্ৰাংশই প্ৰকাশ কৰিছিল”
নিম্ন উল্লেখিত প্ৰতিটো মন্তব্যৰ বাবে “০” বা “১” বা “২” যিকোনো এটাত *ঘুৰণীয়া চিন দিয়ক।*
এই খণ্ডটি অধিক ভাবে শুদ্ধতাৰ পৰীক্ষাক কৰাৰ যোগেদি শক্তিশালী কৰিব পৰা যায়। (চাওক [শুদ্ধতাৰ পৰীক্ষা](../accuracy-check/01.md))
** ১ ২** এই অধ্যায়ৰ বাবে গুৰুত্বপূৰ্ণ শব্দবোৰৰ এখন সম্পূৰ্ণ তালিকা উৎস শাস্ত্ৰাংশত নিশ্চীত্বকৰণত সহায়ক হবৰ বাবে ব্যৱহাৰ কৰা হৈছে যাতে অনুবাদত সকলো সংজ্ঞাবোৰ উল্লেখ থাকে।
** ১ ২** এই অধ্যায়ত সকলো গুৰুত্বপূৰ্ণ শব্দবোৰ শুদ্ধভাবে অনুবাদ কৰা হৈছে।
** ১ ২** এই অধ্যায়ত সকলো গুৰুত্বপূৰ্ণ শব্দবোৰ নিয়মীয়াকৈ অনুবাদ কৰা হৈছে, লগতে অন্য ঠাইবোৰতো যত গুৰুত্বপূৰ্ণ শব্দবোৰ দেখা দিয়ে।
** ১ ২** গোটেই অধ্যায়ৰ বাবে বিতং ব্যাখাৰ উৎসবোৰ অনুবাদৰ সম্ভাৱনীয় প্ৰত্যাহ্বানবোৰক চিনাক্ত আৰু সমাধান কৰিবলৈ টোকা আৰু অনুবাদশব্দক সাঙুৰি ব্যৱহাৰ কৰা হৈছে।
** ১ ২** উৎস শাস্ত্ৰাংশত (যেনে-নাম, ঠাই আৰু ঘটনাবোৰ) থকা বুৰঞ্জী সমন্ধীয় বিৱৰণক অনুবাদত সংৰক্ষিত কৰা হৈছে।
** ১ ২** প্ৰতিটো বাক্য গাঠনিৰ অৰ্থবোৰ অনুবাদ কৰা অধ্যায়ত তুলনা কৰা হৈছে আৰু মূলৰ অভিপ্ৰায়ৰ সৈতে শাৰী কৰা হৈছে।
** ১ ২** অনুবাদটি স্হানীয় কথা কওঁতা লোকৰ সৈতে পৰীক্ষা কৰা হল যি সকলে অনুবাদটি সৃষ্টিকৰণ কৰা কাৰ্য্যত অংশগ্ৰহণ কৰা নাছিল আৰু তেওঁলোকে সহমত আছে যে উৎস শাস্ত্ৰাংশৰ অভিপ্ৰায়সূচক অৰ্থক অনুবাদটিয়ে শুদ্ধভাবে প্ৰকাশ কৰিছে।
** ১ ২** এই অধ্যায়ৰ অনুবাদটি অনতত্ব দুটা উৎস শাস্ত্ৰাংশৰ সৈতে তুলনা কৰা হৈছে।
** ১ ২** এই অধ্যায়ত যি কোনো অৰ্থৰ বিষয়ে থকা প্ৰশ্নবোৰ বা অসন্মত্ববোৰ সমাধান কৰা হৈছে।
** ১ ২** এই অধ্যায়ৰ অনুবাদটি মূল শাস্ত্ৰাংশৰ (ইব্ৰী, গ্ৰীক, আৰামাইক) বিপৰীতে শুদ্ধ শব্দ বিষয়ক সংজ্ঞাবোৰ আৰু মূল শাস্ত্ৰাংশৰ অভিপ্ৰায়ৰ পৰীক্ষাকৰণৰ বাবে তুলনা কৰা হৈছে।
##### ৫. মণ্ডলীৰ অনুমোদনঃ “অনুবাদৰ স্বাভাবিকতা, স্পষ্টতা, আৰু শুদ্ধতাক মণ্ডলীৰ দ্বাৰাই অনুমোদন জনোৱা হৈছে যিয়ে সেই ভাষাত কথা কয়”
নিম্ন উল্লেখিত প্ৰতিটো মন্তব্যৰ বাবে “০” বা “১” বা “২” যিকোনো এটাত *ঘুৰণীয়া চিন দিয়ক।*
**নহয় | হয়** মণ্ডলীৰ নেতা যি সকলে এই অনুবাদক পৰীক্ষা কৰিছিল তেওলোক হৈছে লক্ষ্য কৰি লোৱা ভাষাৰ স্হানীয় কথা কওঁতা লোক, আৰু কোনোবা এজন যি জনে অন্যতেম ভাষা এটাক ভাল ধৰণে বুজি পায় যত উৎস শাস্ত্ৰাংশটি প্ৰাপ্ত আছে।
**নহয় | হয়** ভাষা সমাজৰ লোকসকল, পুৰুষ আৰু মহিলা দুয়ো, বয়সস্হ আৰু যুৱকসকলে, এই অধ্যায়ৰ অনুবাদটি পুননিৰীক্ষণ কৰিছিল আৰু সহমত হৈছিল যে ই স্বাভাবিক আৰু স্পষ্ট।
**নহয় | হয়** অনতত্ব দুটা পৃথক মণ্ডলীৰ সহভাগিতাৰ মণ্ডলীৰ নেতাসকলে এই অধ্যায়ৰ অনুবাদক পুননিৰীক্ষণ কৰিছিল আৰু সহমত হৈছিল যে ই শুদ্ধ।
**নহয় | হয়** অনতত্ব দুটা পৃথক মণ্ডলীৰ সহভাগিতাৰ নেতাসকল বা তেওঁলোকৰ প্ৰতিনিধিসকলে এই অধ্যায়ৰ অনুবাদক পুননিৰীক্ষণ কৰিছিল আৰু এই ভাষাৰ বাইবেলৰ এই অধ্যায়ৰ অনুবাদটি বিশ্বাসযোগ্য বুলি স্বাক্ষৰ কৰিছিল।