as_ta/checking/punctuation/01.md

4.0 KiB

ছেদ প্ৰকৰণ সেই চিনবোৰক উনুকিয়াই যিয়ে এটা বাক্যক কি দৰে পঢ়া বা বুজা হয়। উদাহৰণবোৰে দফাবোৰৰ সংকেতক সাঙুৰি লয় যেনেকৈ কমা বা দাৰি আৰু উদ্ধৃতিৰ চিন যিয়ে এগৰাকী বাৰ্ত্তাবাহকৰ সুবহু বাক্যক চিনৰ ভিতৰত বান্ধি ৰাখে। পঢ়োৱৈসকলে পঢ়িব পাৰিবৰ বাবে আৰু অনুবাদটি শুদ্ধকৈ বুজিবৰ বাবে, ই গুৰুত্বপূৰ্ণ যে আপুনি ছেদ প্ৰকৰণক নিয়মীয়াকৈ ব্যৱহাৰ কৰক।

অনুবাদ কৰাৰ পূৰ্ব্বে, অনুবাদক দলে ছেদ প্ৰকৰণৰ পদ্ধতিৰ বিষয়ে সিদ্ধান্ত লোৱাৰ প্ৰয়োজন আছে যি আপুনি অনুবাদত ব্যৱহাৰ কৰিব। ছেদ প্ৰকৰণৰ পদ্ধতি গ্ৰহণ কৰাটো হয়তু সহজ হব পাৰে যি ৰাষ্ট্ৰীয় ভাষাই ব্যৱহাৰ কৰে, বা যি ৰাষ্ট্ৰীয় ভাষা বাইবেল বা তেনে ধৰণৰ ভাষাৰ বাইবেলে ব্যৱহাৰ কৰে। দলে এটা পদ্ধতিৰ ওপৰত যেতিয়া এবাৰ সিদ্ধান্ত লয়, তেতিয়া নিশ্চীত্ব হব যেন প্ৰত্যেকেই ইয়াক অনুকৰণ কৰে। প্ৰতিটো দলৰ সদস্যসকলক বিভিন্ন ছেদ প্ৰকৰণৰ চিন ব্যৱহাৰ কৰিবলৈ শুদ্ধ ধৰণৰ উদাহৰণবোৰ ইয়াত দিয়াৰ সৈতে এখন নিৰ্দেশনা পত্ৰ বিতৰণ কৰাই হয়তু সহায়ক হব।

এনেকি নিৰ্দেশনা পত্ৰ থকাৰ স্বত্তেও, অনুবাদকসকলৰ বাবে ছেদ প্ৰকৰণত ভূল কৰাটো স্বাভাবিক। এই কাৰণেই, এখন পুস্তক অনুবাদ কৰাৰ পাছত, ইয়াক উপশাস্ত্ৰাংশলৈ লৈ অনাটো আমি পৰামৰ্শ দিব বিচাৰো। আপুনি লক্ষ্য কৰি লোৱা ভাষাত ছেদ প্ৰকৰণৰ বাবে নিয়মবোৰ উপশাস্ত্ৰাংশত অৰ্ন্তভুক্ত কৰিব পাৰে, ইয়াৰ পাছত অন্য ধৰণৰ ছেদ প্ৰকৰণৰ পৰীক্ষাবোৰ কৰি যাওক যি ইয়াত আছে। উপশাস্ত্ৰাংশই সকলো ঠাইবোৰ তালিকাভূক্ত কৰিব যত ই ছেদ প্ৰকৰণৰ ভূল দেখা পাব আৰু সেইবোৰক আপোনাক জানিব দিব। তেতিয়া আপুনি এই ঠাইবোৰ পুননিৰীক্ষণ কৰিব পাৰে আৰু চাব যেন তাত এনে ভূল আছে নে নাই। যদি তাত ভূল থাকে, আপুনি ভূলটি শুদ্ধৰণি কৰিব পাৰে। এই ছেদ প্ৰকৰণৰ পৰীক্ষা চলাই যোৱাৰ পাছত, আপুনি আত্মবিশ্বাসী হব যে আপোনাৰ অনুবাটিয়ে ছেদ প্ৰকৰণক শুদ্ধ ভাবে ব্যৱহাৰ কৰিছে।