as_ta/checking/level3-approval/01.md

2.2 KiB

বলবথকৰণৰ অনুমোদন

মই, এগৰাকী ৰ প্ৰতিনিধি স্বৰূপে, মণ্ডলীৰ নেটৱাৰ্কৰ বা বাইবেল অনুবাদকৰণৰ অনুষ্ঠানৰ নামত পূৰ্ণ কৰক। মণ্ডলীৰ নেটৱৰ্ক বা বাইবেল অনুবাদকৰণৰ অনুষ্ঠানে সেৱা আগবঢ়াইছে ভাষা সমাজৰ নামত পূৰ্ণ কৰক ভাষা সমাজ, অনুবাদৰ অনুমোদন, আৰু উল্লেখিতবোৰক থিৰাং কৰকঃ

১. অনুবাদে বিশ্বাসৰ উক্তি আৰু অনুবাদৰ নিৰ্দেশনাৱলীৰ সৈতে একে হয়। ১. অনুবাদটি লক্ষ্য কৰি লোৱা ভাষাত শুদ্ধ আৰু স্পষ্ট আছে। ১. অনুবাদটিয়ে ভাষাৰ এটা গ্ৰহণযোগ্য ধৰণ ব্যৱহাৰ কৰিছে। ১. সমাজে অনুবাদটি অনুমোদন জনাইছে।

অনুবাদক দলৰ সৈতে দ্বিতীয় বাৰৰ বাবে বৈঠক বহাৰ পাছতো যদি সমস্যাবোৰ সমাধান নোহোৱাকৈ থাকে, তেন্তে সেইবোৰক ইয়াত অনুগ্ৰহ কৰি টোকা বনাওক।

স্বাক্ষৰ কৰা হলঃ*ইয়াত স্বাক্ষৰ কৰক*

পদবীঃ ইয়াত আপোনাৰ পদবীক পূৰ্ণ কৰক

দুৱাৰমূখৰ ভাষাবোৰৰ বাবে, আপুনি উৎস শাস্ত্ৰাংশৰ প্ৰক্ৰিয়াক অনুকৰণ কৰাৰ প্ৰয়োজন যাতে আপোনাৰ অনুবাদটি এটা উৎস শাস্ত্ৰাংশ হব পাৰে।