as_ta/checking/formatting/01.md

21 lines
3.5 KiB
Markdown

এনে পৰীক্ষাবোৰ আছে যি আপুনি বাইবেলৰ এখন পুস্তকৰ অনুবাদক পূৰ্ব্বে, সময়ত, আৰু পাছত কৰিব পাৰে যি অনুবাদটিক অতি সহজ কৰি দিয়ে, ভাল দেখে, আৰু পঢ়িবলৈ যিমান সহজ কৰাৰ সম্ভৱ হয় সিমান কৰিব পাৰে। এই বিষয়বোৰৰ আৰ্হীবোৰ আকাৰকৰণ আৰু ছপাকৰণৰ অধিনত ইয়াত একগোট কৰা হৈছে, কিন্ত্ত এনে কিছুমান বিষয়বোৰ আছে যি অনুবাদক দলে চিন্তা কৰা উচিত আৰু অনুবাদৰ গোটেই প্ৰক্ৰিয়াত সিদ্ধান্ত লোৱা উচিত।
### অনুবাদ কৰাৰ পূৰ্ব্বে
আপুনি অনুবাদ আৰম্ভ কৰাৰ পূৰ্ব্বে অনুবাদকৰণৰ দলে উল্লেখিত সমস্যাবোৰৰ বিষয়ে সিদ্ধান্ত লোৱা উচিত।
১. বৰ্ণমালা (চাওক [উপযুক্ত বৰ্ণমালা](../alphabet/01.md))
১. বানান (চাওক [লেথাৰিকৈ থকা বানান](../spelling/01.md))
১. ছেদ প্ৰকৰণ (চাওক [লেথাৰিকৈ থকা ছেদ প্ৰকৰণ](../punctuation/01.md))
### অনুবাদ কৰি থাকোতে
আপুনি কেইবাটাও অধ্যায় অনুবাদ কৰাৰ পাছত, অনুবাদক দলে সমস্যাবোৰ সমাধানৰ বাবে কিছুমান সিদ্ধান্ত পুননিৰীক্ষণ কৰাৰ প্ৰয়োজন হয়তু হব পাৰে যি তেওঁলোকে অনুবাদ কৰি থাকোতে আৱিস্কাৰ কৰিছিল। উপ-শাস্ত্ৰাংশ যদি আপোনাৰ আছে, তেন্তে এই সময়ত উপ-শাস্ত্ৰাংশত আপুনিও নিয়াৰিকৈ পৰীক্ষা কৰিব পাৰে যদি এনে অনেক সিদ্ধান্তবোৰ আছে যি আপোনাক বানান আৰু ছেদ প্ৰকৰণ বনাবলৈ প্ৰয়োজন হব।
### এখন পুস্তক সমাপ্ত কৰাৰ পাছত
এখন পুস্তক সমাপ্ত কৰাৰ পাছত, আপুনি নিশ্চীত্ব হবলৈ পৰীক্ষা কৰিব পাৰে যে সকলো পদবোৰ ইয়াত আছে নে নাই, আৰু আপুনি খণ্ড মূলবিষয়ত তিৰাং কৰিব পাৰে। আপুনি যেনেকৈ অনুবাদ কৰি যাব খণ্ড মূলবিষয়বোৰৰ বাবে ধাৰণাবোৰ লিখি যোৱাটো ই সদায় সহায়ক হয়।
১. পদ্য ৰচনা (চাওক [সম্পূৰ্ণ পদ্য ৰচনা](../verses/01.md))
১. খণ্ড মূলবিষয়বোৰ (চাওক [খণ্ড মূলবিষয়বোৰ](../headings/01.md))