30 lines
5.0 KiB
Markdown
30 lines
5.0 KiB
Markdown
সমাজৰ পৰীক্ষকসকলৰ কৰ্মৰ বাবে এই পৃষ্ঠাক এখন পৰীক্ষাকৰণৰ তালিকা স্বৰূপে ব্যৱহাৰ কৰিব পৰা যায়, আৰু ছপা কৰি উলিয়াবও পাৰি, আৰু অনুবাদকসকলৰ দল আৰু সমাজৰ নেতাসকলৰ যোগেদি পূৰ্ণ কৰিব পাৰি আৰু পৰীক্ষাকৰণ প্ৰক্ৰিয়াৰ এটা নথী স্বৰূপে ৰাখিব পাৰি যি অনুবাদৰ বাবে কৰা হৈছিল।
|
|
|
|
আমি, অনুাবদকসকলৰ দলৰ সদস্যসকলে, নিশ্চীত্ব কৰিছো যে আমি অনুবাদৰ এই অংশক------ভাষা সমাজৰ সদস্যসকলৰ সৈতে পৰীক্ষা কৰিলো।
|
|
|
|
* আমি অনুবাদক বৃদ্ধলোক আৰু যুৱক-যুৱতী, আৰু পুৰুষ আৰু মহিলাসকলৰ সৈতে পৰীক্ষা কৰিলো।
|
|
* আমি অনুবাদ প্ৰশ্নসমূহক ব্যৱহাৰ কৰিছিলো যেতিয়া আমি অনুবাদক সমাজৰ সৈতে পৰীক্ষা কৰিছিলো।
|
|
* আমি অনুবাদটিক যি বোৰ ঠাইত সমাজৰ সদস্যসকলে ইয়াক ভাল ধৰণে বুজি পোৱা নাছিল সেইবোৰক অতি স্পষ্ট আৰু সহজ কৰিবলৈ শুদ্ধৰণি কৰিছিলো।
|
|
|
|
উল্লেখিত প্ৰশ্নসমূহৰো উত্তৰ অনুগ্ৰহ কৰি দিয়ক। এই প্ৰশ্নবোৰৰ উত্তৰবোৰে সেই বৃহৎ খ্ৰীষ্টিয়ান সমাজক জানিবলৈ সহায় কৰিব যে লক্ষ্য কৰি লোৱা ভাষা সমাজে অনুবাদটিক স্পষ্ট, শুদ্ধ, আৰু স্বাভাৱিক পাইছে।
|
|
|
|
* কিছুমান শাস্ত্ৰাংশৰ এখন তালিকা কৰা হৈছিল যত সমাজৰ প্ৰতিউত্তৰ সহায়জনক আছিল। সেইবোৰক স্পষ্ট কৰিবলৈ এই শাস্ত্ৰাংশবোৰক আপুনি কেনেকৈ সলনি কৰিছিল?
|
|
|
|
<বিআৰ>
|
|
<বিআৰ>
|
|
<বিআৰ>
|
|
|
|
* কিছুমান গুৰুত্বপূৰ্ণ সংজ্ঞাবোৰৰ বাবে এটা ব্যাখা বৰ্ণনা কৰি লিখক, যে উৎস ভাষাত ব্যৱহাৰ কৰা সংজ্ঞাবোৰৰ সৈতে সেইবোৰ কেনেকৈ সমতা স্হাপন হয়। পৰীক্ষকসকলক এয়াই বুজি পোৱাত সহায় কৰিব যে আপুনি কিয় এই সংজ্ঞাবোৰ বাচি লৈছিল।
|
|
|
|
<বিআৰ>
|
|
<বিআৰ>
|
|
<বিআৰ>
|
|
|
|
* শাস্ত্ৰাংশবোৰ যেতিয়া বৰ মাতেৰে পঢ়া হৈছিল তেতিয়া ভাষাত উত্তম ধাৰা এটা আছে বুলি সমাজে প্ৰমাণিত কৰিছিল নে? শব্দবোৰ এনে শুনা গৈছিল নে যে লেখক গৰাকী আপোনাৰ নিজৰ সমাজৰ এগৰাকী ব্যক্তি আছিল?)
|
|
|
|
<বিআৰ>
|
|
<বিআৰ>
|
|
<বিআৰ>
|
|
|
|
সমাজৰ নেতাসকলে ইয়াত তেওঁলোকৰ নিজৰ সংবাদবোৰ যোগ দিবলৈ ইচ্ছা কৰিব পাৰে বা স্হানীয় সমাজলৈ এই অনুবাদটি কেনেকৈ গ্ৰহণযোগ্য এই বিষয়ে এটা সংক্ষেপিত মন্তব্য প্ৰস্ত্তত কৰক। বৃহৎ সমাজৰ নেতৃত্বত থকা লোকসকলে এই সংবাদ জানিব পাৰে, আৰু ই বুজি পোৱাত তেওঁলোকক সহায় কৰিব আৰু পৰীক্ষা কৰা প্ৰক্ৰিয়াত আত্মবিশ্বাসী হোৱাত সহায় কৰিব যি এতিয়ালৈকে কৰা হৈছে। এইয়া তেওঁলোকক অনুবাদক বলবৎ কৰাত সহায় কৰিব যেতিয়া তেওঁলোকে শুদ্ধতাৰ আৰু যেতিয়া তেওঁলোকে চুড়ান্ত বলবৎকৰণ দুয়োটাৰে পৰীক্ষা কৰিব।
|