as_obs-tq/content/50/04.md

8 lines
625 B
Markdown

# পৃথিৱী যিয়ে নেকি যিশুখ্ৰীষ্টক ঘৃণা কৰিছিল তেঁওৰ শিষ্যবিলাকক কেনে ব্যৱহাৰ কৰিব?
জগতৰ কাৰণ তেওঁৰ শিষ্যসকলে কষ্ট পাব।
# যিসকলে শেষলৈকে বিশ্বাসী হৈ থাকিব সিহঁতৰ কাৰণে ঈশ্বৰে কি প্ৰতিজ্ঞা কৰিছে?
তেওঁবিলকক ৰক্ষা কৰিম বুলি প্ৰতিজ্ঞা দিছে।