as_obs-tq/content/50/04.md

625 B

পৃথিৱী যিয়ে নেকি যিশুখ্ৰীষ্টক ঘৃণা কৰিছিল তেঁওৰ শিষ্যবিলাকক কেনে ব্যৱহাৰ কৰিব?

জগতৰ কাৰণ তেওঁৰ শিষ্যসকলে কষ্ট পাব।

যিসকলে শেষলৈকে বিশ্বাসী হৈ থাকিব সিহঁতৰ কাৰণে ঈশ্বৰে কি প্ৰতিজ্ঞা কৰিছে?

তেওঁবিলকক ৰক্ষা কৰিম বুলি প্ৰতিজ্ঞা দিছে।