as_obs-tq/content/32/14.md

8 lines
590 B
Markdown

# তেজ গৈ থকা মহিলা গৰাকী যীশুখ্ৰীষ্টৰ ওচৰলৈ কিয় আহিছিল?
তাই ভাবিছিল যে তাই যদি যীশুখ্ৰীষ্টৰ কাপোৰ চুব পাৰে তেন্তে সুস্থ হৱ বুলি।
# যেতিয়া মহিলাগৰাকীয়ে যীশুখ্ৰীষ্টৰ কাপোৰ চুইছিল তাৎক্ষনাত কি হৈছিল?
তাইৰ তেজ যোৱা বন্ধ হৈছিল।