as_obs-tq/content/32/14.md

590 B

তেজ গৈ থকা মহিলা গৰাকী যীশুখ্ৰীষ্টৰ ওচৰলৈ কিয় আহিছিল?

তাই ভাবিছিল যে তাই যদি যীশুখ্ৰীষ্টৰ কাপোৰ চুব পাৰে তেন্তে সুস্থ হৱ বুলি।

যেতিয়া মহিলাগৰাকীয়ে যীশুখ্ৰীষ্টৰ কাপোৰ চুইছিল তাৎক্ষনাত কি হৈছিল?

তাইৰ তেজ যোৱা বন্ধ হৈছিল।