as_obs-tq/content/14/11.md

8 lines
521 B
Markdown

# ইস্ৰায়েল সকলে কিমান দিন অৰণ্যত ঘূৰিছিল?
চল্লিছ বছৰ।
# মৰুপ্ৰান্তত ঈশ্বৰে ইস্ৰায়েল সকলক কেনেদৰে যোগান ধৰিছিল?
সিহঁতক খাবলৈ 'মানা' দিছিল, বটা চৰাইৰ জাক পঠাছিল দিছিল আৰু পিন্ধিব বাবে জোতা নাফাটিছিল।