as_obs-tq/content/14/11.md

521 B

ইস্ৰায়েল সকলে কিমান দিন অৰণ্যত ঘূৰিছিল?

চল্লিছ বছৰ।

মৰুপ্ৰান্তত ঈশ্বৰে ইস্ৰায়েল সকলক কেনেদৰে যোগান ধৰিছিল?

সিহঁতক খাবলৈ 'মানা' দিছিল, বটা চৰাইৰ জাক পঠাছিল দিছিল আৰু পিন্ধিব বাবে জোতা নাফাটিছিল।