as_obs-tq/content/10/02.md

8 lines
585 B
Markdown

# ফৌৰনে যেতিয়া ইস্ৰায়েলক যাবলৈ অমান্তি হৈছিল তেতিয়া ঈশ্বৰে কি কৰিছিল?
তেওঁ দহটা ভয়ানক মহামাৰী পঠিয়াইছিল।
# ঈশ্বৰে ফৌৰণক সেই মহামাৰীৰ যোগেদি কি দেখুৱাব বিচাৰিছিল?
তেওঁ যে ফৌৰণ আৰু মিছৰত থকা সকলো দেৱতাবিলাকতকৈ শক্তিশালী।